• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৃটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 6, 2021 10:01 am

1 min read

বৃটেইনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনৰ ভাৰত ভ্ৰমণ বাতিল
122
VIEWS
Share on FacebookShare on Twitter

বৃটেইনত ক’ৰ’না ভাইৰাছৰ নতুন ৰূপৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাত দেশখনৰ প্ৰধান মন্ত্ৰী বৰিছ জনছনে তেওঁৰ প্ৰস্তাৱিত ভাৰত ভ্ৰমণ বাতিল কৰিছে।

ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথিৰূপে আমন্ত্ৰণ জনোৱা হৈছিল বৰিছ জনছনক। কিন্তু এতিয়া তেওঁ এই কাৰ্যসূচীত অংশ নোলোৱাৰ সিদ্ধান্ত লয়।

ক’ৰ’না ভাইৰাছৰ নতুন ৰূপৰ সংক্ৰমণ নিয়ন্ত্ৰাধীন হৈ পৰাত বৃটেইন চৰকাৰে লকডাউনৰ সময়সীমা পুনৰ বৃদ্ধি কৰে।

ইয়াৰ পিছতে মঙলবাৰে প্ৰধান মন্ত্ৰী বৰিছ জনছনে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

ক’ৰ’নাৰ নতুন ৰূপৰ সংক্ৰমণে চিন্তিত কৰি তোলা জনছনে কয়, ‘সংক্ৰমণ যিটো হাৰত বাঢ়িছে সেয়া অত্যন্ত দুঃখজনক আৰু চিন্তনীয়। বৰ্তমান দেশৰ চিকিৎসালয়সমূহ অতিমাত্ৰা চাপৰ সন্মুখীন হৈছে’।

উল্লেখ্য যে এই পৰ্যন্ত ২৭,১৩,৫৬৩গৰাকী লোক ক’ৰ’নাৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু দেশখনত ৭৫ হাজাৰ লোকে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছে।

ইফালে দেশখনত ক’ৰ’নাৰ নতুন ৰূপৰ সংক্ৰমণ হ্ৰাস কৰাৰ লক্ষ্যৰে ফেব্ৰুৱাৰিৰ মাজ ভাগলৈকে লকডাউন বৃদ্ধি কৰে।

Recent News

shashi-tharoor

লালকিল্লাত প্ৰতিবাদী কৃষকৰ পতাকা উৰুওৱাক দুৰ্ভাগ্যজনক আখ্যা কংগ্ৰেছ সাংসদ শশী থাৰুৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

শচীনৰ সৰ্বাধিক টেষ্ট ৰানৰ অভিলেখ জ’ ৰুটে ভংগ কৰিব পাৰে বুলি মন্তব্য এজন প্ৰাক্তন ক্ৰিকেটাৰৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

গুৱাহাটী বিশ্ববিদ্যালয়ত অখিল গগৈৰ মুক্তিৰ দাবীত ছাত্ৰ মুক্তিৰ ১২ ঘণ্টীয়া অনশন

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

অৱশেষত মুকলি হ’ল ফৌজি মোবাইল গেইম; গুগল প্লে ষ্টোৰত উপলব্ধ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd