• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘মেজিৰ জুইয়ে বিটিআৰ অঞ্চলৰ সমস্যাসমূহ আঁতৰ কৰিব’ : বিটিচি প্ৰধান প্ৰমোদ বড়ো

NE NOW NEWS দীপক কুমাৰ পাঠক
তামুলপুৰ , January 14, 2021 1:53 pm

1 min read

Pramod Bodo
132
VIEWS
Share on FacebookShare on Twitter

আজি মাঘ বিহুৰ দিনা নিজৰ জন্ম গাঁৱত সপত্নীক উপস্থিত হয় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো।

প্ৰমোদ বড়োৰ নিজ গাঁও সৌৰাগুৰিত গাঁওবাসীয়ে উদযাপন কৰা ভোগালী উৎসৱথলীত সাজি উলিওৱা মেজি আজি পুৱা ৯-০০ বজাত এক মাংগলিক পৰিৱেশত মেজি জ্বলায় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে।

আজি জাতীয় সাজ পৰিধান কৰি ভোগালী উৎসৱত অংশ লোৱা দেখা বিটিচিৰ প্ৰধান প্ৰমোদ বড়োক।

উল্লেখযোগ্য যে প্ৰমোদ বড়োৱে অধ্যয়ন কৰা সৌৰাগুৰি প্ৰাথমিক বিদ্যালয় খেল পথাৰত ৰাইজে মেজি আৰু ভেলাঘৰ সাজি উলিয়ায়।

আয়তিৰ নাম প্ৰসংগ আৰু হৰি ধ্বনিৰ মাজেৰে এক মাংগলিক পৰিৱেশত প্ৰমোদ বড়োৱে গাঁওবাসীৰ সহযোগত মেজি জ্বলায়।

মেজি জ্বলোৱাৰ পিছত সাংবাদিকেৰে হোৱা এক বাৰ্তালাপত প্ৰমোদ বড়োৱে কয় “এই মেজিৰ জুইয়ে সমাজৰ পৰা অপশক্তিক নাশ কৰাৰ লগতে বিটিআৰ অঞ্চলৰ সমস্যা সমূহ আঁতৰ কৰিব।”

মেজিৰ জুয়ে বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিব বুলিও আশা ব্যক্ত কৰে নৱ নিৰ্বাচিত বিটিচি প্ৰধানগৰাকীয়ে।

ইপিনে সৰু কালতে সৌৰাগুৰি প্ৰাথমিক বিদ্যালয়ত পঢ়া শুনা কৰা আৰু বিদ্যালয়খনৰ খেল পথাৰত খেলা ধূলা কৰাৰ কথা সুঁৱৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো নষ্টালজিক হৈ পৰে।

নিজে অধ্যয়ন কৰা  বিদ্যালয়খনৰ দুৰাৱস্থা দেখি দুখ প্ৰকাশ কৰে বিটিচি প্ৰধান গৰাকীয়ে।

Recent News

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

মাটিৰ পট্টা দিয়াৰ অচিলালৈ ভোটৰ অংকৰে প্ৰধান মন্ত্ৰী আহিছিল : আৰ. পি. শৰ্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd