• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মৃত ব্যক্তিৰ বীৰ্যৰ অধিকাৰ সন্দৰ্ভত কলকাতা উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 23, 2021 11:11 am

1 min read

Calcutta-High-Court-Taxscan

কলকাতা উচ্চ ন্যায়ালয়।

254
VIEWS
Share on FacebookShare on Twitter

পুত্ৰৰ পিতৃত্বৰ অধিকাৰত পিতৃৰ কোনো দাবী থাকিব নোৱাৰে। শুকুৰবাৰে এগৰাকী থেলাছেমিয়া ৰোগীৰ পিতৃত্বৰ অধিকাৰ সন্দৰ্ভত ঐতিহাসিক ৰায় প্ৰদান কৰে কলকাতা উচ্চ ন্যায়ালয়ে।

এই ৰায়ে বিভিন্ন মহলত তুমুল চৰ্চা লাভ কৰিছে। উচ্চ ন্যায়ালয়খনৰ ন্যায়াধীশ সব্যসাচী ভট্টাচাৰ্যই ৰায়টোত কয়,’’কোনো মৃত ব্যক্তিৰ বীৰ্যৰ ওপৰত সকলোতকৈ প্ৰথমতে অধিকাৰ তেওঁৰ পত্নীৰ বাহিৰে কাৰো নহয়। কিয়নো সন্তান ধাৰণৰ পৰৱৰ্তী সিদ্ধান্ত তেওঁৰ ওপৰতে নিৰ্ভৰশীল।‘’

বাতৰি অনুসৰি, বৰ্তমান এগৰাকী ব্যক্তিয়ে তেওঁৰ মৃত পুত্ৰৰ সংৰক্ষিত বীৰ্যৰ ওপৰত অধিকাৰ বিচাৰি আদালতৰ দ্বাৰস্থ হয়।

দীৰ্ঘদিন পূৰ্বে থেলাছেমিয়া আক্ৰান্ত হৈ মৃত্যু হোৱা ব্যক্তিগৰাকীৰ দিল্লীৰ এখন প্ৰাইবেট হাস্পাতলত চিকিৎসাধীন হৈ আছিল।

চিকিৎসাধীন অৱস্থাতে তেওঁৰ বংশলতা আগবঢ়াই নিয়াৰ বাবে বীৰ্য সংৰক্ষণত অনুমতি দিয়ে। বৰ্তমান সেই মৃত ব্যক্তিগৰাকীৰ পিতৃত্বৰ অধিকাৰক লৈ সংঘাত আৰম্ভ হয়।

উক্ত গোচৰৰ শুনানি গ্ৰহণ কৰি কলকাতা উচ্চ ন্যায়ালয়ে এই ঐতিহাসিক ৰায় দিয়ে। ন্যায়ালয়খনৰ মুখ্য ন্যায়াধীশে জানিবলৈ দিয়ে যে সংৰক্ষিত বীৰ্য গৰ্ভধাৰণৰ বাবে মৃত ব্যক্তিৰ পত্নী বা আন কাৰোবাক দিব পৰা যাব যদিও সকলোৰে আগত মৃতকৰ পত্নীৰ অনুমতি লাগিব।

এইক্ষেত্ৰত পিতৃ-পুত্ৰৰ সম্পৰ্কৰ খেও ধৰি মৃত ব্যক্তিৰ পিতৃত্বৰ অধিকাৰ কোনো ধৰণে পৰিয়ালে হস্তক্ষেপ কৰিব নোৱাৰে।

Recent News

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

Hagrama-Mohilary-1

বিজেপি সংগ ত্যাগ বিপিএফৰ : কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটত যোগ দিব হাগ্ৰামাৰ বিপিএফ-এ

index.jpgbbb

মন্ত্ৰী অতুল বৰাক প্ৰত্যাহ্বান জনাব প্ৰণৱ দলেই! : ব্যতিক্ৰমী প্ৰচাৰেৰে চৰ্চা লাভ নিৰ্দলীয় প্ৰাৰ্থীগৰাকীৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd