• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিভ্ৰান্তিকৰ পোষ্টৰ বাবে প্ৰখ্যাত লেখিকা মধু কিশৱাৰৰ বিৰুদ্ধে গোচৰ ৰুজু

by
May 21, 2026 11:04 am
28
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছচিয়েল মিডিয়াত ‘বিভ্ৰান্তিকৰ‘ আৰু ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত প্ৰখ্যাত লেখিকা মধু কিশৱাৰৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল হোৱাৰ পিছত, মঙলবাৰে (২১ এপ্ৰিল, ২০২৬) চণ্ডীগড় আৰক্ষীৰ এটা দল তেওঁৰ দিল্লীৰ কাৰ্যালয়ত উপস্থিত হয়। চণ্ডীগড়ৰ এজন বাসিন্দাই কৰা অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁৰ লগতে আন কেইজনমানৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছে। আৰক্ষীয়ে এই ক্ষেত্ৰত ভাৰতীয় ন্যায় সংহিতাৰ ১৯৬ (ধৰ্ম বা জাতিৰ নামত শত্ৰুতা বিয়পোৱা), ৩৩৬ (১) (জালিয়াতি) আৰু ৩৫৬ (মানহানি) ধাৰা, লগতে তথ্য প্ৰযুক্তি আইনৰ ৬৬ চি, ডি আৰু ৬৭ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰিছে।

এই ঘটনাসন্দৰ্ভত মধু কিশৱাৰে সোমবাৰে (২০ এপ্ৰিল, ২০২৬) ছচিয়েল মিডিয়া ‘এক্স‘ত এটা পোষ্ট যোগে কয় যে আইন অনুসৰি সূৰ্যাস্তৰ পিছত আৰু সূৰ্যোদয়ৰ আগতে মহিলাক গ্ৰেপ্তাৰ কৰা বা আৰক্ষীয়ে ঘৰলৈ যোৱাটো নিষিদ্ধ। সেয়েহে তেওঁ আৰক্ষী দলটোৰ সৈতে ফোনত কথা পাতে। নেত্ৰীগৰাকীয়ে তেওঁক জনায় যে তেওঁলোক চণ্ডীগড়ত ৰুজু হোৱা গোচৰৰ জাননী দিবলৈ আহিছে। তেতিয়া কিশৱাৰে তেওঁলোকক আইন মানি চলিবলৈ আৰু ৰাতিপুৱাহে আহিবলৈ কয়।

Apply Now

আৰক্ষীৰ মতে, অভিযোগকাৰীয়ে দাবী কৰিছে যে একাংশ লোকে ছচিয়েল মিডিয়াত এটা ভিডিঅ‘ৰ জৰিয়তে ভুল তথ্য আৰু অশ্লীল কথা প্ৰচাৰ কৰিছে। ভিডিঅ‘টোত থকা ব্যক্তিজনক ইচ্ছাকৃতভাৱে ভুলকৈ চিনাক্ত কৰি এজন সাংবিধানিক পদবীত থকা ব্যক্তিৰ বদনাম কৰিবলৈ আৰু সমাজত অশান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে। অভিযোগকাৰীয়ে লগতে কয় যে এইটো এটা পৰিকল্পিত কাম আৰু ইয়াৰ উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

প্ৰকৃততে ভিডিঅ‘টোত থকা লোকজন এজন ভ্ৰমণ ভ্লগাৰ (ট্ৰেভেল ভ্লগাৰ)। তেওঁৰ পত্নীয়ে নিয়মীয়াকৈ তেওঁলোকৰ ভ্ৰমণৰ কথা ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰে আৰু এই মূল ভিডিঅ‘টো পত্নীৰ একাউণ্টৰ পৰাই আপলোড কৰা হৈছিল। আৰক্ষীৰ প্ৰাথমিক তদন্তত মহিলাগৰাকীয়ে ভিডিঅ‘টোত থকা লোকজন তেওঁৰ স্বামী বুলি স্পষ্ট কৰিছে। ইতিমধ্যে আৰক্ষীয়ে তেওঁৰ স্বামী আৰু ভিডিঅ‘টোত থকা আন এগৰাকী মহিলাৰো ভাষ্য লিপিবদ্ধ কৰিছে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

তেওঁলোকে ভাৰতত ছোনীয়া গান্ধীৰ স্মৃতিকথা প্ৰকাশ কৰিবলৈ নিদিয়ে

September 1, 2026 6:45 pm
‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

‘Legaltech Revolution: Artificial Intelligence and the Future of Justice’ গ্ৰন্থ উন্মোচন

September 1, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd