• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বাছ ট্ৰেজেডীঃ ছৌদি আৰৱত উপস্থিত ভাৰতৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 20, 2025 11:13 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় তীৰ্থযাত্ৰীৰ সৈতে সংঘটিত হোৱা মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ পিছত ছৌদি কৰ্তৃপক্ষৰ সমন্বয়ত সাহায্য প্ৰদান আৰু সাহায্য ব্যৱস্থাৰ তদাৰক কৰিবলৈ বুধবাৰে (১৯ নৱেম্বৰ, ২০২৫) ছৌদি আৰৱত উপস্থিত হয় ভাৰত চৰকাৰৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল।

অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যপাল ন্যায়াধীশ এছ আব্দুল নাজিৰৰ নেতৃত্বত গঠিত এই প্ৰতিনিধি দলটো মদীনাত উপস্থিত হোৱা বুলি ৰিয়াদত থকা ভাৰতীয় দূতাবাসে ছ’চিয়েল মিডিয়া পোষ্টত প্ৰকাশ কৰিছে।

Apply Now

ভাৰতৰ ৰাষ্ট্ৰদূত চুহেল খান, জেদ্দাত ভাৰতৰ কনছুলেট জেনেৰেল ফাহাদ ছুৰি আৰু ছৌদি বিদেশ মন্ত্ৰালয়ৰ বিষয়াসকলে প্ৰতিনিধি দলটোক গ্ৰহণ কৰে।

ইয়াত কোৱা হৈছে যে, “মদীনাত ভাৰতীয় উমৰাহ তীৰ্থযাত্ৰীৰ সৈতে সংঘটিত হোৱা মৰ্মান্তিক বাছ দুৰ্ঘটনাৰ পিছত ৰাজ্যপালগৰাকীয়ে ছৌদি আৰৱলৈ ভাৰতীয় প্ৰতিনিধি দল এটাৰ নেতৃত্ব দিছে, যাতে সম্পূৰ্ণ সহায় আগবঢ়াব পাৰে আৰু সাহায্য ব্যৱস্থাৰ তদাৰক কৰিব পাৰে।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সম্পাদক (চিপিভি এণ্ড অ’আইএ) অৰুণ কুমাৰ চেটাৰ্জীও এই প্ৰতিনিধি দলটোৰ অংশ।

মৃতকৰ অন্তিম অনুষ্ঠানতো অংশ লোৱাৰ সম্ভাৱনা আছে প্ৰতিনিধি দলটোৱে।

সোমবাৰে পুৱা (১৭ নৱেম্বৰ, ২০২৫) ছৌদি আৰৱৰ পবিত্ৰ চহৰ মাডিনাৰ সমীপত সংঘটিত হোৱা ভয়ানক বাছ দুৰ্ঘটনাত কেইবাজনো ভাৰতীয় উমৰা তীৰ্থযাত্ৰী নিহত হয়, যাৰ অধিকাংশই তেলেংগানাৰ।

পুৱা ১.৩০ বজাৰ ওচৰত তেল টেংকাৰৰ সৈতে সংঘৰ্ষ হোৱাৰ খবৰ পোৱা বাছখনত ৪০ জনতকৈ অধিক ভাৰতীয় যাত্ৰা কৰি আছিল আৰু নিহতসকলৰ অধিকাংশই ভাৰতীয় যেন দেখা গৈছে বুলি এদিন পূৰ্বে বিষয়াসকলে জনাইছিল। জানিব পৰা মতে বাছখন মক্কাৰ পৰা মদীনালৈ গৈ আছিল।

ভাৰতৰ দূতাবাস ৰিয়াদ আৰু ভাৰতৰ কনছুলেট জেনেৰেল জেদ্দাই স্থানীয় কৰ্তৃপক্ষৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি অৱশিষ্ট চিনাক্তকৰণ ক্ষিপ্ৰতাৰে কৰিছে।

ভাৰত চৰকাৰে মৃতকৰ পৰিয়ালক চৌদি আৰৱলৈ যাতায়তৰ সুবিধাও আগবঢ়াইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

কেৱল ভৌগোলিক মাপকাঠিৰে আৰাৱলীৰ পৰিসীমা নিৰ্ধাৰণ অসম্ভৱ: উচ্চতম ন্যায়ালয়ৰ কমিটীৰ প্ৰতিবেদন

September 6, 2026 3:16 pm
‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

‘মোৰ ঘৰলৈ আহা, তাৰপিছত…’, একাধিক শিক্ষাৰ্থীৰ বিস্ফোৰক অভিযোগ; অধ্যাপকৰ কাণ্ডত উত্তাল JNU

September 6, 2026 1:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

মানচিত্ৰত ভাৰতক কিয় সৰু দেখা যায়? প্ৰকৃত আকাৰ দেখুৱাব ‘ইকুৱেল আৰ্থে’

September 6, 2026 6:11 pm
দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

দেওবাৰৰ দুপৰীয়া নামি আহিল কাল অমানিশা! দিল্লীত খহি পৰিল ছাত্ৰাৱাস, ধ্বংসস্তূপৰ তলৰ পৰা ভাহি আহিছে কাতৰ আৰ্তনাদ

September 6, 2026 5:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd