• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লেখাপানীত লোমহৰ্ষক হত্যাকাণ্ড, পত্নীক হত্যা কৰি পুতি ৰাখিলে শৌচাগাৰৰ গাতত

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
August 12, 2018 11:29 pm
প্ৰতিনিধিত্বমূলক ছবি

প্ৰতিনিধিত্বমূলক ছবি

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ অন্তৰ্গত কৰিয়া জানত আজি সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুযায়ী, তিনিচুকীয়া জিলাৰ লেখাপানী আৰক্ষীৰ থানাৰ অধীনৰ কৰিয়াপানীৰ বাসিন্দা মিত্ৰ প্ৰসাদ শৰ্মাই তেওঁৰ পত্নী ভোমা কুমাৰী শৰ্মাৰ সৈতে কিবা পাৰিবাৰিক কাৰণত কাজিয়াত লিপ্ত হৈছিল। কিন্তু শেষত কাজিয়াই এনে চৰম অৱস্থা পায় যে লোকজনে ঘৈণীয়েকক হত্যা কৰি শৌচাগাৰৰ গাতত পুতি থয়।

Apply Now

আনহাতে, বহুত সময় মাকক ঘৰত বিচাৰি নাপায় শৰ্মাৰ জীয়েকে মাক ক’ত গ’ল বুলি প্ৰশ্ন কৰাত শৰ্মাই ঘৰত কাজিয়া লগাৰ বাবে মাক ক’ৰবালৈ ওলাই গ’ল বুলি জীয়েকক পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল যদিও ঘৰৰ পিছফালৰ পাইখানাৰ গাঁতত মাকৰ মৃতদেহ প্ৰত্যক্ষ কৰাত হুৱাদুৱা লাগে আৰু লেখাপানী আৰক্ষীক খবৰ দিয়াত লেখাপানী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নিত্যাপ্ৰসাদক আটক কৰি থানালৈ লৈ আহে।

তিনিটা সন্তানৰ পিতৃ মিত্ৰ প্ৰসাদে কিয় এই অমানৱীয় হত্যাকাণ্ড সংঘটিত কৰিলে সেই কথা বাতৰি লিখা সময়লৈকে জানিব পৰা হোৱা নাই। অৱশ্যে, ইতিমধ্যে লেখাপানী আৰক্ষীয়ে থানাত এক গোচৰ ৰুজু কৰি হত্যাকাৰীক জেৰা অব্যাহত ৰাখিছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

‘বিজেপিৰ শাসন কালত ৪৭৭ শতাংশ বৃদ্ধি পালে ৰকিবুল হুছেইনৰ সম্পত্তি!’ শাসকেই নহয়, বিৰোধীকো আক্ৰমণ বিধায়ক অখিল গগৈৰ

September 4, 2026 9:30 pm
ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

ভুল কাৰ? কি কি হৈছিল এই অবৈধ সম্পৰ্কত? ডাঃ প্ৰয়াস সিংহলৰ মৃত্যুৰে নাম সাঙোৰ খোৱা মহিলাৰ মুখত ন ন তথ্য

September 4, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

চিজেপি নেতাৰ পিতৃক প্ৰহাৰৰ অভিযোগ; প্ৰতিবাদৰ ৭২ ঘণ্টাৰ ভিতৰতে গ্ৰেপ্তাৰ ইনফ্লুৱেন্সাৰ স্বতন্ত্ৰ

September 5, 2026 7:50 am
দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

দিনে ২২ মিনিটকৈ চুম্বন কৰিলেই বাঢ়িব ৭ বছৰ আয়ুস : জাৰ্মান গৱেষণাৰ প্ৰতিবেদনত বিস্ফোৰক দাবী

September 5, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd