• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এখন শুদ্ধ, নিকা এন আৰ চি সন্দৰ্ভত ৰাজ্য তথা কেন্দ্ৰ চৰকাৰলৈ দাবী ব্ৰাদার্ছ’কে ধৰি বহু দল-সংগঠনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 3, 2021 8:39 am
Logo_of_NRC_Assam-1140x570-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অন্যতম আগশাৰীৰ কৃষ্টি সংস্কৃতিৰ বৃহৎ জাতীয় সংগঠন অসম সত্ৰ মহাসভাই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী সন্দৰ্ভত মাত মতাৰ লগে লগে মহাসভাৰ পক্ষত জাঙুৰ খাই উঠিল বহু দল সংগঠন।

উচ্চতম ন্যায়ালয়ৰ দশকজোৰা বিচৰাৰ শেষত উচ্চতম ন্যায়ালয়ে আদেশ প্ৰদান কৰে যে ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ সহযোগত এখন শুদ্ধ নিকা ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নীতকৰণ হয়।

Apply Now

এক দীৰ্ঘদিনীয়া পৰিক্ৰমাৰ অন্তত যোৱা ২০১৯বৰ্ষত নাগৰিক পঞ্জীৰ কাম সম্পূৰ্ণ হোৱা বুলি ঘোষণা কৰা হয় আৰু আসোঁৱাহ পূৰ্ণ এখন নাগৰিক পঞ্জী প্ৰকাশ পায়।

যত নেকি বংশ বৃক্ষৰ জালিয়াতিৰ দ্বাৰা  লাখ লাখ সন্দেহজনক বিদেশী নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰা হয়।

আনহাতে, লাখৰ হিচাপত দেশৰ তথা অসমৰ থলুৱা লোকৰ নাম বাদ পৰা কাৰ্যক ইতিমধ্যে অসম সত্ৰ মহাসভাই তীব্ৰ ভাবে সমালোচনা কৰাৰ লগে লগে একে সুৰতে জাঙুৰ খায় উঠিছে বহুবাৰ শুদ্ধ নাগৰিক পঞ্জী সন্দৰ্ভত মাত মাতি অহা  ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’য়ে।

ব্ৰাদাৰ্ছৰ সচিব প্ৰধান ৰাষ্ট্ৰীয় পৰ্যায়ৰ সামাজিক কৰ্মী আন্তৰ্জাতিক শান্তি বঁটা প্ৰাপক ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভূক্তিকৰণ আৰু স্বদেশী তথা খিলঞ্জীয়াৰ নাম বাদ পৰা কাৰ্যই দীৰ্ঘদিনৰ বাবে এক স্থায়ী অশান্তিৰ কাৰক হব। সেয়ে ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰে বিষয়টি গুৰুত্ব সহকাৰে লৈ অচিৰেই ন্যায়ালয়ৰ কাষ চাপি সমস্যা সমাধানৰ বাবে কাৰ্য ব্যৱস্থা হাতত লোৱা উচিত।

আনহাতে, এই সন্দৰ্ভত অসমত দেশৰ আন ৰাজ্যৰ দৰে অসমতো ১৯৭১ৰ পৰিবৰ্তে ১৯৫১বৰ্ষ হোৱা উচিত বুলি দীৰ্ঘদিন ধৰি দাবী কৰি অহা সংগঠন অসম সন্মিলিত মহাসংঘৰ মহাসচিব পূৰ্ণানন্দ ৰাভাই কয় যে আমাৰ দাবী ১৯৫১ চন যদিও ৭১’ক লৈ যিখন এন আৰ চি প্ৰস্তুত কৰা হ’ল  তাত সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভূক্ত আৰু খিলঞ্জীয়াৰ নাম বাদ পৰা উক্ত এন আৰ চি খনক মানি লব নোৱাৰি।

অসম সত্ৰ মহাসভা, ব্ৰাদাৰ্ছ’,সন্মিলিত মহাসংঘৰ লগতে জাঙুৰ খাই উঠিছে সদৌ অসম মায়ামৰা সাংস্কৃতিক সমাজৰ মুখ্য উপদেষ্টা ললিত মৰাণ, অসম কবি সন্মিলনৰ কাৰ্যকৰী সভাপতি কৰুনাকান্ত বৰ্মন আদি বিভিন্ন ব্যক্তি দল-সংগঠন।

তেওঁলোকে উক্ত খিলঞ্জীয়া বিৰোধী নাগৰিক পঞ্জীয়ে দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ সম্ভাৱনা অধিক বুলি কোৱাৰ লগতে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে অসমৰ খিলঞ্জীয়াৰ প্ৰতি এক ন্যায়সংগত ব্যৱস্থা কৰাৰ বাবেও দাবী জনায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am
ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

ইউক্ৰেইন সংঘাতৰ মাজতো বেলট যুদ্ধত অক্ষত মস্কোৰ দুৰ্গ! ৰাছিয়াৰ নিৰ্বাচনত পুটিন ধুমুহাত ধূলিস্যাৎ বিৰোধী

September 22, 2026 8:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd