• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

গুণ্ডাগিৰি! বন্দে ভাৰতত যাত্ৰীক মাৰপিট বিজেপি বিধায়কৰ; ভাইৰেল ভিডিঅ’ই জোকাৰিছে সামাজিক মাধ্যম

নৰ্থ-ইষ্ট নাও, গুৱাহাটী by নৰ্থ-ইষ্ট নাও, গুৱাহাটী
June 24, 2025 5:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বন্দে ভাৰত এক্সপ্ৰেছৰ ডবাত এজন যাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে উত্তৰ প্ৰদেশৰ ঝান্সীৰ বিজেপি বিধায়ক ৰাজীৱ সিং পাৰিচাৰ বিৰুদ্ধে। ইতিমধ্যে এই মাৰপিটৰ ভিডিঅ’ই সামাজিক মাধ্যমত জোকাৰণিৰ সৃষ্টি কৰিছে।

এই ঘটনাক লৈ উত্তৰ প্ৰদেশ বিজেপি নেতৃত্বই তেওঁক কাৰণ দেখুৱাৰ জাননী প্ৰেৰণ কৰিছে। ৰে’লখনৰ চিচিটিভি ফুটেজ পোহৰলৈ অহাৰ লগে লগে সমগ্ৰ দেশতে ক্ষোভ আৰম্ভ হৈছে।

Apply Now

যোৱা ১৯ জুনত ঝান্সী ষ্টেচনত সংঘটিত হৈছিল এই ঘটনা। নতুন দিল্লীৰ পৰা ভোপাললৈ যোৱা বন্দে ভাৰত এক্সপ্ৰেছৰ ডবাত থকা ৰাজকীশোৰ নামৰ এজন লোকক কেইবাজনো লোকে প্ৰহাৰ কৰে। সেই মুহূৰ্তৰ ১৮ ছেকেণ্ডৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে। ভিডিঅ’টোত বিধায়ক পাৰিচাক ওচৰতে থিয় হৈ থকা দেখা গৈছে আৰু সমগ্ৰ ঘটনা তেওঁৰ উপস্থিতিত ঘটি আছে।

জানিব পৰা মতে, বিধায়ক ৰাজীৱ সিং পাৰিচাই পত্নী কামলী সিং (৫০ নং আসন) আৰু পুত্ৰ শ্ৰেয়ংস সিং (৫১ নং আসন)ৰ সৈতে যাত্ৰা কৰিছিল। কিন্তু ৪৯ নং আসনখন আছিল যাত্ৰী ৰাজকীশোৰৰৰ। বিধায়ক পাৰিচাই ৰাজকীশোৰক সেই আসন সলনি কৰিবলৈ অনুৰোধ জনায়। ইফালে ৰাজকীশোৰে সন্মতি নিদিয়াত উত্তেজিত হৈ উঠে বিধায়কগৰাকী।

A BJP MLA on Vande Bharat requested a window seat from a co-passenger, who refused.

The MLA made a call, and at the next station, men boarded the train and assaulted the passenger.

No arrests have been made yet.pic.twitter.com/88tvLk3tLf

— Kapil (@kapsology) June 23, 2025

ঝান্সী ষ্টেচনত ৰেলখন ৰৈ যোৱাৰ লগে লগে বিধায়কজনৰ লগত থকা একাংশ লোকে ৰেলখনত উঠি ৰাজকীশোৰক প্ৰহাৰ কৰে। ভিডিঅ’টোত এই কথা স্পষ্টকৈ দেখা গৈছে।

ঘটনাৰ পিছতে বিজেপিৰ উত্তৰ প্ৰদেশ ইউনিটৰ সাধাৰণ সম্পাদক গোবিন্দ নাৰায়ণ শুক্লাই বিধায়ক পাৰিচালৈ কাৰণ দেখুওৱাৰ জাননী প্ৰেৰণ কৰে। তাত লিখা আছিল, “এই কাণ্ডটো গুৰুতৰ অনুশাসন ভংগৰ অধীনত পৰে। অনুগ্ৰহ কৰি সাত দিনৰ ভিতৰত লিখিত ব্যাখ্যা দিয়ক।”

এই ভিডিঅ’ ভাইৰেল হোৱাৰ পাছতো এক বৃহৎ ৰাজনৈতিক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ মুখপাত্ৰ মুকেশ নায়কে ইনষ্টাগ্ৰামযোগে এই ঘটনাক গৰিহণা দি কয়, ‘এয়া বিজেপিৰ ‘সুশাসন’ৰ নিদৰ্শন নেকি?

ইফালে ৰাজীৱ পাৰিচাই দাবী কৰিছে যে যাত্ৰীজনে ‘অশ্লীল আচৰণ’ আৰু ‘বিৰক্তি’ৰ সৃষ্টি কৰিছিল। এই মাৰপিটত মোৰ কোনো ভূমিকা নাছিল।”

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

ছ’চিয়েল মিডিয়াত শিশুক যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰা কেনেকৈ সম্ভৱ? কেন্দ্ৰক জাননী উচ্চতম ন্যায়ালয়ৰ

September 11, 2026 11:32 am
দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

দিল্লীত মণিপুৰী সংগীত শিল্পীক প্ৰহাৰ কৰি হত্যা; স্মৃতিচাৰণ সভাত ক্ষোভ উজাৰিলে ৰাহুল গান্ধীয়ে!

September 11, 2026 10:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

কংগোৰ দুখন বিদ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড; ২৯ জন শিক্ষাৰ্থীৰ মৃত্যু, জ্বলি ভষ্মীভূত ৩০০টা গৃহ

September 11, 2026 2:44 pm
আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

আজি ধৰ্মঘট, একেৰাহে ৩ দিন বন্ধ থাকিব বেংক সেৱা; গ্ৰাহকৰ বাবে দুৰ্ভোগৰ আশংকা

September 11, 2026 12:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd