• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 17, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মুক্তিযোদ্ধাৰ পেন্সন বৃদ্ধিৰ সিদ্ধান্ত কেবিনেটৰ; ২০১৯’ বৰ্ষৰ বন্ধৰ তালিকাত অনুমোদন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 17, 2018 10:34 pm

1 min read

11-05-18-Guwahati-Chandra-Mohan-Patowary-press-conference-1

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ ফাইল ফটো

1.1k
VIEWS
Share on FacebookShare on Twitter

ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত সোমবাৰে অনুষ্ঠিত হোৱা ৰাজ্যিক কেবিনেটৰ বৈঠকত ৰাজ্যৰ মুক্তিযোদ্ধাসকলৰ পেন্সন ২০,০০০ টকাৰ পৰা ২১,০০০ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

বৈঠকৰ অন্তত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জানিব দিয়া মতে, কেবিনেটে ৰাজ্যখনত মাইক্ৰ এণ্ড স্মল এণ্টাৰপ্ৰাইজেছ ফেচিলেশ্যন কাউন্সিল গঠনৰ সিদ্ধান্তত অনুমোদন জনাইছে। উদ্যোগ বিভাগৰ আয়ুক্তগৰাকী এই কাউন্সিলৰ অধ্যক্ষ হ’ব।

তদুপৰি, কেবিনেটে ২০১৯’বৰ্ষৰ চৰকাৰী বন্ধৰ তালিকাখনতো অনুমোদন দিছে। অৱশ্যে, তালিকাখন এতিয়াও মুকলি কৰি দিয়া নাই।

আনহাতে, নগাঁও মৰাপাট কল পুনৰুজ্জীৱিত কৰাৰ বাবেও কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ বাবে চৰকাৰে নেশ্যনেল কোঅপাৰেটিভ ডেভেলপমেন্ট কৰ্পোৰেশ্যনৰ পৰা ৩২.৭২ কোটি টকাৰ ঋণ ল’ব।

চৰকাৰে কৃষকৰ ঋণ ৰেহাইৰ ক্ষেত্ৰতো সিদ্ধান্ত গ্ৰহণ কৰিছে। কৃষকসকলে কৃষি ঋণত ২৫ শতাংশ ৰেহাই পাব। কেবিনেটে লগতে কৃষকৰ বাবে ৪ শতাংশ পৰ্যন্ত সুতৰ হাৰ ৰেহাই আঁচনিত অনুমোদন জনাইছে।

কেবিনেটৰ সিদ্ধান্ত অনুসৰি কৃষকৰ উদ্গণিমূলক আঁচনিতো অনুমোদন জনাইছে য’ত কৃষকসকলক কে চি চিৰ অধীনত ঋণ লোৱাৰ বাবে ১০,০০০ টকা পৰ্যন্ত ৰাজ সাহায্যৰ সুবিধা লাভ কৰিব।

Recent News

Salman Khan

কৃষ্ণসাৰ হৰিণ হত্যাৰ গোচৰ : আদালতত অনুপস্থিত থাকি বিপদত অভিনেতা চলমান খান!

a modi

পুনৰ প্ৰধানমন্ত্ৰীৰ ৰূপত গৰিষ্ঠসংখ্যক দেশবাসীয়ে বিচাৰে মোদীক, সমীক্ষাত ম্লান পৰিল ৰাহুলৰ জনপ্ৰিয়তা

WhatsApp Image 2021-01-17 at 12.59.23 PM

গাব্বাত দুৰ্দান্ত প্ৰদৰ্শন নৱাগত তাৰকা শাৰ্দুল-সুন্দৰৰ; ভংগ কৰিলে ৩০ বছৰ পুৰণি অভিলেখ

WhatsApp Image 2021-01-17 at 11.51.37 AM

পুনৰ কৰ’নাৰ তাণ্ডৱ! চীনে ৫দিনৰ ভিতৰতে নিৰ্মাণ কৰিলে ১৫০০ কোঠাৰ হাস্পাতাল

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd