• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইটি খড়গপুৰত অসমৰ ছাত্ৰৰ মৃত্যু; ৰেগিঙৰ অভিযোগ পোৱাৰ পিছত কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰিছিল? প্ৰশ্ন উচ্চ ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 10, 2022 3:25 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এজন অভিযান্ত্ৰিক ছাত্ৰৰ ৰহস্যজনক মৃত্যুৰ সন্দৰ্ভত আইআইটি খড়গপুৰ কৰ্তৃপক্ষৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে উচ্চ ন্যায়ালয়। ফেব্ৰুৱাৰীতেই ৰেগিঙৰ কথা জনোৱা হৈছিল। তাৰপিছতো মেনেজমেণ্ট আৰু ৱাৰ্ডেনসকলে কি কৰি আছিল  সেয়া আদালতে জানিব বিচাৰে। আইআইটিৰ সঞ্চালকক প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে ১৪ অক্টোবৰত আইত-খড়গপুৰ হোষ্টেলৰ এটা বন্ধ কোঠাত তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ অসমৰ ফাইজান আহমেদৰ মৃতদেহ উদ্ধাৰ হৈছিল। তাৰ দুসপ্তাহৰ পিছত কৰ্তৃপক্ষই এটা তদন্ত সমিতি গঠন কৰে।

লগতে পঢ়ক: মালদ্বীপত ভয়াৱহ অগ্নিকাণ্ডত ৯ জন ভাৰতীয়সহ নিহত ১০ জন লোক

Apply Now

বৃহস্পতিবাৰে গোচৰটোৰ শুনানিৰ সময়ত কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰাজশেখৰ মান্থাই কয় যে এইটো আত্মহত্যা নে প্ৰৰোচিত আত্মহত্যা তাৰ তদন্ত কৰিব লাগিব। যদি ৰেগিঙৰ অভিযোগ প্ৰমাণিত হয় তেন্তে আদালতে এটা কঠোৰ সিদ্ধান্ত ল’ব।

বৃহস্পতিবাৰে পশ্চিম মেদিনীপুৰৰ আৰক্ষী অধীক্ষকে প্ৰতিবেদন দাখিল কৰিছিল। অতিৰিক্ত আৰক্ষী অধীক্ষকে সকলো দিশ চোৱা-চিতা কৰি ফাইজানৰ মৃত্যুৰ তদন্ত কৰিব।

ইপিনে, ন্যায়ধীশে কলকাতা এফএছএলৰ সঞ্চালকক ১৪ নৱেম্বৰৰ ভিতৰত ফাইজানৰ ভিচেৰা ৰিপ’ৰ্ট পশ্চিম মেদিনীপুৰৰ এছ পিলৈ প্ৰেৰণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়াধীশ ৰাজশেখৰ মান্থাই ফেচবুককো সহায় কৰিবলৈ নিৰ্দেশ দিছে। গোচৰটোৰ পৰৱৰ্তী শুনানি অহা ২২ নৱেম্বৰত হ’ব। বৃহস্পতিবাৰে তদন্তকাৰী বিষয়াজনো আদালতত উপস্থিত আছিল।

লগতে পঢ়ক: “দুৰ্নীতিগ্ৰস্ত লোকে দেশ ধ্বংস কৰিছে, তেওঁলোকৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাই’’ : উচ্চতম ন্যায়ালয়

যোৱা ১৪ অক্টোবৰত আইআইটি খড়গপুৰৰ লালা লাজপত ৰায় হলৰ এটা কোঠাত তৃতীয় বৰ্ষৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ফাইজান আহমেদৰ মৃতদেহ উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছিল। তাৰপিছতে প্ৰশ্ন উঠিছিল যে এজন ছাত্ৰ মৃত অৱস্থাত হোষ্টেলত পৰি থাকিল, আৰু আনকি তেওঁৰ শৰীৰটো পচিবলৈ আৰম্ভ কৰিলে অথচ কোনেও এইটো গমেই নাপালে?

আৰক্ষীয়ে গোচৰটোৰ সন্দৰ্ভত ২০ জন লোকক সোধা-পোছা কৰিছে। তেওঁলোকৰ বেছিভাগেই শিক্ষাৰ্থী আৰু লগতে সুৰক্ষা কৰ্মী আৰু হোষ্টেলৰ কৰ্মচাৰীও আছে।

অসমৰ তিনিচুকীয়াৰ বাসিন্দা ফাইজানৰ পিতৃ-মাতৃয়ে পুত্ৰৰ মৃতদেহ সংগ্ৰহ কৰিবলৈ অহাৰ সময়ত অভিযোগ কৰিছিল যে তেওঁলোকৰ পুত্ৰক হত্যা কৰা হৈছে। ফাইজানৰ দেউতাক চেলিম আহমেদ আৰু মাতৃ ৰেহানা আহমেদে ৩১ অক্টোবৰত তেওঁৰ পুত্ৰৰ মৃত্যুৰ চিআইডি তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল।

লগতে পঢ়ক: পঞ্জাৱত পুনৰ অঘটনঃ ৰাম ৰহিমৰ অনুগামীক গুলীয়াই হত্যা

উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন আৱেদনত তেওঁলোকে কৈছিল যে ফাইজান তেওঁলোকৰ একমাত্ৰ সন্তান। তেওঁৰ কেনেকৈ মৃত্যু হৈছিল সেয়া অন্তত: চিআইডি, চিবিআই বা বিশেষ অনুসন্ধানকাৰী দলে তদন্ত কৰিব লাগে। কিয়নো তেওঁলোকৰ পুত্ৰৰ মৃত্যুৰ বহুতো প্ৰশ্নৰ উত্তৰ পোৱা হোৱা নাই। হয়তোবা তেওঁক হত্যাই কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm
বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

মাজ আকাশত ৩০০ ফুট তললৈ নামিল এয়াৰ ইণ্ডিয়াৰ বিমান, তীব্ৰ টাৰ্বুলেন্সত আহত ১২ গৰাকী যাত্ৰী

August 4, 2026 4:00 pm
জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

জীয়াই আছে আং ছান ছু কি? অনুৰাগীৰ উদ্বেগ দূৰ কৰি ৫ বছৰৰ পাছত আত্মপ্ৰকাশ নোবেল বিজয়ী নেত্ৰীৰ

August 4, 2026 1:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

উন্নয়ন আৰু বহনক্ষমতা বিষয়ক বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন : মুখ্য বক্তা উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা

August 4, 2026 6:25 pm
বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

বাবৰি ধ্বংস ‘সুপৰিকল্পিত!’ প্ৰতিবেদন দাখিল কৰা প্ৰাক্তন ন্যায়াধীশ লিবাৰহানৰ দেহাৱসান, এক চৰ্চিত অধ্যায়ৰ যৌৱনিকা

August 4, 2026 4:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd