• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অসমৰ শিশুৰ ভৰি চুই প্ৰণাম ব্ৰাজিলৰ কিংবদন্তি ভলীবল খেলুৱৈৰ; ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 3, 2023 12:51 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ব্ৰাজিলৰ কিংবদন্তি ভলীবল খেলুৱৈ গিবা অসমৰ শিশুসকলক প্ৰশিক্ষণ আৰু উৎসাহ যোগাবলৈ আহিছে। এই দেশলৈ আহি তেওঁ ভাৰতীয় সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হৈছে। শিশুৰ সৈতে তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই ভিডিঅ’টো শ্বেয়াৰ কৰিছে।

সোণোৱালে তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত লিখিছে, ‘অতুলনীয় দৃশ্য। কণমানি খেলুৱৈসকলে যেতিয়া সিহঁতৰ নায়কক লগ পোৱাৰ সুযোগ পালে, তেতিয়া সিহঁতক আনন্দিত হোৱা দেখা গৈছে। ব্ৰাজিলৰ ভলীবল তাৰকা গিবাই অসমৰ এখন গাঁৱত শিশুৰ সৈতে কথা পাতিলে। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্যই অসমৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জৰিয়তে তৃণমূল পৰ্যায়ত এক বিপ্লৱ কঢ়িয়াই আনিছে। অভিজিতে আমাৰ গাঁৱৰ পৰা দেশৰ ভবিষ্যত তাৰকা সকলক উলিয়াই লৈ আহিছে। তেওঁ ভাৰতৰ খনন নোহোৱা সোণৰ খনিত কাম কৰি আছে। এই পদক্ষেপ অসাধাৰণ। তেওঁৰ এই পদক্ষেপৰ শলাগ ল’ব লাগিব। ভৱিষ্যতৰ বাবে অভিজিতলৈ সকলোৰে শুভেচ্ছা থাকিল।’

গিবাৰ অনন্য সফলতা

২০০৪ চনৰ এথেন্স অলিম্পিকত ব্ৰাজিলৰ হৈ গিবাই সোণৰ পদক লাভ কৰিছিল। ২০০৮ চনত বেইজিং অলিম্পিক আৰু ২০১২ চনত লণ্ডন অলিম্পিকত ৰূপৰ পদক লাভ কৰা ব্ৰাজিলৰ অন্যতম সদস্য আছিল গিবা।

Apply Now

তেওঁৰ আৰু বহুতো সফলতা আছিল। ২০০২, ২০০৬ আৰু ২০১০ চনত গিবাই বিশ্ব চেম্পিয়নশ্বিপ লাভ কৰে। এই তাৰকাই ২০০৩ আৰু ২০০৭ চনৰ বিশ্বকাপত সোণৰ পদক আৰু ২০১১ চনৰ বিশ্বকাপত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। ১৯৯৭, ২০০৫ আৰু ২০০৯ চনত তেওঁ বিশ্ব গ্ৰেণ্ড চেম্পিয়নছ কাপত সোণৰ পদক লাভ কৰে।

ইয়াৰ উপৰিও বিশ্ব লীগত গিবাই ৮ বাৰ সোণ, ২ বাৰ ৰূপ আৰু ১ বাৰ ব্ৰঞ্জৰ পদক লাভ কৰে। পেন আমেৰিকান গেমছত এবাৰকৈ সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। এই কিংবদন্তিগৰাকীয়ে দক্ষিণ আমেৰিকান চেম্পিয়নশ্বিপত ৮ বাৰ সোণৰ পদক লাভ কৰে। এনে এজন খেলুৱৈ এই দেশলৈ অহাত শিশুসকল উপকৃত হ’ব।

Wonderful scenes, the joy in the faces of the young athletes when they meet their hero! Brazilian volleyball star Giba interacting with kids in a village in Assam. Former India volleyball team captain Abhijeet Bhattacharya is leading a grassroots revolution with his Brahmaputra… pic.twitter.com/oeMcSsAnbh

— Sarbananda Sonowal (@sarbanandsonwal) December 1, 2023

অসমত ভলীবলৰ উন্নতিৰ বাবে পদক্ষেপ

২০২০ চনত আৰম্ভ হৈছিল ব্ৰহ্মপুত্ৰ ভলীবল লীগ। এই লীগখন অতি জনপ্ৰিয় হৈ পৰিছে। অসমৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ শিশুৱে এই লীগত যোগদান কৰিছে। এইবাৰ অভিজিতে গিবাৰ দৰে প্ৰখ্যাত খেলুৱৈ আনি শিশু খেলুৱৈৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

October 31, 2026 11:45 am
নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

ধেমাজি আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ ঘনকান্ত গগৈৰ পত্নীৰ!

October 31, 2026 11:15 am
এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

এইবাৰ নতুন বিপদ লিম্পেট মাইন! হৰমুজত টেংকাৰত বৃহৎ আক্ৰমণ, ভিতৰত ২৭ জন ভাৰতীয় নাৱিক

October 31, 2026 10:23 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

চিয়াং নদীবান্ধ বাতিলৰ দাবীত গুৱাহাটীত প্ৰতিবাদ, আটকাধীন ৬০ৰো অধিক লোকৰ মুক্তিৰ আহ্বান

October 31, 2026 11:45 am
নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

নদীত উদ্ধাৰ হাছিনাৰ দেশত্যাগৰ ভিডিঅ’তোলা বিমান বাহিনীৰ প্ৰাক্তন বিষয়াৰ মৃতদেহ! আঁৰত গভীৰ ষড়যন্ত্ৰ?

October 31, 2026 11:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd