• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘পৰিয়ালৰ অপৰাধ কি?’ ‘বুলডজাৰ একচন’ৰ বিৰুদ্ধে যোগীক সমালোচনা প্ৰাক্তন ন্যায়াধীশ বি আৰ গাভাইৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 27, 2025 8:22 am
29
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘বুলডজাৰ’ৰ ব্যৱহাৰক লৈ পুনৰবাৰ মুখ মেলিলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি আৰ গাভাই-এ। ভাৰতৰ প্ৰাক্তন ন্যায়াধীশ বি আৰ গাভাইয়ে বিভিন্ন অপৰাধীৰ ঘৰ ভাঙি পেলোৱাৰ বাবে বুলডজাৰ ব্যৱহাৰক তীব্ৰ সমালোচনা কৰিছে। তেওঁ ৰাজ্য চৰকাৰে বুলডজাৰৰ ব্যৱহাৰক আদালতৰ দৰে আচৰণ আৰু যথাযথ প্ৰক্ৰিয়া অবিহনে সামূহিক শাস্তি প্ৰদানৰ উদাহৰণ বুলি অভিহিত কৰে।

গাভাইয়ে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত কয় যে এই প্ৰথাৰ অৰ্থ হ’ল ৰাষ্ট্ৰই নিজেই অপৰাধীক দোষী সাব্যস্ত কৰিছে। তদুপৰি সমগ্ৰ পৰিয়ালটোক কোনো অন্যায় নোহোৱাকৈ শাস্তি প্ৰদান কৰা হৈছে। তেওঁ কয়, “যেতিয়া এজন নাগৰিক অপৰাধমূলক কামত জড়িত বুলি প্ৰমাণিত হয়, তেতিয়া তেওঁৰ পৰিয়ালৰ অপৰাধ কি? তেওঁলোকৰ ঘৰটো বুলডজাৰেৰে কিয় ভাঙি পেলাব লাগে, প্ৰশাসনে ন্যায়াধীশ হিচাপে কাম কৰিব নোৱাৰে।” তেওঁৰ মতে, বুলডজাৰ ব্যৱহাৰ কৰাটো আচলতে অপৰাধীৰ পৰিয়াল আৰু ঘৰৰ অন্যান্য নিৰীহ বাসিন্দাসকলৰ মৌলিক অধিকাৰ খৰ্ব কৰা।

Apply Now

গাভাইয়ে যুক্তি দিছিল যে সাংবিধানিক অধিকাৰ ৰক্ষাৰ বাবে ন্যায়িক সক্ৰিয়তা প্ৰয়োজনীয় যদিও ই নিজৰ সীমাৰ ভিতৰত থাকিব লাগিব। ন্যায়াধীশ গাভাইয়ে জোৰ দি কয় যে যদি পিছত কোনো ঘৰ ভাঙি পেলোৱা কাম অবৈধ বুলি ধৰা পৰে তেন্তে চৰকাৰে পুনৰ নিৰ্মাণ কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm
 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

August 8, 2026 1:00 pm
মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

মোদী-শ্বাহৰ নেতৃত্বত দুই ধৰণৰ ‘গুণ্ডা’ গোটৰ উত্থান! বিজেপিক তীব্ৰ আক্ৰমণ প্ৰশান্ত ভূষণৰ

August 8, 2026 12:23 pm
কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

কেন্দ্ৰৰ ডিপ টেক পুঁজিতো কেলেংকাৰী! বাছনি সমিতিৰ সদস্যৰে হলিগলি ১,৩৭৭ কোটি টকা ঋণ লাভ কৰা ১৫টা কোম্পানীৰ

August 8, 2026 11:35 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

AIয়ে সৃষ্টি কৰিলে ১৬টা নতুন ভাইৰাছ; কেৱল মানুহ নহয়, প্ৰকৃতিকো প্ৰত্যাহ্বান, অপব্যৱহাৰ হ’লে কি হ’ব?

August 8, 2026 1:04 pm
 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

 পঞ্চ তাৰকাযুক্ত হোটেলতো খাদ্য সুৰক্ষাৰ ভয়ংকৰ ছবি! ম্যাদ উকলি যোৱা গাখীৰ, শাক-পাচলিত ভেঁকুৰ

August 8, 2026 1:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd