• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষক আন্দোলন : সমৰ্থন জনালে কানাডা, ফ্ৰান্সকে ধৰি বহুকেইখন দেশৰ মানৱ অধিকাৰ সংগঠনে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 28, 2021 7:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কানাডা, ফ্ৰান্সকে ধৰি ইউৰোপৰ বহুকেইটা শ্ৰমিক, মানৱ অধিকাৰ সংগঠন আৰু নাগৰিক সমাজে ভাৰতৰ কৃষক আন্দোলনলৈ সমৰ্থন জ্ঞাপন কৰিছে।

এটা যুটীয়া বিবৃত্তিযোগে তেওঁলোকে কয় যে ভাৰত চৰকাৰৰ কৃষি আইনকেইখনৰ খচৰা প্ৰস্তুত কৰোতে কৃষকসকলৰ কোনো প্ৰতিনিধিৰ স’তে কোনোধৰণৰ আলাপ-আলোচনা কৰা হোৱা নাছিল, আইনকেইখন দশক দশকধৰি বিভিন্ন চৰকাৰসমূহে প্ৰদান কৰি অহা প্ৰতিশ্ৰুতিসমূহৰ বিপৰীতে গৈছে।

Apply Now

সংগঠনসমূহে কয় যে আইন তিনিখনে বৃহৎ কৰ্পোৰেট শক্তিক চিধা-চিধিকৈ লাভান্বিত কৰিব, কিন্তু কৃষকসকলক লোকচান কৰিব।

‘‘চৰকাৰ আৰু ইয়াৰ প্ৰপাগাণ্ডা মেচিনটোৱে কৃষকসকলৰ দাবীসমূহৰ সমাধানৰ বাবে মনোযোগ নিদি প্ৰতিবাদটোক ধ্বংস কৰিব বিচাৰিছে’’- সংগঠনসমূহে আক্ষেপ প্ৰকাশ কৰে।

সমগ্ৰ বিশ্বৰ বাবেই কৃষক আন্দোলনটো এটা গৌৰৱপূৰ্ণ উদাহৰণ বুলি অভিহিত কৰি বিবৃত্তিটোত সংগঠনসমূহে কয় যে প্ৰতিবাদকাৰী কৃষকসকলৰ বীৰত্ব আৰু বলিদান সংগঠনসমূহৰ বলিষ্ঠ সমৰ্থন আৰু অশেষ কৃতজ্ঞতা লাভ কৰাৰ যোগ্য।

সংগঠনসমূহে মোদী চৰকাৰক ভাৰতৰ ইতিহাসৰ আটাইতকৈ কৰ্প’ৰেটৰ স্বাৰ্থত কাম কৰা চৰকাৰ বুলি অভিহিত কৰে।

আন্দোলনটোৰ বিশ্লেষণাত্মক মন্তব্য আগবঢ়াই সংগঠনকেইটাই কয় যে প্ৰতিবাদত পুৰুষৰ সমানেই নাৰীৰ অংশগ্ৰহণে উত্তৰ ভাৰতৰ পিতৃতান্ত্ৰিক ব্যৱস্থাক নাকচ কৰিছে।

বিবৃত্তিটোৰ শেষত সংগঠনকেইটাই কৃষি আইনকেইখন বাতিল কৰিবলৈ ভাৰত চৰকাৰৰ আগত দাবী জনায়।

হিন্দুজ ফৰ হিউমেন ৰাইটছ, কানাডিয়ান লেবাৰ কংগ্ৰেছ, কানাডিয়ান ইউনিয়ন অৱ প’ষ্টেল ৱৰ্কাৰ্ছ, কানাডিয়ান ইউনিয়ন অৱ পাব্লিক এম্প্ল’য়ীজ, আম্বেদকাৰীট বুদ্ধিষ্ট এচ’চিয়েচন অব টেক্সাছকে প্ৰায় পঞ্চাশটাকৈ সংগঠনে বিবৃত্তিটোত নিজৰ নামসমূহ সন্নিৱিষ্ট কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

‘সেই মানুহজনে আৰু কেতিয়াও মুকলি আকাশৰ তলত সূৰ্যৰ পোহৰ নেদেখিব’: ধৰ্ষণকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহি নাবালিকালৈ আৱেগিক চিঠি ন্যায়াধীশৰ

September 29, 2026 7:01 pm
আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

আৰক্ষীৰ ভুলৰ বাবেই জামিন লাভ কৰিলে জুবিন গাৰ্গৰ দুই দেহৰক্ষী পৰেশ আৰু নন্দেশ্বৰে

September 29, 2026 5:27 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

নগাঁও-কাৰ্বি আংলং সীমান্তত অবৈধ শিল কুঁৱাৰী : শিল খহি যুৱকৰ মৃত্যু

September 29, 2026 9:31 pm
হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

হিমন্ত বিশ্ব শৰ্মাই বিপদত পৰিলেই বদৰুদ্দিন আজমলক ‘১০৮ এম্বুলেন্স’ৰ দৰে মাতি আনে : গৌৰৱ গগৈ

September 29, 2026 8:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd