• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নাগৰিকত্ব সংশোধনী বিধেয়ক নতুনকৈ উত্থাপন কৰিব লোকসভাত! : বিধেয়ক বিৰোধী আন্দোলনৰ কি হ’ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
May 28, 2019 7:41 am
parliament-of-india
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ষষ্ঠদশ লোকসভা ভংগৰ লগে লগে ৰাজ্যসভাত গৃহীত নোহোৱাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ নিয়ম অনুসৰি সীমা উকলি (lapse) গ’ল। এতিয়া বিধেয়কখন গৃহীত কৰিবলৈ লোকসভাত পুনৰ নতুনকৈ উত্থাপন কৰিব লাগিব।

নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ লগতে তিন তালাক নিষিদ্ধ কৰা বিধেয়কখন বিগত চৰকাৰখনৰ যোৱা লোকসভা অধিৱেশনৰ বাজেট অধিৱেশনৰ সময়ছোৱাত ৰাজ্যসভাত গৃহীত কৰাবলৈ সক্ষম হোৱা নাছিল।

Apply Now

বৰ্তমান লোকসভাখনৰ কাৰ্যকাল অহা ৩ জুনত অন্ত পৰিব যদিও নিৰ্বাচনী প্ৰক্ৰিয়া সমাপ্ত হৈ যোৱাৰ পাছত ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে যোৱা শনিবাৰে নিম্ন সদনখন ভংগ কৰি দিয়ে। আনহাতে, সপ্তদশ লোকসভাৰ প্ৰথম অধিৱেশন অহা ৬ জুনত অনুষ্ঠিত হোৱাৰ কথা আছে।

নিয়ম অনুসৰি ৰাজ্যসভাত উত্থাপন হৈ পৰি থকা বিধেয়ক লোকসভা ভংগ হ’লেও নিষ্ক্ৰিয় হৈ নাযায়। কিন্তু লোকসভাই গৃহীত কৰা আৰু ৰাজ্যসভাত পৰি থকা বিধেয়ক নিষ্ক্ৰিয় হৈ পৰে।

ৰাজ্যসভাত চৰকাৰৰ পৰ্যাপ্ত সদস্য নোহোৱাৰ পৰিপ্ৰেক্ষিতত বিৰোধীয়ে বিধেয়ক দুখনৰ বিৰোধিতা কৰাৰ বাবে ৰাজ্যসভাত উত্থাপন কৰা নহ’ল।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা আহি পূৰ্বৰ ১২ বছৰৰ পৰিৱৰ্তে ৭ বছৰ ধৰি ভাৰতত বাস কৰি থকা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ আৰু পাৰ্ছীসকলক কোনো নথি পত্ৰ অবিহনে ভাৰতীয় নাগৰিকত্ব দিব বিচৰা হৈছে।

যোৱা ৮ জানুৱাৰিত শীতকালীন অধিৱেশনত বিধেয়কখন লোকসভাত গৃহীত কৰা হৈছিল যদিও পাছত ৰাজ্যসভাত গৃহীত কৰাত ব্যৰ্থ হয়।

বিধেয়কখনৰ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত তীব্ৰ প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছিল। ছাত্ৰ সংগঠন, বিভিন্ন ৰাজনৈতিক দল তথা সামাজিক-সাংস্কৃতিক সংগঠনে প্ৰতিবাদ সাৱ্যস্ত কৰিছিল আৰু অসম চুক্তিৰ ১৯৭১ চনৰ সীমা উলংঘা কৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰলৈকে ভাৰতলৈ অহা অ-মুছলমান সকলক নাগৰিকত্ব দিব বিচৰা কাৰ্যৰ বিৰোধিতা কৰিছিল।

বিধেয়ক বিৰোধী আন্দোলনৰ মাজতে অনুষ্ঠিত হোৱা লোকসভা নিৰ্বাচনত এইবাৰ বিজেপি দলে অকলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। আনহাতে, অতি সোনকালেই ৰাজ্যসভাতো বিজেপি আৰু ইয়াৰ সহযোগী দলে সংখ্যা গৰিষ্ঠতা লাভ কৰিব। তেনেক্ষেত্ৰত নাগৰিকত্ব সংশোধনী বিধেয়কখন গৃহীত কৰাৰ পথ সুচল হৈ পৰিব আৰু ইয়াৰ বিৰুদ্ধে হোৱা ৰাজপথৰ আন্দোলনৰো পৰিসমাপ্তি ঘটাৰ সম্ভাৱনা আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd