• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মানস অভয়াৰণ্যত চলি থকা শেহতীয়া জৰীপত বিৰল প্ৰজাতিৰ জীৱ আৱিষ্কাৰ

এন ই নাও by এন ই নাও
November 26, 2018 4:28 pm
maxresdefault

‘গ্ৰে পীক’ক ফীজেণ্ট’

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেমেৰা ট্ৰেপিং (দূৰ নিয়ন্ত্ৰিত ব্যৱস্থাৰে ফটো তোলা) পদ্ধতিৰ জৰিয়তে প্ৰথমবাৰৰ বাবে চলোৱা এটা জৰীপত মানস ৰাষ্ট্ৰীয় উদ্যানত থকা জৈৱ বৈচিত্ৰৰ প্ৰাচুৰ্যৰ কথা গম পোৱা গৈছে।

নৱেম্বৰৰ ১০ তাৰিখে আৰম্ভ কৰা এই জৰীপ অহা বৰ্ষৰ জানুৱাৰি মাহৰ ৩১ তাৰিখে সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে। এই জৰীপটো চিৰাং বন সংমণ্ডল আৰু নিউ হৰাইজন নামৰ এটা বেচৰকাৰী সংস্থাৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী সংস্থাই সম্পন্ন কৰিছিল।

Apply Now

উল্লেখ্য যে ২০১৬ৰ অসম চৰকাৰে আনুষ্ঠানিকভাৱে অন্তিম গেজেট নটিফিকেশ্যন জাৰি আৰু স্বাক্ষৰ কৰাৰ পাছত অধুনালুপ্ত মানস সংৰক্ষিত বনাঞ্চলৰ ৩৫০ বৰ্গ কিঃমিঃ এলেকাক আনুষ্ঠানিকভাৱে মানস ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰথম সংযোজন হিচাপে ঘোষণা কৰা হয়।

ৰাষ্ট্ৰীয় উদ্যানখনৰ এই সংযোজনটো অৰণ্যখনৰ পূব অংশত অৱস্থিত আৰু ইয়াৰ পাৰিপাৰ্শিক অৱস্থা অধ্যয়নৰ বাবে জৰীপ  আৰম্ভ কৰা হৈছে। এই জৰীপে ভৱিষ্যতৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনত বন্যপ্ৰাণী সংৰক্ষণৰ কৌশল অৱলম্বন কৰাত এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

টেলিগ্ৰাফ কাকতত প্ৰকাশিত এটা প্ৰতিৱেদনত প্ৰকাশ পাইছে যে নতুনকৈ গঠন কৰা ৰাষ্ট্ৰীয় উদ্যানখনত এনে ধৰণৰ এইটো প্ৰথম জৰীপ।

ar7q2022_b.c.
ব্লেক ষ্টৰ্ক

কেমেৰা ট্ৰেপৰ ফটোত বিৰল প্ৰজাতিৰ ‘গ্ৰে পীক’ক ফীজেণ্ট’ নামৰ ম’ৰা পৰিয়ালৰ (Phasianidae)আৰু ‘ব্লেক ষ্টৰ্ক’ নামৰ বগলী পৰিয়ালৰ (ciconiidae) চৰাইৰ উপস্থিতি ধৰা পৰিছে। এই চৰাই দুটি মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাবে অতি মূল্যৱান হিচাপে পৰিগণিত হৈছে।

এই প্ৰজাতি দুটাৰ উপৰিও এছিয়ান হাতী, গোধাফুটুকী বাঘ, সোণালী বান্দৰ, বনৰীয়া কুকুৰ, ভাৰতীয় গৌৰ, নাহৰফুটুকী বাঘ,  কেকোৰা কোৱা নেউল, ছম্বৰ, বাৰ্কিং ডিয়েৰ আৰু হগ ডিয়েৰ আদি প্ৰজাতিৰ প্ৰাণী কেমেৰা ট্ৰেপিঙৰ ফটোত ধৰা পৰিছে।

ভৰতীয় বন্যপ্ৰাণী ন্যাসৰ সমন্বয়ক ভস্কৰ চৌধুৰীয়ে কৈছে, ‘‘কেমেৰা ট্ৰেপিঙত এলেকাটোৰ সম্পদশালী জৈৱ বৈচিত্ৰৰ কথা ধৰা পৰিছে। এই ক্ষেত্ৰত নীতি নিৰ্ধাৰক আৰু বিধায়কসকলে এই প্ৰজাতিসমূহক ভৱিষ্যতৰ প্ৰজন্মৰ বাবে সংৰক্ষণ কৰাৰ ক্ষেত্ৰত মনোযোগ দিব লাগে।

তেওঁ আৰু কৈছে যে জৰীপ সপূৰ্ণ হোৱালৈকে আৰু অধিক প্ৰজাতিৰ প্ৰাণীৰ উপস্থিতি ধৰা পৰাৰ সম্ভাৱনা আছে।

হিমালয়ৰ পাদদেশত অৱস্থিত মানস ৰাষ্ট্ৰীয় উদ্যানত বৈচিত্ৰপূৰ্ণ আৰু বিৰল প্ৰজাতিৰ প্ৰাণী আৰু উদ্ভিদ আছে। এই উদ্যানখন পপশ্চিম ৰেঞ্জ (পানবাৰীৰ ওচৰত), কেন্দ্ৰীয় ৰেঞ্জ (বৰপেটাৰোডৰ ওচৰৰ বাঁশবাৰী),  আৰু পূৰ্বীয় (পাঠশালাৰ ওচৰৰ ভূঞাপাৰা) ৰেঞ্জত বিভক্ত।

এন ই নাও

এন ই নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm
ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

দীপাৱলিৰ পূৰ্বে ৰাহুল গান্ধীৰ ৰেলী! ১০ হাজাৰ কোটি টকাৰ লোকচানৰ আশংকাত দিল্লীৰ ব্যৱসায়ীৰ পত্ৰ

October 27, 2026 2:55 pm
ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

ছ’চিয়েল মিডিয়াত ২১ লাখ ফ’ল’ৱাৰ, কিন্তু নিৰ্বাচন খেলি মুঠ ৩৩টা ভোট পালে ‘কন্টেন্ট ক্ৰিয়েটৰ’য়ে!

October 27, 2026 2:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

অনুজ্ঞাপত্ৰ থকা পিষ্টল লৈ পাঁচজনক হত্যা! ঘনকান্তৰ হাতত নাগালেণ্ডৰ অনুজ্ঞাপত্ৰ কেনেকৈ? প্ৰশ্নৰ আৱৰ্তত অসম চৰকাৰৰ অস্ত্ৰ নীতি

October 27, 2026 6:16 pm
ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

ভাৰত এৰিবলৈ মাত্ৰ দুদিন! তাৰ আগতে অভিনেতা ইমৰান খানৰ গোচৰৰ শুনানি পিছুৱালে বোম্বে উচ্চ ন্যায়ালয়ে

October 27, 2026 4:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd