• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভূতবাংলোত পৰিণত অসম চৰকাৰৰ এটা প্ৰতিষ্ঠান; কেবল দৰমহাৰ বাবেহে কাৰ্যালয়লৈ আহে কৰ্মচাৰী

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 21, 2019 7:37 am
6c7a0ad1-64e3-4779-8de4-3042743409aa

ভুতবাংলোত পৰিণত ব্ৰইলাৰ কুকুৰা উৎপাদন ফাৰ্ম। ফটো: নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত প্ৰতিদিনে ব্যাপক হাৰত বৃদ্ধি পাইছে ব্ৰইলাৰ মুৰ্গীৰ মাংস আৰু কণীৰ চাহিদা। এই বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি বহি:ৰাজ্যৰ একাংশ ব্ৰইলাৰ মুৰ্গীৰ মাংস উৎপাদনকাৰী কোম্পানীৰ পৃষ্ঠপোষকতাতেই ৰাজ্যত এতিয়া গঢ় লৈ উঠিছে ব্ৰইলাৰ মুৰ্গী আৰু কণী উৎপাদনকাৰী বহু ফাৰ্ম।

চাহিদা পূৰণৰ বাবে বহি:ৰাজ্যৰ পৰা আজি অধিক মূল্যত ক্ৰয় কৰিব লগা হৈছে ব্রইলাৰ আৰু কণী।

Apply Now

ইয়াৰ সমান্তৰালভাৱে ২০১৫ চনৰ পৰা বন্ধ হৈ আছে বীৰুবাৰীস্থিত অসম চৰকাৰৰ আঞ্চলিক ব্ৰইলাৰ-কুকুৰা উৎপাদন তথা প্ৰদৰ্শিত ফাৰ্ম।

ফাৰ্মখনৰ কৰ্মচাৰী বনৰছাদ আলিয়ে কয়, ‘’২০১২ চনৰ পৰা ফাৰ্মখন উৎপাদন বন্ধ হোৱাৰ আগলৈকে বনৰজা প্ৰজাতি কুকুৰাৰ উৎপাদন কৰি তাৰ পৰা দৈনিক ৩৫০ টাৰ পৰা ৭০০টালৈ কণী উৎপাদন কৰা হৈছিল। লগতে বহু আত্মসহায়ক গোটক স্বাৱলম্বী হোৱাৰ বাবে বনৰজাৰ কুকুৰা পোৱালি ৯:১কৈ (মতা-মাইকী হিচাপত) দিয়া হৈছিল।‘’

‘’২০১৬ নিৰ্বাচনৰ পূৰ্বে ফাৰ্ম কৰ্তৃপক্ষৰ হাতত জমা থকা সকলো ধন বিভাগে ঘূৰাই লয়। তাৰ পাছৰে পৰা ফাৰ্মখনৰ সকলো উৎপাদন বন্ধ হৈ আছে,’’- আলিয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে তেওঁ উল্লেখ কৰে, ‘’২০১৬ চনত চৰকাৰে পুনৰ কুকুৰা উৎপাদন কৰাৰ বাবে নতুনকৈ চাৰিটা গৃহ নিৰ্মাণ কৰিছিল।‘’

কিন্তু আজিলৈকে বিভাগে কুকুৰা উৎপাদনৰ বাবে প্ৰয়োজনীয় ধন মুকলি কৰি নিদিয়াৰ ফলত এতিয়া হাবি-জংঘলৰ মাজতে আবদ্ধ হৈ আছে নতুন গৃহসমূহ।

তাৎপয্যপূৰ্ণ কথাটো হ’ল যে বৰ্তমান ফাৰ্মখন বন্ধ হৈ থকাৰ বাবে কৰ্মচাৰীসকলে কেৱল দৰমহাৰ বাবেহে কাৰ্যলয়লৈ আহিব লাগে। প্ৰকৃততে কুকুৰা ফাৰ্মখনত কৰ্মচাৰীৰ কোনো কামেই নাই।

মুঠ ১২জন কৰ্মচাৰী থকা ফাৰ্ম খনত আছে এজন সহকাৰী সঞ্চালক, দুজন গৱেষণা বিষয়া, এজন জ্যেষ্ঠ সহায়ক আৰু এজন কনিষ্ঠ সহায়ক, এজন ক্ষেত্ৰ সহায়ক, দুজন নৈশ চকীদাৰ, তিনিজন কুকুৰা প্ৰতিপালক আৰু এজন পিয়ন।

আনহাতে, বিষয়টো সন্দৰ্ভত পশুধন বিভাগৰ সহকাৰী সঞ্চালক জ্যোতি বিকাশ কলিতাই সম্পূৰ্ণ অজ্ঞতা প্ৰকাশ কৰে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ছিদ্দিক আহমেদৰ ৬৪ বছৰ বয়সত মৃত্যু

September 13, 2026 11:01 am
ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

ৰামদেৱে লৈ আহিছে ‘আয়ুৰ্বেদিক হুকা’; নিমিষতে কমি যাব চৰ্দি-কাহকে ধৰি জটিল ৰোগ! কি দাবী বাবাৰ?

September 13, 2026 10:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd