• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ফুটবলৰ ২০ বছৰ অনুৰ্ধৰ বিশ্বকাপৰ পৰা লজ্জাজনক বিদায় ৫ বাৰৰ বিশ্ব চেম্পিয়ন ব্ৰাজিলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 5, 2025 12:54 pm
25
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিলিত অনুষ্ঠিত ২০ বছৰ অনুৰ্ধ বিশ্বকাপত ব্ৰাজিলে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে। ৰেমন মেনেজেছৰ নেতৃত্বত ৫ বাৰৰ প্ৰাক্তন চেম্পিয়ন ব্ৰাজিলৰ ২০ বছৰ অনুৰ্ধ দলটোৱে তিনিখন মেচত দুখন পৰাজয় আৰু এখন ড্ৰ’ৰ সৈতে গ্ৰুপ পৰ্যায়ৰ পৰাই বাহিৰ হয়।

১৯৭৭ চনত ফিফা যুৱ চেম্পিয়নশ্বিপ হিচাপে আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ব্ৰাজিলে ২০ সংখ্যক বাৰৰ বাবে অংশগ্ৰহণ কৰিছিল। বিগত ১৯টা সংস্কৰণত দলটোৱে পাঁচবাৰকৈ চেম্পিয়ন আৰু চাৰিবাৰ ৰানাৰ্ছ আপ খিতাপ লাভ কৰিছে।

Apply Now

ইয়াৰ পূৰ্বে আটাইতকৈ বেয়া ফলাফল আছিল ২০০৭ চনত, যেতিয়া দলটোৱে দ্বিতীয় ৰাউণ্ডৰ পৰাই বাহিৰ হৈছিল। এইবাৰ তাকো অতিক্ৰমি গ্ৰুপ পৰ্যায়ত চতুৰ্থ স্থানত থাকিয়েই চেলেচাও বাহিনীয়ে বিদায় ল’বলগীয়া হ’ল।

গ্ৰুপৰ প্ৰথম মেচত মেক্সিকোৰ সৈতে ২-২ গ’লত ড্ৰ’ আৰু মৰক্কোৰ হাতত ২-১ গ’লত পৰাস্ত হোৱাৰ পিছত ব্ৰাজিলৰ হাতত শনিবাৰে (৪ অক্টোবৰ) চেণ্টিয়াগোত স্পেইনৰ বিৰুদ্ধে জয়লাভ কৰাৰ বাহিৰে আন কোনো বিকল্প নাছিল। দুয়োটা দলৰ বাবে এইখন ‘ডু অৰ ডাই’ মেচ আছিল।

খেলখনৰ ৪৭ মিনিটত ইকাৰ ব্ৰাভোৰ একমাত্ৰ গ’লটোৰে স্পেইনে অগ্ৰগতি লাভ কৰে আৰু সেই গ’লটোৰে স্পেইনে জয়লাভ কৰে। কিন্তু জয়ী হ’লেও পৰৱৰ্তী ৰাউণ্ডলৈ তেওঁলোকৰ অগ্ৰগতি এতিয়াও নিশ্চিত নহয়।

২৪টা দলৰ এই প্ৰতিযোগিতাত ছয়টা গ্ৰুপৰ চেম্পিয়ন আৰু ৰানাৰ্ছ আপৰ লগতে তৃতীয় স্থানৰ চাৰিটা শ্ৰেষ্ঠ দলে পৰৱৰ্তী ৰাউণ্ডলৈ আগবাঢ়িব। বৰ্তমান স্পেইনে সেই তালিকাৰ বাবে অপেক্ষা কৰি আছে।

গ্ৰুপৰ পৰা ক্ৰমে ৬ আৰু ৫ পইণ্ট লাভ কৰি মৰক্কো আৰু মেক্সিকোৱে অন্তিম ১৬ত স্থান লাভ কৰিছে। ফলত ব্ৰাজিলৰ বাবে বিদায়ৰ ঘন্টা বাজি উঠিল।

আনহাতে, গ্ৰুপ ‘ডি’ত থকা আৰ্জেণ্টিনাৰ ২০ বছৰ অনুৰ্ধ দলটোৱে উৎকৃষ্ট ফৰ্মত আছে। কিউবাক ৩-১ আৰু অষ্ট্ৰেলিয়াক ৪-১ গ’লত পৰাস্ত কৰাৰ পাছত যোৱা নিশা ইটালীক ১-০ গ’লত পৰাস্ত কৰি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd