• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

BTAD হ’ল BTR; ইচ্ছা অনুসৰি অবড়ো গাওঁ বাহিৰলৈ আৰু বড়ো গাওঁ অন্তৰ্ভুক্ত হ’ব পাৰিব

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 25, 2020 5:20 pm
Bodo Land
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এতিয়াৰে পৰা BTADৰ নতুন নাম হ’ব BTR। ৰাজ্যপাল জগদীশ মুখীয়ে অনুমোদন জনোৱাৰ পাছতেই বড়োলেণ্ড টেৰিট’ৰিয়েল ৰিজ’নলৈ পৰিৱৰ্তিত হ’ল BTAD। জনতা ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

কোকৰাঝাৰ, চিৰাং, ওডালগুৰি আৰু বাক্সাক সামৰি  BTR ঘোষণা কৰা হৈছে বুলি তেওঁ সংবাদমেলত কয়।

Apply Now

ইপিনে, মন্ত্ৰীয়ে জনোৱা অনুসৰি ‘BTRত অন্তৰ্ভূক্ত কৰিবৰ বাবে গাওঁ সমূহে নিজাকৈ কৰিব পাৰিব আবেদন। লগতে BTRৰ পৰা নাম কাটিবলৈও গাঁৱে কৰিব পাৰিব আবেদন।‘

অৱশ্যে, ৫০ শতাংশতকৈ অধিক বড়ো বা অবড়ো জনবসতি থকা গাওঁৱেহে কৰ্তন বা অন্তৰ্ভুক্তিৰ বাবে আবেদন কৰিব পাৰিব বুলি তেওঁ জনায়।

ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিব পি. পি. বৰ্মাৰ নেতৃত্বূত বিশেষ আয়োগো গঠন কৰা হৈছে বুলি তেওঁ জনায়।

এই আয়োগৰ তিনিগৰাকী সদস্য থাকিব বুলি তেওঁ উল্লেখ কৰি লগতে কয় যে বিটিআৰৰ মুখ্য প্ৰশাসক ৰাজেশ প্ৰসাদ, এবছুৰ জয়ন্ত বসুমতাৰী আৰু অন্য সম্প্ৰদায়ৰ পৰা ডালিম বায়ন থাকিব।

গঠন কৰি দিয়া আয়োগৰ কাৰ্যকাল ৬ মাহ হ’ব বুলি মন্ত্ৰীয়ে জনায়। এই আয়োগেই বিটিছিৰ আসন বৃদ্ধি , সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে চৰকাৰক পৰামৰ্শ দিব  বুলি তেওঁ কয়।

ইপিনে, অহা ৩০ নৱেম্বৰলৈকে  লৈ BTCৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা নাই বুলি সংবাদমেলত স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে।

‘নিৰ্বাচন সন্দৰ্ভত শীঘ্ৰে মুখ্যমন্ত্ৰীয়ে  সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিব। নিৰ্বাচন সন্দৰ্ভত ডিচেম্বৰ মাহতহে চিন্তা কৰা হব ।‘ হিমন্তই এইদৰে কয়।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

দেশত এতিয়া আৰু নাই এজনো মাওবাদী : সংসদত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ ঐতিহাসিক ঘোষণা

July 30, 2026 3:37 pm
উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

“ৰে’লৰ দৰে শিক্ষা ব্যৱস্থাও উন্নত হওক”, আওপকীয়াকৈ চৰকাৰক প্ৰশংসা সোণম ৱাংচুকৰ

July 30, 2026 4:24 pm
মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

মনত ৰাখিব অনুৰাগীয়ে! হঠাৎ ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ ঘোষণা অজিংক্য ৰাহানেৰ

July 30, 2026 4:23 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd