• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কা-ক লৈ ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ, চোকা জৱাব বিদেশ মন্ত্ৰ্যালয়ৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 3, 2020 9:25 pm
supreme-court_of_India-570x320-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰে নাগৰিকত্ব সংশোধন আইন, ২০১৯ সন্দৰ্ভত ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰি আদালতখনত আৱেদন কৰিছে।

বিপৰীতে, ভাৰতীয় সংসদে পাছ কৰা আইন এখন সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে কৰা হস্তক্ষেপক সমালোচনা কৰিছে দেশৰ বিদেশ মন্ত্ৰ্যালয়ে।

Apply Now

মানৱ অধিকাৰ সংস্থাটোৰ আয়ুক্ত মিচেল বেচলেট জেৰিয়াই ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ ৪৮/১৪১ সিদ্ধান্তৰ অধীনত এই হস্তক্ষেপৰ আৱেদন কৰিছে।

কিন্তু সাৰ্বভৌম ভাৰতীয় সংসদে পাছ কৰা আইনখনৰ বিষয়টো ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি উল্লেখ কৰি সংস্থাটোক মন্ত্ৰ্যালয়ে চোকা প্ৰত্যুত্তৰ দিছে।

“আমি সজোৰে বিশ্বাস কৰো যে ভাৰতৰ সাৰ্বভৌমত্বৰে সম্পৰ্কিত বিষয়টোত কোনো বিদেশী পক্ষৰ আদালতত থিয় হোৱাৰ অধিকাৰ নাই,” বিদেশ মন্ত্ৰ্যালয়ৰ বিবৃতিত প্ৰকাশ।

মন্ত্ৰ্যালয়ে আইনখনক সাংবিধানিকভাৱে বৈধ বুলি উল্লেখ কৰি কয় যে ভাৰত বিভাজনৰ ট্ৰাজিডিৰ পৰা উদ্ভৱ হোৱা মানৱ অধিকাৰজনিত বিষয়ক প্ৰতি এই আইন ভাৰতৰ দীৰ্ঘদিনৰ ৰাষ্ট্ৰীয় প্ৰতিশ্ৰুতি।

মন্ত্ৰ্যালয়ে লগতে কয় যে ভাৰত এখন আইন মতে চলা গণতান্ত্ৰিক দেশ আৰু আমাৰ স্বতন্ত্ৰ ন্যায়পালিকাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে।

ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰে ইয়াৰ পূৰ্বেও আইনখনক মৌলিকভাৱে বৈষম্যমূলক বুলি অভিহিত কৰিছিল। কিন্তু দুৰ্ভগীয়া শৰণাৰ্থীসকলক নাগৰিকত্ব দিয়াটোক মানৱীয় পদক্ষেপ বুলি প্ৰশংসা কৰিছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ: পুনৰ দেশজুৰি প্ৰতিবাদৰ হুংকাৰ চিজেপিৰ

July 27, 2026 8:23 pm
‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

‘ককৰোচ’ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আৰু ছাত্ৰ আন্দোলনৰ মাজতে স্থগিত ৰখা হ’ল মুখ্য ন্যায়াধীশ সূৰ্য কান্ত উপস্থিত থাকিবলগীয়া স্মাৰক বক্তৃতা

July 27, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

বানৰ বিভীষিকাৰ মাজত কেনেদৰে সুৰক্ষিত ৰাখিব নিজকে আৰু পৰিয়ালক?

July 28, 2026 8:04 am
প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

প্ৰণৱ দলে আৰু আদিত চন্দ্ৰ ৰাভাৰ মুক্তিৰ দাবীত ডিফুত উত্তাল প্ৰতিবাদ: বানপানীক ৰাষ্ট্ৰীয় দুৰ্যোগ ঘোষণাৰ দাবী

July 27, 2026 8:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd