• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বন্য হস্তীৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ বাবে পশ্চিম গাৰো পাহাৰত সৌৰবেৰ মুকলি ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ বিষয়াৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 10, 2023 4:34 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গাওঁবাসী আৰু বন্য হস্তীৰ সহাৱস্থানক উদগনি যোগোৱাৰ পদক্ষেপৰ অংশহিচাপে বন্য হস্তীৰ চলাচল নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ বড়োগোবল খণ্ড-৩ গাৱঁত স্থাপন কৰা ১.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু এডাল তাঁৰযুক্ত এখন সৌৰশক্তিচালিত বেৰ মঙলবাৰে মুকলি কৰা হয়।

ব্ৰিটেইনৰ ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ বেলিণ্ডা ষ্টিৱাৰ্ট কক্সে মেঘালয়ৰ বন বিভাগৰ প্ৰতিনিধি,  পণ্ডিচেৰীৰ ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ অৰো সাস্বত, আৰণ্যকৰ জ্যেষ্ঠ সংৰক্ষণ বিজ্ঞানী ড০ বিভূতি প্ৰসাদ লহকৰ,  বন্যপ্ৰাণী জীৱবিজ্ঞানী আলোলিকা সিনহা আদিৰ উপস্থিতিত এই বেৰখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ।

Apply Now

জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যক, বড়োগোবলৰ স্থানীয় লোক আৰু বড়োগোবল সৌৰ বেৰ পৰিচালনা সমিতিৰ উদ্যোগত আয়োজিত অনুষ্ঠানটোত গাওঁখনৰ মহিলাকে ধৰি প্ৰায় ৭০ জন লোকে অংশগ্ৰহণ কৰি গাঁওবাসীৰ মাজত বেৰখনে সৃষ্টি কৰা উৎসাহক প্ৰতিফলিত কৰে । এতিয়া অঞ্চলটোত ঘূৰি ফুৰা বনৰীয়া হাতীৰ জাকৰ পৰা বেৰখনে তেওঁলোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰিব বুলি গাওঁবাসীযে আশা প্ৰকাশ কৰে । ডাৰউইন ইনিচিয়েটিভ (ইউ কে এইড)ৰ সহযোগত আৰণ্যক আৰু ব্ৰিটিছ এছিয়ান ট্ৰাষ্টে এই বেৰ স্থাপন কৰিছে।

সেই বৈঠকত বেৰ সমিতি, গাঁওবাসী আৰু আৰণ্যকৰ মাজত স্বাক্ষৰিত বুজাবুজিৰ চুক্তিৰ পাছ্ত স্থানীয় লোক আৰু বেৰ কমিটীক বেৰখনৰ দায়িত্ব অৰ্পণ কৰা হয় ।

অনুষ্ঠানত বেলিণ্ডাই বেৰখন ৰক্ষণাবেক্ষণৰ ক্ষেত্ৰত স্থানীয় লোকসকলৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে ব্যাখ্যা কৰে । এই উপলক্ষে গাঁওখনৰ একাংশ শিশুৱে অতিথিসকলৰ সন্মুখত ৰাভা পৰম্পৰাগত নৃত্য পৰিবেশন কৰে।

উল্লাসিত গাঁওবাসীয়ে ব্ৰিটিছ এছিয়ান ট্ৰাষ্টৰ বিষয়া আৰু আৰণ্যকৰ দলটোক পৰম্পৰাগত ৰাভা পাজাৰৰে সম্বৰ্ধনা জনোৱাৰ লগতে আড়ম্বৰপূৰ্ণ পৰম্পৰাগত আহাৰেৰে আপ্যায়ন কৰে।

অঞ্জন বৰুৱা, নিপুল চাকমা, সুভাষ ৰাভা, ৰিপুঞ্জয় নাথ, ৰূপম গয়াৰী আৰু বিজয় কলিতাক লৈ গঠিত আৰণ্যকৰ দলটোৰ লগতে গাঁওখনৰ গাঁও চেম্পিয়ন নবীন ৰাভা, হাতোগাওঁ আৰু বড়োগোবলৰ আৰ আৰ ইউৰ সদস্যবৃন্দ আৰু বেৰ সমিতিৰ সদস্যসকল আৰু বড়োগোবলৰ জীৱিকা হিতাধিকাৰী সকলে অনুষ্ঠনটোত অংশগ্ৰহণ কৰাৰ লগতে কাৰ্যসূচী সাফল্যমণ্ডিত কৰাত সহায় কৰে ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল নে তেজো মহালয়? কেন্দ্ৰ আৰু ASI-ৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 12:21 pm
হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

হৰমুজ প্ৰণালী অতিক্ৰম কৰাৰ পথত একাধিক বাণিজ্যিক জাহাজত ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণ

July 7, 2026 11:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

ন্যায় ব্যৱস্থাৰ প্ৰতি আস্থাহীন দেশৰ প্ৰাক্তন আমোলা ! জেললৈ যাবলৈ অস্বীকাৰ কুৰেশ্বীৰ, ক’লে- “আপোনালোকে জামিন পাব, মই…”

July 7, 2026 1:27 pm
‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

‘নাজানা মই কোন!’ এমবাপেক বৰ্ণবিদ্বেষী আক্ৰমণ কৰি ওলোটাই আইনী ভাবুকি পেৰাগুৱেৰ চিনেটৰৰ

July 7, 2026 1:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd