• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান সন্দৰ্ভত প্ৰতিক্ৰিয়া বিটিআৰ প্ৰধান প্ৰমোদ বড়োৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ by ৰিনয় বসুমতাৰী, কোকৰাঝাৰ
September 27, 2022 3:12 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিশপ্ত ৩০ অক্টোৱৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মুল অভিযুক্ত ৰঞ্জন দৈমাৰীক আজি মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ আদেশ  বিহা ঘটনাই বিটিআৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

বিটিআৰ প্ৰধান প্ৰমোদ বড়োই আজি সাংবাদিকৰ আগত ৰঞ্জন দৈমাৰীৰ ৰায়দানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, ‘’আমি আশা কৰিছিলো এটা যোগাত্মক খবৰ আহিব ৷ যিহেতু এটা শান্তি প্ৰক্ৰিয়াত জড়িত হৈছিল ৰঞ্জন দৈমাৰী ৷ এইক্ষেত্ৰত মহামান্য আদালতৰ শাস্তিৰ ৰায়কলৈ অসম চৰকাৰৰ সতে কথা পাতিম।‘’

‘’আমি বিচাৰো ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তলত আহক আৰু সমাজৰ লগত থাকি কাম কৰক ৷ ইয়াৰ বাবে শান্তি চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তলত অনাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সতে আলোচনা কৰিম,’’-প্ৰমোদ বড়োৱে কয় ৷

Apply Now

তেওঁ লগতে আৰু কয় যে আদালত বেলেগ বিষয় আৰু শান্তি প্ৰক্ৰিয়া বেলেগ বিষয়৷ গতিকে ন্যায়পালিকাই ন্যায়পালিকাৰ কাম কৰি যাব আৰু আমি চৰকাৰৰ সতে বহি আইনী প্ৰক্ৰিয়াৰ সমাধান কেনেকৈ কৰা যায় তাৰ বাবে কাম কৰিম বুলি উল্লেখ কৰে বড়োৱে ৷

ইপিনে, এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক যাবজ্জীৱন কাৰাদণ্ড বিহাক লৈ দুখিত প্ৰাক্তন এনডিএফবিৰ(প্ৰ)ৰ সভাপতি তথা বিটিআৰ উপ-মুখ্য কাৰ্যৱাহী গোবিন্দ চন্দ্ৰ বসুমতাৰী ৷ তেওঁ কয় যে আশাকৰা ধৰণে ৰায় নহ’ল ৷ তথাপিও ৰঞ্জন দৈমাৰীৰ শাস্তি লাঘবৰ আলোচনা কৰা হ’ব বুলি কয় বসুমতাৰীয়ে।

সেইদৰে, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰৰ কাৰ্যবাহী সদস্য তথা প্ৰাক্তন এনডিএফবিৰ (এছ) সাধাৰণ সম্পাদক ৰঞ্জিত বসুমতাৰীয়ে ৷ বসুমতাৰীৰ ভাষ্য আমি কেতিয়াও এনেকুৱা ৰায় আশা কৰা নাছিলোঁ ৷

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

ৰিনয় বসুমতাৰী, কোকৰাঝাৰ

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

শুক্ৰাণু অবিহনেই প্ৰজনন : মতা মাছৰ অবিহনেই ১ লাখ বছৰ ধৰি বৰ্তি আছে এই বিধ বিশেষ প্ৰজাতিৰ মাছ

June 4, 2026 6:30 pm
এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

এভাৰেষ্টত ৬ দিন ধৰি সন্ধানহীন : মৃত বুলি ধৰি লোৱাৰ পিছত বগাই বগাই জীৱন্তে উভতি আহিল পৰ্বতাৰোহী গাইড

June 4, 2026 5:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

পাৰ্চিপলিচৰ স্ৰষ্টা তথা বিশ্বখ্যাত ফৰাচী-ইৰাণী লেখিকা মাৰ্জান চাট্ৰাপীৰ দেহাৱসান

June 4, 2026 6:42 pm
দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

দেশত আন এক বৃহৎ কেলেংকাৰি, ১৫ লাখ কোটি টকাৰ আৰ্থিক জালিয়াতি; বিপৰ্যয় LIC-ত!

June 4, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd