• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পত্নীৰ সম্পৰ্কত প্ৰশ্ন কৰা সাংবাদিকক ঘুচিয়াই মুখ ভঙাৰ ভাবুকি ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 24, 2020 11:07 am

1 min read

ব্রাজিলৰ ৰাষ্ট্ৰপতি আৰু তেওঁৰ পত্নী

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইল বোলছনাৰোআৰু তেওঁৰ পত্নী মিছেল বোলাছনাৰো।

296
VIEWS
Share on FacebookShare on Twitter

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইল বোলছনাৰোৱে দেওবাৰে সংবাদ মেলত হঠাতে সাংবাদিকৰ ওপৰত ক্ষুব্ধ হৈ পৰে।

সংবাদমেলত দুৰ্নীতিৰ সৈতে তেওঁৰ পত্নী জড়িত থকাৰ বিষয়ে প্ৰশ্ন কৰিছিল।

সাংবাদিকৰ প্ৰশ্ন শুনাৰ পাছতে উত্তেজিত হৈ পৰে ৰাষ্ট্ৰপতিগৰাকী।

তেওঁ সাংবাদিকৰ মুখত এটাৰ পাছত এটা ঘুচিয়াই মুখ ভঙাৰ ধমকি দিয়ে আৰু কোনো প্ৰশ্নৰ উত্তৰ নিদি সংবাদমেল ত্যাগ কৰে।

গ্ল’ব কাকতৰ সাংবাদিকগৰাকীক প্ৰশ্নটো কৰাৰ পাছতে বোলাছনাৰোৱে কয়,’’মই এটাৰ পাছত আন এটা ঘুচি মাৰি আপোনাৰ মুখ ভাঙি দিম।‘’

ইয়াৰ পাছতে সংবাদমেলত উপস্থিত থকা সাংবাদিকসকলে তেওঁৰ এই মন্তব্যৰ বিৰোধিতা কৰি সংবাদমেল বৰ্জনৰ ভাবুকি দিয়ে আৰু তেওঁৰ মন্তব্যক উভতি ধৰে।

এনে পৰিস্থিতিত ৰাষ্ট্ৰপতিগৰাকীয়ে কোনো কথা নকৈ সংবাদমেল ত্যাগ কৰে।

এগৰাকী জনপ্ৰতিনিধিয়ে সাংবাদিকৰ সৈতে এনে আচৰণ কৰাৰ বাবে বিভিন্ন মহলত সমালোচিত হৈছে।

শেহতীয়াকৈ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া ফেব্ৰিচিঅ’ কুইৰ’জৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ এখন আলোচনীত প্ৰকাশ পাইছে।

উক্ত দুৰ্নীতিৰ সৈতে বোলাছনাৰোৰ পত্নীও জড়িত থকাৰ কথা প্ৰকাশ পাইছে।

২০১১ৰ পৰা ২০১৬চনৰ মাজত মিছেল বোলাছনাৰোৰ একাউন্টলৈ বৃহৎ অংকৰ ধন পঠাইছিল সেই আৰক্ষী বিষয়াগৰাকীয়ে।

সাংবাদিকগৰাকীয়ে সেই বিষয়ে জানিব বিচৰাত ক্ষুব্ধ হৈ পৰে ৰাষ্ট্ৰপতিগৰাকী।

Recent News

IMG-20210121-WA0143~2

পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণী কল্যাণৰ বাবে এম্বুলেঞ্চ প্ৰদান

WhatsApp Image 2021-01-22 at 8.06.27 AM

প্ৰচণ্ড বিস্ফোৰণত কঁপি উঠিল শিবমোগা; কমেও ৮জনৰ মৃত্যু, প্ৰধানমন্ত্ৰী মোদীৰ শোকপ্ৰকাশ

WhatsApp Image 2021-01-21 at 7.40.44 PM

ৰবীন্দ্ৰ ভৱনত পৰিৱেশিত হ’ল “মোক্ষ”: প্ৰয়াত পদ্মশ্ৰী সুনীল কোঠাৰীক সশ্ৰদ্ধ স্মৰণ

IMG-20210121-WA0007

২২ জানুৱাৰীত বন্ধ নহয় শিৱসাগৰ; বন্ধ উঠাই ল’লে সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd