• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘এয়া কি পাগলামি’! ব্ৰাজিলৰ মডেল লাৰিছাৰ ভাইৰেল ভিডিঅ’ত প্ৰতিক্ৰিয়া

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 6, 2025 1:25 pm
62
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দুহেজাৰ চৌবিশ (২০২৪) চনৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত ব্যাপক ভোটৰ ৰিগিং সংঘটিত হৈছিল! বুধবাৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে এই অভিযোগ উত্থাপন কৰি বিজেপি আৰু নিৰ্বাচন আয়োগক তীব্ৰ সমালোচনা কৰে। একে সময়তে তেওঁ দাবী কৰে যে ভোটাৰ তালিকাত মুঠ ২২টা পৃথক নামৰে ব্ৰাজিলৰ এগৰাকী মডেলৰ ছবি ব্যৱহাৰ কৰা হৈছে। তাৰ পিছতে দেশজুৰি বিতৰ্কৰ সৃষ্টি হ’ল।

জানিব পৰা মতে মহিলাগৰাকীৰ নাম লাৰিছা (Larissa)। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ মেছেজত লাৰিছাই কয়, “এয়া কি পাগলামি! ভাৰতীয় ৰাজনীতিৰ লগত মোৰ কোনো সম্পৰ্ক নাই। মোৰ ছবিখন ষ্টক ইমেজ প্লেটফৰ্মে কিনিছিল। তাৰ পিছত ক’ত ব্যৱহাৰ কৰা হৈছিল, মই নাজানো। মই কেতিয়াও ভাৰতলৈ যোৱা নাই। মই ব্ৰাজিলৰ ডিজিটেল ইনফ্লুৱেন্সাৰ আৰু কেশসজ্জাবিদ (Hairstylist)। মই ভাৰতীয়সকলক ভাল পাওঁ।”

Apply Now

তেওঁ লগতে কয়, “মোৰ ছবিখনৰ ওপৰত বহু ভাৰতীয়ই মন্তব্য কৰিছে। মোৰ ছবিখন ভাৰতীয় সংবাদ মাধ্যমত শ্বেয়াৰ কৰা হৈছে। কিন্তু মই স্পষ্টকৈ ক‘ব বিচাৰোঁ যে ছবিখন মোৰ, কিন্তু ভোটৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই।” লাৰিছাই স্পষ্টকৈ দাবী কৰে যে তেওঁ মডেল নহয়। বহু ভাৰতীয় সাংবাদিকে তেওঁৰ সৈতে সাক্ষাৎকাৰৰ বাবে যোগাযোগ কৰিছে। ভাৰতীয় সংবাদ মাধ্যমে লাৰিছাক ব্ৰাজিলৰ ‘ৰহস্যময়‘ মডেল বুলি অভিহিত কৰিছে।

উল্লেখ্য যে কিছুদিন ধৰি ৰাহুল গান্ধীয়ে ‘হাইড্ৰ’জেন বোমা‘ বিস্ফোৰণ কৰিব বুলি চৰ্চা চলি আছিল। অৱশেষত বুধবাৰে ৰাহুলে সেই ‘বোমা‘ বিস্ফোৰণ কৰে। কালিৰ দিনটোতে তেওঁ দিল্লীত সংবাদমেল অনুষ্ঠিত কৰি বিগত বৰ্ষৰ হাৰিয়ানা বিধানসভা নিৰ্বাচনত ‘ভোটিং ৰিগিং‘ৰ অভিযোগ উত্থাপন কৰে।

ৰাহুলে দাবী কৰে যে হাৰিয়ানাৰ মুঠ ভোটাৰৰ ১২ শতাংশ অৰ্থাৎ ২৫ লাখ ভোটাৰ ভুৱা। সেই ভুৱা ভোটাৰক ব্যৱহাৰ কৰি বিজেপিয়ে হাৰিয়ানা বিধানসভা নিৰ্বাচনত জয়লাভ কৰে। তেওঁ কয়, “হাৰিয়ানাত মুঠ ২ কোটি ভোটাৰ আছে। ইয়াৰে ২৫ লাখ ভুৱা।” তেওঁ দাবী কৰে যে কংগ্ৰেছক পৰাস্ত কৰিবলৈ গেৰুৱা শিবিৰে ইচ্ছাকৃতভাৱে ভোটাৰ তালিকৰ লগত খেলিমেলি কৰিছিল।

ইয়াৰ পিছত ৰাহুলে ‘ব্ৰাজিলিয়ান মডেল‘ৰ ছবি দেখুৱায়। তেওঁ দাবী কৰে যে তেওঁৰ ছবিখন ভোটাৰ তালিকাত মুঠ ২২টা নামেৰে ব্যৱহাৰ কৰা হৈছে আৰু তেওঁ হাৰিয়ানাৰ ১০টা ভিন্ন বুথত ভোটদান কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

কোষাগাৰৰ প্ৰায় ৬০০ কোটি টকা লুণ্ঠন ‘ডাবল ইঞ্জিন’ ৰাজ্যত! পত্নী-আত্মীয়ৰ একাউণ্টলৈ টকা ট্ৰেন্সফাৰ চৰকাৰী কৰ্মচাৰীৰ

August 25, 2026 9:40 am
নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! একেটা পুখুৰীতে তিনি মাহৰ ব্যৱধানত প্ৰাণ গ’ল একেখন ঘৰৰে দুই ভাতৃৰ

August 25, 2026 8:27 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

পুনৰ ২১ দিনৰ পেৰ’লত মুক্ত ধৰ্ষণ-হত্যাৰ গোচৰত দোষী সাব্যস্ত গুৰমীত ৰাম ৰহিম সিং! ছবছৰত ১৭ বাৰ

August 25, 2026 11:06 am
এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

এন এছ জিৰ ঐতিহাসিক পদক্ষেপ! সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ প্ৰস্তুত কৰা হ’ব বিশেষ মহিলা কমাণ্ডো

August 25, 2026 10:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd