• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ত্ৰিপুৰাৰ পৰা গৃহৰাজ্য মিজোৰামলৈ ঘূৰি যোৱাৰ বাবে আৰোপিত চৰ্ত পূৰণ হোৱাৰ পিছতো আগ্ৰহ নাই ব্ৰু শৰণাৰ্থীৰ

পান্না ঘোষ by পান্না ঘোষ
August 18, 2018 9:11 pm
Bru-refugees
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বৰাজ্যলৈ ঘূৰি যোৱাৰ বাবে নিজৰ আৰোপিত চৰ্ত পূৰণ হোৱাৰ পিছতো আৰু প্ৰত্যাৱৰ্তনৰ সময় সমাগত হোৱা সত্ত্বেও ত্ৰিপুৰাৰ ব্ৰু শৰণাৰ্থীসকলৰ মাত কোনো উৎসাহ পৰিলক্ষিত হোৱা নাই।

উল্লেখযোগ্য যে অহা ২৫ আগষ্টৰ পৰা ত্ৰিপুৰাত যোৱা দুই দশকৰো অধিক কাল বাস কৰি অহা ৰিয়াং বা ব্ৰু শৰণাৰ্থীসকলক তেওঁলোকৰ গৃহৰাজ্য মিজোৰামলৈ প্ৰত্যাৱৰ্তনৰ বাবে সময় ধৰি দিয়া হৈছিল। এই প্ৰত্যাৱৰ্তনৰ সকলো যাৱতীয় ব্যৱস্থা আৰু চৰ্তাৱলী নিৰ্ধাৰণ কৰা হৈছিল কেন্দ্ৰ, মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰ সৈতে মিজোৰাম ব্ৰু শৰণাৰ্থী মঞ্চৰ ত্ৰিপাক্ষিক বৈঠকত। বৈঠকৰ পিছত কেন্দ্ৰ আৰু

Apply Now

বৈঠকৰ সিদ্ধান্তৰ ওপৰত ভিত্তি কৰি যোৱা ৩ জুলাইত নতুন দিল্লীত এখন ত্ৰিপাক্ষিক চুক্তি কৰা হৈছিল, য’ত ব্ৰু শৰণাৰ্থীসকলে গৃহৰাজ্য মিজোৰামলৈ ঘূৰি যাবলৈ আৰোপ কৰা চৰ্তবোৰ মানি লোৱা হৈছিল।

এই চুক্তিমতে অহা ২৫ আগষ্টৰ পৰা এই এটা নিৰ্ধাৰিত প্ৰক্ৰিয়াৰে এই শৰণাৰ্থীসকল মিজোৰামলৈ প্ৰত্যাৱৰ্তন কৰাৰ কথা। প্ৰত্যাৱৰ্তন কৰা প্ৰতিটো পৰিয়ালক ৪ লাখকৈ টকা এককালীন সাহায্য হিচাপে দিয়া হ’ব। তাৰোপৰি মিজোৰাম চৰকাৰে এইসকলৰ নাম ৰাজ্যখনৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিব।

কিন্তু এইবোৰ সকলো প্ৰয়োজনীয় চৰ্তৰ বাবে চৰকাৰ সাজু থকাৰ সময়ত শৰণাৰ্থীসকলৰ মাজত নিজ ৰাজ্যলৈ ঘূৰি যোৱাৰ আগ্ৰহ নোহোৱাটোৱে বিশেষ তাৎপৰ্য্য বহন কৰিছে।

উল্লেখযোগ্য যে গোষ্ঠী সংঘৰ্ষৰ বলি হৈ ১৯৯৭ চনতে মিজোৰামৰ পৰা প্ৰায় ৩০ হাজাৰ ৰিয়াং বা ব্ৰু জনজাতিৰ লোক ত্ৰিপুৰালৈ ভাগি গৈছিল। তাৰ পিছৰ পৰা এই লোকসকল যোৱা দুই দশক ধৰি ত্ৰিপুৰাৰ বিভিন্ন অস্থায়ী শিবিৰত বাস কৰি আহিছে।

শেহতীয়া চুক্তি অনুসৰি ত্ৰিপুৰাৰ অস্থায়ী শিবিৰত বাস কৰি অহা ৫,৪০৭টা পৰিয়ালৰ মিজোৰামলৈ প্ৰত্যাৱৰ্তন কৰাৰ কথা। তেওঁলোকৰ মিজোৰাম গমনৰ লগে লগে ত্ৰিপুৰাত থকা অস্থায়ী শিবিৰসমূহ বন্ধ কৰি দিয়াৰ কথা। কিন্তু এতিয়াও শৰণাৰ্থীসকলৰ মাজত প্ৰত্যাৱৰ্তনৰ বাবে নাম পঞ্জীয়নৰ আগ্ৰহ দেখা পোৱা নাই। এই পৰ্য্যন্ত ৬টা শিবিৰৰ ২০০ লোকেহে নাম পঞ্জীয়ন কৰিছে।

 

পান্না ঘোষ

পান্না ঘোষ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd