• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অলিম্পিকত চমক! বিভিন্ন খেলৰ লগতে দেশ সমূহে আগবঢ়াব পাৰিব ‘ব্ৰেক ডান্স’ৰো প্ৰতিযোগিতা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 8, 2020 10:56 am
প্ৰতিনিধিত্বমূলক চিত্ৰ

প্ৰতিনিধিত্বমূলক চিত্ৰ

252
VIEWS
Share on FacebookShare on Twitter

আপুনি কেতিয়াবা ভাবিছিল নে যে ঋতিক ৰোশন, টাগাৰ শ্ৰফ, বৰুণ ধাৱান, প্ৰভু দেৱা, ধৰ্মেশ, ৰাঘৱ আদিৰ দৰে অভিনেতা সকলেও এদিন অলিম্পিকত স্বৰ্ণ জয়ৰ সুযোগ পাব?

এয়া হাস্যকৰ বুলি ভাবিলেও অসম্ভৱ কিন্তু মুঠেও নহয়, কাৰণ আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে ২০২৪ পেৰিছ অলিম্পিকৰ বাবে ব্ৰেক ডান্সক স্বীকৃতি প্ৰদান কৰিছে।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিয়ে সোমবাৰে নিশা ব্ৰেক ডান্সক অলিম্পিক খেলৰ মান্যতা প্ৰদান কৰে।

অলিম্পিক সমিতিয়ে যোৱা বছৰ যুৱ অলিম্পিকৰ পৰা লাভ কৰা পৰামৰ্শ গ্ৰহণ কৰি এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু যোৱা বছৰ যুথ অলিম্পিকত ইয়াক প্ৰয়াস কৰি চোৱা হৈছিল।

যুৱ সমাজৰ মাজত অলিম্পিকৰ জনপ্ৰিয়তা বৃদ্ধি তথা লিংগ সমতা স্থাপনৰ উদ্দেশ্যে অলিম্পিক সমিতিয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে।

২০১৯ চনৰ অলিম্পিকৰ এক আভ্যন্তৰীণ প্ৰতিবেদন অনুসৰি ১০ লাখ লোকে ব্ৰেক ডান্সক ক্ৰীড়া হিচাপে লৈছে আৰু ইয়াৰ বৰ্তমান চেম্পিয়ন জাপান।

আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ পৰা স্পষ্ট ইংগিত লাভ কৰা হৈছে যে ২০২৪ চনৰ পেৰিছ অলিম্পিকৰ পিছত অৰ্থাৎ ২০২৮ চনৰ অলিম্পিকতো ক্ৰীড়াৰ শিতানত ব্ৰেক ডান্স বাহাল থাকিব।

উল্লেখ্য যে ভাৰতৰ এতিয়ালৈকে ব্ৰেক ডান্সৰ ফেডাৰেশ্যন গঠন কৰা হোৱা নাই।

ডান্সৰ জৰিয়তে বিশেষ পৰিচয় লাভ কৰা দেশ সমূহে এই বিশেষ পদক্ষেপক কিদৰে গ্ৰহণ কৰে সেয়া সঁচাকৈয়ে আকৰ্ষণীয় হ’ব।

Recent News

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

অসম সন্মিলিত নাগৰিক অভিৱৰ্তনত গৌৰৱ গগৈ: নাগৰিক সমাজৰ শক্তিৰে ৰাজনৈতিক ঐক্য গঢ়াৰ আহ্বান

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd