• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ভাৰত ৰত্ন’ক অসন্মান : জুবিন গাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল

এন ই নাও নিউজ by এন ই নাও নিউজ
January 26, 2019 3:03 pm
zubeen_story_647_041517025641
3.6k
VIEWS
Share on FacebookShare on Twitter

জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ বিৰুদ্ধে ‘ভাৰত ৰত্ন বঁটা’ সম্পৰ্কত কৰা অশোভনীয় শব্দ ব্যৱহাৰ কৰি অসন্মান প্ৰদৰ্শন কৰাৰ বাবে এখন এজাহাৰ দাখিল কৰা হৈছে।

ভাৰতীয় জনতা দলৰ কিষাণ মৰ্চাৰ ৰাজ্যিক উপসভাপতি সত্য ৰঞ্জন বৰাই লংকা আৰক্ষী থানাত শিল্পীগৰাকীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছে। সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰদান কৰা ‘’ভাৰত ৰত্ন বঁটা’’ক অসন্মান কৰাৰ লগতে ৰাজহুৱা মঞ্চত জুবিনে কৰা অশোভনীয় আচৰণৰ অভিযোগ আনি এই এজাহাৰ দাখিল কৰা হৈছে।

আনহাতে, উক্ত এজাহাৰৰ ভিত্তিত লংকা থানাই ভাৰতীয় দণ্ডবিধিৰ ২৯৪/৫০০/৫০৬ ধাৰাৰ অধীনত আৰু ৬৭ আই টি এক্টৰ অধীনত ৩৫/২০১৯ নম্বৰত এটা গোচৰ ৰুজু কৰিছে।

051f2200-4df1-4243-ae94-d8ff06a18b5b
জুবিনৰ বিৰুদ্ধে লংকা থানাত দাখিল কৰা এজাহাৰখন।

ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত কণ্ঠশিল্পী জুবিন গাৰ্গে তেওঁ শেহতীয়াকৈ মুকলি কৰা ‘পলিটিক্স নকৰিবা বন্ধু’ গীতটি গাই থকাৰ মাজতে ভাৰত ৰত্ন বঁটা সন্দৰ্ভত ‘অসাংবিধানিক শব্দ’ ব্যৱহাৰ কৰিছিল।

উল্লেখযোগ্য যে শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন মৰণোত্তৰভাৱে সুধাকণ্ঠ ভূপেন হাজৰিকাক প্ৰদান কৰিছিল। দেশৰ আন দুগৰাকী বিশিষ্ট ব্যক্তি ভূতপূৰ্ব ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী আৰু বিখ্যাত সমাজকৰ্মী নানাজী দেশমুখৰ লগতে ড০ ভূপেন হাজৰিকালৈয়ো এই সন্মান আগ বঢ়োৱা হয়।

আনহাতে, শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ৰ মুকলি বিৰোধিতা কৰি অহা জুবিন গাৰ্গে বিজেপি চৰকাৰকো তীব্ৰ সমালোচনা কৰি আহিছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd