DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ধৰ্মীয় বিদ্বেষ বিয়পোৱাৰ অভিযোগ! : অভিনেত্ৰী কংগণা ৰানাৱাটসহ ভগ্নীৰ বিৰুদ্ধে FIR পঞ্জীয়ন কৰাৰ নিৰ্দেশ মুম্বাই আদালতৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
October 17, 2020 3:30 pm
index.jpg
296
VIEWS
Share on FacebookShare on Twitter

বান্দ্ৰাৰ দণ্ডাধীশ মেট্ৰ’পলিটান আদালতে বলিউদৰ অভিনেত্ৰী কংগণা ৰানাৱাট আৰু ভগ্নী ৰংগুলী চাণ্ডেলৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়নৰ নিৰ্দেশ দিছে।

উল্লেখ্য যে কংগণা আৰু ভগ্নী ৰংগুলীৰ চাণ্ডেলে টুইটাৰৰ যোগে দুই ধৰ্মীয় সম্প্ৰদায়ৰ মাজত ‘ঘৃণা আৰু বিদ্বেষ’ বিয়পাই উত্তেজনাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগত দাখিল কৰা এজাহাৰ পঞ্জীয়ন কৰিবলৈ আদালতে নিৰ্দেশ দিছে।

মুম্বাইৰ এগৰাকী কাষ্টিটং পৰিচালক তথা ফিটনেছ ট্ৰেইনাৰ মুন্নাৱাৰালী চাইদে ইতিমধ্যে দুই ভগ্নীয়ে দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত বিভাজনৰ বীজ সিঁচি দিয়াৰ প্ৰয়াস কৰাৰ বুলি এক অভিযোগ দাখিল কৰিছিল।

মুম্বাই আদালতৰ মেজিষ্ট্ৰেট জয়দেউ খুলেই কয় যে অভিযুক্তৰ বিৰুদ্ধে বৈদ্যুতিন আৰু সামাজিক মাধ্যম তথা টুইটাৰত আপত্তিজনক সাক্ষাৎকাৰ আৰু পোষ্ট কৰাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই অভিযোগসমূহ বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা অনুসন্ধান কৰাতো প্ৰয়োজন বুলি কৈ উক্ত এজাহাৰ পঞ্জীয়ন কৰা নিৰ্দেশ জাৰি কৰিছে।

চাইদে কংগণা আৰু তেওঁৰ ভগ্নীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১৫৩এ, ২৯৫এ, ১২৪সহ ৩৪ ধাৰাত অভিযোগ দাখিল কৰিছিল।

উল্লেখ্য যে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সময়ৰে পৰা কংগণাই সামাজিক মাধ্যমৰ যোগেদি যথেষ্ট বিতৰ্কিত মন্তব্য কৰি আহিছে।

আনকি কংগণাই শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা কৃষি আইনক বিৰোধ কৰা দেশৰ কৃষকসকলকলৈও বিৰূপ মন্তব্য কৰা দেখা গৈছিল।

Recent News

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

Unique Art Works: তাঁতশালত শিল্পকর্মৰ অপূৰ্ব নিদৰ্শন; তামুলপুৰৰ যুৱক বিজয়ে প্ৰশংসা বুটলিছে স্বাভিমানী অসমীয়াৰ

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

School with a difference: ব্যক্তিগত বিদ্যালয়ৰ লগত সমানে ফেৰ মাৰি জিলিকি উঠিছে টীয়কৰ চমুৱা গছপুৰীয়া প্ৰাথমিক বিদ্যালয়

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

এআইচিটিই আইডিয়া লেব লাভ কৰা উত্তৰ-পূবৰ প্ৰথমখন প্ৰতিষ্ঠান হ’ল জিআইএমটি-গুৱাহাটী

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

মনোৰম প্ৰাকৃতিক পৰিৱেশৰ সলনি উত্তৰ পূব মৰুভূমি হোৱাটো বিচাৰে নেকি ভাৰত চৰকাৰে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd