• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চৰকাৰী কাৰ্যালয়গৃহৰ আধাৰশিলা স্থাপন হাগ্ৰামা মহিলাৰী  আৰু  লাওমস্ৰাও দৈমাৰীৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
October 3, 2018 5:42 pm
Foundation Stone of Office Building, Economics & Statistics, PHE, Koj Div.No.ii, Kaj & Excise Chirang03.10 (1)
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু কাৰ্যবাহী সদস্য লাওমস্ৰাও দৈমাৰীয়ে ৩ অক্টোবৰত অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ উপ সঞ্চালক, কোকৰাঝাৰ মণ্ডল নং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু কাজলগাঁওৰ আৱকাৰী তত্বাৱধায়কৰ কাৰ্যালয় গৃহৰ আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন অনুষ্ঠানত বিটিচিৰ প্ৰধান সচিব বীৰেন চন্দ্ৰ ফুকন, অতিৰিক্ত প্ৰধান সচিব ৰবিনছন মোচাহাৰী আৰু আন আন বিশিষ্ট লোকসকল উপস্থিত আছিল।

এই অনুষ্ঠানত বিটিচিৰ প্ৰধান মহিলাৰীয়ে ৩.৩৫ কোটি টকা ব্যয়সাপেক্ষ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগ উপ সঞ্চালকৰ কাৰ্যালৰ আধাৰশিলা স্থাপন কৰে। আনহাতে লাওমস্ৰাও দৈমাৰীয়ে ক্ৰমে ৬৭.৫৯,৫০০ লাখ টকা আৰু ১.৫০ কোটি টকা ব্যয়সাপেক্ষ কোকৰাঝাৰ মণ্ডল নং জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু কাজলগাঁওৰ আৱকাৰী তত্বাৱধায়কৰ কাৰ্যালয়গৃহৰ আধাৰশিলা স্থাপন কৰে।

Apply Now

উল্লখ্য যে এই বিটিচিৰ ষ্টেট ওন প্ৰায়ৰিটী ডেভেলপমেণ্ট (SOPD) আঁচনিৰ অধীনত কাৰ্যালয়সমূহৰ নিৰ্মাণ কাৰ্যসমূহ কৰা হ’ব।

অনুষ্ঠানত সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত হাগ্ৰামা মহিলাৰীয়ে কৈছে যে আৰ্থিক অভাৱৰ বাবে বিচটিচিয়ে বিশেষকৈ জিলা আৰু মহকুমা পৰ্যায়ৰ বিভিন্ন বিভাগসমূহক কাৰ্যালয় দিব পৰা নাই। তেওঁ কৈছে যে এই কাম আৰম্ভ কৰা হৈছে আৰু কামখনি অতি গভীৰভাৱে লোৱা গৈছে। তেওঁ লগতে অপস্থিত কৰ্মচাৰীসকলক ৰাজহুৱা স্বাৰ্থৰ কথা মনত ৰাখি কামত নিয়মীয়া আৰু দায়িত্বশীল হ’বলৈ নিৰ্দেশ দিয়ে।

এই অনুষ্ঠানত বিটিচিৰ প্ৰাক্তন অধ্যক্ষ পানীৰাম ব্ৰহ্ম, প্ৰাক্তন কাৰ্যবাহী সদস্য জেমছ বসুমতাৰী, গড়কাপ্তানি বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ আৰু আৱকাৰী বিভাগৰ বিষয়া কৰ্মচাৰীও উপস্থিত আছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

August 8, 2026 7:00 pm
স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পদক্ষেপ: আই আই টি গুৱাহাটীৰ গৱেষকলৈ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি

August 8, 2026 6:38 pm
অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

অসম আৰক্ষীত ব্যাপক ৰদবদল : আই জি, ডি আই জি আৰু এছ এছ পি পৰ্যায়ত বহু নতুন নিযুক্তি

August 8, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

মুকলি হ’ল ২০২৭ চনৰ লোকপিয়লৰ থীম ছং : সন্নিৱিষ্ট হৈছে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ কণ্ঠ

August 8, 2026 8:00 pm
অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

অসম আৰক্ষীৰ বৃহৎ সফলতা : তামুলপুৰত হাতীদাঁত সৰবৰাহকাৰী গ্ৰেপ্তাৰ, নগাঁৱত অবৈধ কচাইখানা উৎখাত

August 8, 2026 7:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd