• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধ্বংসৰ গৰাহত ডবকাস্থিত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন বঙলা

নিখিল মুন্দ্ৰা by নিখিল মুন্দ্ৰা
October 10, 2018 6:51 pm
IMG-20181010-WA0006
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোজাই জিলাৰ ডবকাত নাই কোনো চৰকাৰী অতিথিশালা৷ ডবকাত  গড়কাপ্তানি বিভাগৰ (গ্ৰাম্য পথ সংমণ্ডল) এটা পৰিদৰ্শন বঙলা আছে৷ সেই ভৱনতে বিভাগটোৰ বিষয়া-কৰ্মচাৰীৰ লগতে বাহিৰৰ পৰা অহা চৰকাৰী বিষয়া-কৰ্মচাৰীসকল থাকে৷ প্ৰয়োজনত জিৰণি লয়৷

কিন্তু দুৰ্ভাগ্যজনকভাৱে এই অতিথিশালাটোৰ অৱস্থাই আজি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰিছে৷ বিভাগৰ চোৱা-চিতা আৰু ৰক্ষণাবেক্ষণৰ অভাৱত গৃহটো জহি-খহি যোৱাৰ উপক্ৰম হোৱাৰ লগতে চৌহদৰ সীমাৰ দেৱালৰ কোন কাহানিবাই চিন-মোকাম নাইকীয়া হৈছে৷ চৌহদৰ সীমাৰ দেৱাল নথকাত গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱনটো এতিয়া উদঙীয়া গৰু-ছাগলীৰ আশ্ৰয়স্থলত পৰিণত হৈছে৷ এই বঙলাটোৰ চোৱাচিতাৰ বাবে এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী আছে যদিও বিভাগীয় অৱহেলাৰ পৰিণতিত পৰিদৰ্শন বাংলোটোৰ দুৱাৰ-খিৰিকী খহি পৰাৰ উপক্ৰম হৈছে৷

Apply Now

প্ৰাচীন ডবকাৰ গৌৰৱময় ঐতিহ্যক বহন কৰা পৰিদৰ্শন বঙলাটোত সম্প্ৰতি পানীৰ কোনো সুব্যৱস্থা নাই৷ সেয়ে কেতিয়াবা বাহিৰৰ পৰা কোনো চৰকাৰী বিষয়া-কৰ্মচাৰী বঙলাটোলৈ আহিলে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীগৰাকীয়ে দূৰৰ পৰা বাল্টিৰে পানী কঢ়িয়াই আনি দিবলগীয়া হয়৷

জানিব পৰা মতে পৰিদৰ্শন বঙলাটোৰ  চৌহদত নাই পানীৰ ব্যৱস্থা, নাই পানীৰ টেংকী৷ এনে এক অৱস্থালৈ পৰ্যবসিত হোৱা ভৱনটোৰ সুৰক্ষাৰ ক্ষেত্ৰত নীৰৱ চৰকাৰী বিভাগৰ লগতে স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমল। অগপ-বিজেপিৰ দখলত থকা ডবকা নগৰ সমিতিও এই ক্ষেত্ৰত উদাসীন। পূৰ্বে ডবকাত যিকোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান, সভা-সমিতিৰ বাবে গড়কাপ্তানি বিভাগৰ এই পৰিদৰ্শন বঙলাটোৰ চৌহদ ব্যৱহাৰ কৰা হৈছিল যদিও এতিয়া চৌহদৰ সীমাৰ দেৱাল খহি সৰ্বত্ৰে এক কদৰ্যময় পৰিৱেশ সৃষ্টি হৈছে৷ এনে অৱস্থাৰ পৰা পৰিদৰ্শন বঙলাটো ৰক্ষা কৰিবলৈ স্থানীয় বিধায়ক আব্দুৰ ৰহিম আজমল, গড়কাপ্টানী মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আগবাঢ়ি আহিবনে?

নিখিল মুন্দ্ৰা

নিখিল মুন্দ্ৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

মাত্ৰ ৩০ টা বলতে শতক অৰ্জন কৰি ৰোহিত শৰ্মাৰ অভিলেখ ভংগ কৰিলে অভিষেক শৰ্মাই

September 18, 2026 8:41 am
ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

ছ’মাহতে মোহভংগ! ‘প্ৰতাৰক’ পৃথ্বীৰ সৈতে সম্পৰ্ক ভাঙিলে ছ’চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰে

September 18, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্ম দিনৰ দিনাই বজালী জিলা কংগ্ৰেছৰ সভাপতি গুপ্ত মনি শৰ্মাৰ বিশ্ব ফাঁকিবাজ দিৱস পালন

September 18, 2026 10:40 am
ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

ভাৰতৰ শিক্ষা খণ্ডত স্বাধীনতা ‘অত্যন্ত নিয়ন্ত্ৰিত’, দাবী কৰা হৈছে প্ৰতিবেদনত

September 18, 2026 9:41 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd