• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, March 9, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছন আৰু বাগদত্তাৰ পুত্ৰ সন্তান লাভ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 30, 2020 9:39 am

1 min read

ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছন আৰু বাগদত্তাৰ পুত্ৰ সন্তান লাভ
1.8k
VIEWS
Share on FacebookShare on Twitter

ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছন আৰু তেওঁৰ বাগদত্তা কেৰী চাইমণ্ডে বুধবাৰে তেওঁলোক পুত্ৰ সন্তান লাভ কৰা বুলি ঘোষণা কৰে।

প্ৰধান মন্ত্ৰীৰ এগৰাকী মুখপাত্ৰই বৰ্তমান মাতৃ আৰু আৰু নৱজাতক পুত্ৰ দুয়ো কুশলে আছে বুলি জানিবলৈ দিয়ে।

অলপতে ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য লাভ কৰা প্ৰধান মন্ত্ৰী জনছন পুত্ৰৰ জন্মৰ সময়ত লণ্ডনৰ এখন এন এইচ এছ হাস্পাতালত উপস্থিত আছিল।

বৰ্তমান সময়লৈ জন্মহোৱা শিশুটিৰ ওজন, জন্মৰ সময় আদি জানিব পৰা হোৱা নায়।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ কবলৰ পৰা সুস্থ হৈ উঠা প্ৰধান মন্ত্ৰী বৰিছ জনছন বৰ্তমান নিজৰ কাৰ্য্যালয়লৈ উভতিছে আৰু মহামাৰী সংক্ৰমণৰ হকে দেশক নেতৃত্ব প্ৰদান কৰি আছে।

জনছনে চলিত বছৰৰ শেষৰভাগলৈ শাৰীৰিক সুস্থতাৰ হকে কিছু দীঘলীয়া জিৰণি লোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে ব্ৰিটিছ প্ৰধান মন্ত্ৰীৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা।

ব্ৰিটেইনত প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ উপৰিও ৰাজকুমাৰ চাৰ্লছ ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছিল।

Recent News

1593687950_RAAgrY_SupremeCourtofIndia-750x375

সংৰক্ষণৰ সৰ্বোচ্চ সীমা পুনৰ্বিবেচনা! ৰাজ্যসমূহৰ মতামত বিচাৰিলে উচ্চতম ন্যায়ালয়ে

Titabar-750x375

কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থীয়ে উজনিৰ এক সমষ্টিত কঁপাইছে বিজেপি-অগপৰ মিত্ৰজোঁটৰ ভেঁটি!

IMG-20210308-WA0132

বিপিএফৰ ৪জন প্ৰাৰ্থীৰ নাম ঘোষণা; দলত যোগদান কৰিয়েই প্ৰাৰ্থিত্ব পালে দুৰ্গাদাস বড়োৱে

DwjFNkjVAAIIlm3-750x375

অৱশেষত জল্পনা-কল্পনাৰ অৱসান : প্রাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd