• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বুল্লি বাই এপ কাণ্ডৰ মাষ্টাৰমাইণ্ডক অসমৰ পৰা গ্ৰেপ্তাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 6, 2022 2:53 pm
Bulli Bai
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ পৰা গ্ৰেপ্তাৰ হৈছে সমগ্ৰ দেশতে খলকনি তোলা বিতৰ্কিত বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড। আজি দিল্লী আৰক্ষীয়ে যোৰহাটৰ পৰা নিৰজ বিষ্ণৈ নামৰ ২১ বৰ্ষীয় যুৱক এজনক গ্ৰেপ্তাৰ কৰে। ধৃত যুৱকজন ভূপালৰ ভেলোৰ ইনষ্টিটিউট অৱ টেকন’লজীৰ দ্বিতীয় বৰ্ষৰ B.Tech ছাত্ৰ।

আৰক্ষীয়ে নিৰজক বুল্লি বাই কাণ্ডৰ মাষ্টাৰমাইণ্ড বুলি চিনাক্ত কৰিছে। চাইবাৰ চেলৰ DCP কেপিএছ মালহোত্ৰাই কয়, “আমি ৱেবছাইটটোৰ মুখ্য ষড়যন্ত্ৰকাৰী আৰু সৃষ্টিকৰ্তাক গ্ৰেপ্তাৰ কৰিছো। তেওঁ ৱেবছাইটটোৰ মুখ্য টুইটাৰ একাউণ্টো চলাই আছিল। আমাৰ দলটোৱে তেওঁক অসমৰ পৰা ধৰিছিল। দলটো আবেলি প্ৰায় ৩.৩০ বজাত দিল্লীত উপস্থিত হ’ব।”

Apply Now

গিটহাব নামৰ এটা ৱেবছাইট ব্যৱহাৰ কৰি আপত্তিজনক মন্তব্যৰ লগতে মুছলমান মহিলাসকলৰ আলোকচিত্ৰ প্ৰকাশ কৰি নিলাম কৰিছিল এই বুল্লি বাই কাণ্ডৰ অভিযুক্ত সকলে।

দিল্লীৰ এগৰাকী সাংবাদিকে ৱেবছাইটত তেওঁৰ ফটোৰ অপব্যৱহাৰ হোৱাৰ বিষয়ে দিল্লী আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পিছত এই কুকাণ্ড পোহৰলৈ আহে ঘটে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছফ্টৱেৰ বিকাশ প্লেটফৰ্ম গিটহাবত সংযুক্ত ৱেবছাইটটোত কমেও ১০০ গৰাকী মুছলমান মহিলাক লক্ষ্য কৰি লোৱা হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি তেওঁলোকে অনুসন্ধানৰ অংশ হিচাপে বিষ্ণৈৰ আইপি ঠিকনা অনুসৰণ কৰিছে। “আমি দেখিছোঁ যে ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা আন তিনিজন ব্যক্তিয়ে বিষ্ণৈৰ নিৰ্দেশনা অনুসৰণ কৰি আছিল। বিষ্ণৈৱে তেওঁলোকক টুইটাৰত একাউণ্ট সৃষ্টি কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছিল।” আৰক্ষীৰ এক সূত্ৰই কয়।

উল্লেখ্য যে মুম্বাই আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এতিয়ালৈকে তিনিজনক গ্ৰেপ্তাৰ কৰিছে। ধৃত তিনিওজনে সামাজিক মাধ্যমত সম্পৰ্ক ৰক্ষা কৰি চলিছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ পাইছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব জুবিন গাৰ্গৰ প্ৰথম মৃত্যুবাৰ্ষিকী : ১৭ ছেপ্টেম্বৰত পালন হ’ব ‘জুবিন দিৱস’

September 2, 2026 5:09 pm
তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

তামিলনাডুৰ ৫২টা মন্দিৰত স্মাৰ্টফোন ব্যৱহাৰত নিষেধাজ্ঞা : কিন্তু কিয়?

September 2, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd