• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অনুসন্ধান কমিটীয়ে অচিৰেই ভ্ৰমণ কৰিব বড়োলেণ্ড বিশ্ববিদ্যালয়

বড়োলেণ্ড বিশ্ববিদ্যালয়ত স্থায়ী উপাচাৰ্য নিযুক্তিৰ দাবীত অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ৭ দিন

by
September 26, 2018 2:59 pm
IMG_20180925_141504
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এগৰাকী স্থায়ী উপাচাৰ্য নিযুক্তিৰ দাবীত বড়োলেণ্ড বিশ্ববিদ্যালয়ত চলি থকা অনৰ্দিষ্টকালীন ধৰ্মঘটে আজি ৬ দিনত ভৰি দিছে। বড়োলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাই বৰ্তমানৰ উপাচাৰ্য অধ্যাপক হেমন্ত কুমাৰ বৰুৱাৰ সলনি স্থায়ী উপাচাৰ্য নিযুক্তিৰ দাবীত এই অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত বিশ্ববিদালযখনত পাঠদান ব্যাহত হৈছে।

বিগত ৬ দিনত বিশ্ববিদ্যালয়ত কোনো পাঠদান কাৰ্য অনুষ্ঠিত হোৱা নাই।

Apply Now

কালি কোকৰাঝাৰৰ উপায়ুক্ত, অতিৰিক্ত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰি  বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাক অৱগত কৰিছে যে ২৮ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত এখন উচ্চ পৰ্যায়ৰ অনুসন্ধান কমিটীয়ে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰিব। উক্ত সময়ত বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াই তেওঁলোকৰ সৈতে বিষয়টো আলোচনা কৰিব পাৰিব।

বড়োলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সভাপতি স্বগমছাৰ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে, ‘’ধৰ্মঘটে ৭ দিনত ভৰি দিয়া সত্তেও মুখ্য মন্ত্ৰী বা বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা অসমৰ ৰাজ্যপালগৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।‘’

তেওঁ আৰু জনাইছে যে আজি কোকৰাঝাৰৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে তেওঁলোকৰ ধৰ্মঘটৰ স্থানত আহি ২৮ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত এটা অনুসন্ধান কমিটীৰ সঁজাতী দলে বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰিব বুলি জনাইছে।

তেওঁ কৈছে, ‘‘অনুসন্ধান কমিটীয়ে বিশ্ববিদ্যালয়খন কিয় ভ্ৰমণ কৰিবলৈ আহিব সেয়া আমাৰ বোধগম্য হোৱা নাই।  ইআমাৰ দাবীসমূহ পূৰণ কৰাৰ  দায়িত্ব প্ৰথমতে অসমৰ মুখ্য মন্ত্ৰী আৰু অসমৰ ৰাজ্যপালৰহে। আমাৰ বিশ্ববিদ্যালয়খনৰ  সমস্যাৰ স্থায়ী সমাধান আমাক লাগে। আমাৰ সন্দেহ ৰাজ্যপাল ততা বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যগৰাকীয়ে অনুসন্ধান কমিটীক প্ৰেৰম কৰি আমাৰ অনিৰ্দিষ্টকালীন ধৰ্মঘট সমাপ্ত কৰিব বিচাৰিছে।‘’

বসুমতৰীয়ে আৰু কৈছে যে বৰ্তমানৰ উপাচাৰ্যগৰাকীয়ে অহা ৫ বছৰলৈকে তেওঁৰ কাৰ্যকাল সম্পূৰ্ণ কৰিবলৈ অপাৰগ। বসুমতাৰীয়ে শিক্ষাদান কৰা আৰু শিক্ষাদান নকৰা সকলো খালি পদ পূৰণ কৰাৰ বাবেও দাবী জনায়।

এগৰাকী ছাত্ৰই কৈছে যে বড়োলেণ্ড বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ দ্বাৰা আহ্বান জনোৱা অনিৰ্দিষ্টকালীন ধৰ্মঘটৰ ফলত পাঠদান বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে লগতে নৱাগত আদৰণি সভাৰ দিনো পিছুৱাইছে। তাৰোপৰি, ছিজনেল পৰীক্ষাও ্নুষ্ঠিত হোৱা নাই। সেয়েহে বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে অনতিপলমে সমস্যাটোৰ সমাধান কৰাটো বিচাৰিছে।

শিক্ষা প্ৰতিষ্ঠানটো আৰু ছাত্ৰসকলৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানৰ সমস্যাটোৰ ওপৰত হস্তক্ষেপ কৰিবলৈ বড়োলেণ্ড বিশ্ববিদ্যালয় শিক্ষক সন্থাৰ সভাপতি ড০ জ্যোতিৰাজ পাঠক আৰু সভাপতি ৰুস্তম ব্ৰহ্মই  মুখ্য মন্ত্ৰী আৰু ৰাজ্যপাললৈ আৱেদন জনাইছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd