DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 25, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কৃষকৰ স্বাৰ্থতকৈ পদবী ডাঙৰ নহয়, সত্যৰ পক্ষত ৰাজ্যপাল সত্যপাল মালিক

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2021 2:55 pm
MALIK-750x375
2.1k
VIEWS
Share on FacebookShare on Twitter

প্ৰায় চাৰি মাহ ধৰি তিনি খনকৈ কৃষি আইন বাতিল কৰাৰ দাবীত দিল্লীৰ সীমান্তত আন্দোলন কৰি থকা কৃষকৰ বিপক্ষে বলীউডৰ বহু শিল্পীৰ লগতে মন্ত্ৰী-বিধায়কে মন্তব্য কৰি অহাৰ সময়তে এইবাৰ কৃষকৰ পক্ষত থিয় দিছে মেঘালয়ৰ ৰাজ্যপাল সত্যপাল মালিকে।

চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে গৈ কৃষকৰ পক্ষত থিয় দিয়াৰ পৰিণাম অতি ভয়াৱহ হ’ব বুলি জানিও মালিকে কৃষকৰ পক্ষতে থাকিব বুলি ঘোষণা কৰিছে।

সত্য পাল মালিকে কৈছে যে আন্দোলন কৰি থকা কৃষকসকলে যাতে খালী হাতে ঘৰলৈ ঘূৰি যাবলগীয়া নহয় সেয়া চৰকাৰে নিশ্চিত কৰিব লাগিব।

ৰাজ্যপালৰ দৰে পদ হেৰুৱালেও তেওঁ কৃষকৰ পক্ষত মাত মাতি যাব বুলি মালিকে স্পষ্ট কৰি দিছে।

উল্লেখ্য কিছুদিন পূৰ্বে কৃষকৰ পক্ষত কথা কৈ চৰকাৰৰ ৰোষত পৰিছিল মেঘালয়ৰ ৰাজ্যপালগৰাকী।

কৃষকৰ দাবী চৰকাৰে মানি নল’লে গেৰুৱা দলটো ব্যাপক ক্ষতিৰ সন্মুখী হ’ব বুলি মালিকে মন্তব্য কৰে।

মালিকৰ এনে মন্তব্যৰ পিছতে শলঠেকত পৰিছে কেন্দ্ৰত শাসনাধিষ্ঠিতিত বিজেপি চৰকাৰ।

সেইবাবেই চৰকাৰে মেঘালয়ৰ ৰাজ্যপালগৰাকীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পূৰ্ণ সম্ভাৱনা আছে।

চৰকাৰৰ যিকোনো পদক্ষেপৰ বাবে সাজু আছো বুলি মন্তব্য কৰি মালিকে কয়—‘কৃষকৰ দুখ আৰু মই সহ্য কৰিব নোৱাৰা হৈ পৰিছো।তেওঁলোকৰ সমস্যা শীঘ্ৰে চৰকাৰে সমাধান কৰা উচিৎ’।

Recent News

Cop suicide After Firing Colleague

প্ৰথমে মহিলা সতীৰ্থলৈ গুলীচালনা; তাৰ পিছত নিজকে গুলীয়াই হত্যা আৰক্ষী পৰিদৰ্শকৰ

Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

Rape and murder! মৰিয়নীত ধর্ষণ কৰি হত্যা! অৰ্ধনগ্ন অৱস্থাত মাতৃ-কন্যাসহ পিতৃৰ মৃতদেহ উদ্ধাৰ

TU Recruitment 2022

Assam Career : তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যাপকৰ পদ খালী, কিদৰে কৰিব আবেদন?

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Uddhav Thackeray’s warning নিজৰ দেউতাৰ নাম ব্যৱহাৰ কৰক, মোৰ দেউতাৰ নহয়ঃ বিদ্ৰোহী শিৱসেনাৰ বিধায়কক সকিয়ালে উদ্ধৱ থাকৰেই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd