• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰয়াত কবি চৈয়দ আব্দুল মালিকক মোগলৰ প্ৰেমিক সজোৱা ৰূপা ৰাণী ভূঞাৰ বিৰুদ্ধে গোচৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 22, 2020 12:36 pm
5.2k
VIEWS
Share on FacebookShare on Twitter

অসমৰ যশস্বী কবি, সাহিত্যক প্ৰয়াত চৈয়দ আব্দুল মালিক চাহাবৰ ‘’মই অসমীয়া” নামৰ অসমৰ জাতীয় জীৱনৰ লগত জড়িত বিখ্যাত কবিতাটোৰ কিছু নিদিষ্ট শাৰী সামাজিক প্ৰচাৰ মাধ্যমত প্ৰচাৰ কৰি তেওঁক অসম আক্ৰমনকাৰী মোগলৰ প্ৰেমিক ৰূপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা ৰূপা ৰাণী ভূঞাৰ বিৰুদ্ধে মহানগৰীৰ হাতীগাঁও থানাত এজাহাৰ দাখিল কৰা হৈছে।

মঙ্গলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ভূঞাৰ বিৰুদ্ধে আজি সদৌ অসম গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদে হাতীগাঁও থানাত এক গোচৰ তৰে।

‘কবিতাটিৰ সম্পুৰ্ণকৈ নিদি প্ৰথিতযশা সাহিত্যিক গৰাকীৰ সৃষ্টিৰাজিক সমাজত হেয় প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰি ২১/০৪/২০২০ তাৰিখে সামাজিক প্ৰচাৰ মাধ্যম ফেচবুকত ৰুপা ৰাণী ভুঞা নামৰ মংগলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা গৰাকীয়ে পষ্ট দিযে। উক্ত প’ষ্ট কেইটাত বহু লোকে কবি, সাহিত্যিক গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰা আমাৰ দৃষ্টিগোছৰ হৈছে। তাৰোপৰি সেই পোষ্টৰ গইনালৈ আন বহুলোকে পৰৱৰ্তী সময়ত পষ্ট কৰি সাম্প্ৰদায়িক বিষবাস্প বিয়পাই সমাজত অশান্তি সৃষ্টি কৰিব বিচাৰিছে ।‘ এজাহাৰত এইদৰে উল্লেখ কৰে ইছমাইল আলিয়ে।

আলিয়ে প্ৰবক্তাগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি বিহিবলৈ হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াক আহ্বান জনায়।

উল্লেখযোগ্য যে, প্ৰবক্তাগৰাকীয়ে প্ৰয়াত কবিগৰাকীৰ ‘মই অসমীয়া’ কবিতাটিৰ কিয়দাংশ এখন ফটোৰে সৈতে আপলোড কৰি লিখিছিল ‘#অতি জৰুৰী

#চৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ #মোগল বন্দনাৰ

এই কবিতাটোৰ অংশ টোৰ কোনোবাই প্ৰসংগ সংগতি দৰ্শাই ব্যখ্যা কৰিব পাৰিবনে ?

অতি জৰুৰী, এবাৰ পঢ়ক

#অতি জৰুৰী

#চৈয়দ আব্দুল মালিক ডাঙৰীয়াৰ #মোগল বন্দনাৰ

এই কবিতাটোৰ অংশ টোৰ কোনোবাই প্ৰসংগ সংগতি দৰ্শাই ব্যখ্যা কৰিব পাৰিবনে ?

অতি জৰুৰী, এবাৰ পঢ়ক।

উল্লেখ্য যোৱা ২০ এপ্ৰিলত প্ৰৱক্তাগৰাকীয়ে এটা ফ’টো প’ষ্টৰ জৰিয়তে ছৈয়দ আব্দুল মালিকক সাম্প্ৰাদিয়ক মনোবৃত্তিৰ সাহিত্যিক সজোৱাৰ বাবে অপচেষ্টা কৰা দেখা গৈছিল।

Recent News

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

আমেৰিকাৰ ছিনেটত মাত্ৰ এটা ভোটত গৃহীত ট্ৰাম্পৰ বিতৰ্কিত কৰ আৰু ব্যয় কৰ্তন বিধেয়ক

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত পাকিস্তানৰ অধ্যক্ষতা! চিন্তাৰ বিষয় হ’ব পাৰে ভাৰতৰ বাবে

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd