• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰহস্যজনক; পেট্ৰ’ল পাম্পৰ লকাৰৰ পৰা অন্তৰ্ধান হ’ল ৭লাখৰো অধিক টকা

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
October 9, 2019 8:37 pm
Screenshot_20191009_175809

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এটা পেট্ৰ’ল পাম্পত আজি সংঘটিত হোৱা এক ৰহস্যজনক চুৰি কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত খবৰ অনুসৰি ইণ্ডিয়ান অইল কোম্পানিৰ মাৰ্ঘেৰিটা চাংলাং তিনিআলিস্থিত ‘ইষ্টাৰ্ণ উড প্ৰডাক’ নামৰ পেট্ৰ’ল পাম্পটোৰ টকা জমা ৰখা লকাৰৰ পৰা প্ৰায় ৭লাখৰো অধিক ধন হৰলুকী হয়।

Apply Now

উল্লেখ্য যে পূজা উপলক্ষে বেংক বন্ধ থকাৰ বাবে সমস্ত ধন পেট্ৰ’ল পাম্পটোৰ লকাৰত ৰাখিছিল। কিন্তু আজি পুৱা পেট্ৰ’ল পাম্পটোৰ মালিকে ধন সমূহ বেংকত জমা দিবৰ বাবে পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰীক নিৰ্দেশ দিয়াতহে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে।

ঘটনাৰ খবৰ পাই মাৰ্ঘেৰিটা আৰক্ষীয়ে পেট্ৰ’ল পাম্পটোৰ মেনেজাৰক থানালৈ সোধা পোচাৰ বাবে আনিছিল যদিও পৰৱৰ্তী সময়ত পাম্পটোৰ মালিকে মাৰ্ঘেৰিটা আৰক্ষী থানাত উপস্থিত হৈ আৰক্ষী জিম্মাৰ পৰা মেনেজাৰক মুকলি কৰে।

মাৰ্ঘেৰিটা আৰক্ষীৰ প্ৰাথমিক তদন্তত এই বৃহৎ পৰিমাণৰ টকা চুৰি ঘটনাত পেট্ৰ’ল পাম্পটোৰ কৰ্মচাৰী জড়িত থকাৰ সন্দেহ কৰিছিল যদিও মালিকৰ কৰ্ম-কাণ্ডই ৰহস্যৰ সৃষ্টি কৰিছে। ইয়াৰ উপৰি বাতৰি প্ৰেৰণ কৰালৈকে পেট্ৰ’ল পাম্পৰ মালিকপক্ষই কোনো ধৰণৰ এজাহাৰ দাখিল কৰা নাই।

আনহাতে সংবাদ মাধ্যমে সমগ্ৰ ঘটনা জানিব পাৰি পাম্প কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰাত কৰ্মচাৰীয়ে সংবাদ পৰিৱেশন নকৰিবলৈ অনুৰোধ কৰাৰ লগতে ধনেৰে মেনেজ কৰাৰ চেষ্টা কৰে সাংবাদিক সকলক। যাৰ বাবে ঘটনাটো এতিয়া অধিক ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে।

উল্লেখ্য যে প্ৰায় ডেৰ বছৰে উক্ত পেট্ৰ’ল পাম্পটোৰ চিচি টিভি কেমেৰাও বিকল হৈ আছে। মাৰ্ঘেৰিটা আৰক্ষীয়ে কেইবাবাৰো চিচি টিভি কেমেৰা সক্ৰিয় কৰিবলৈ কৈ আহিছিল যদিও মালিক পক্ষই এইক্ষেত্ৰত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

আন এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি কিছুদিন পূৰ্বে  ‘ইষ্টাৰ্ণ উড প্ৰডাক’ নামৰ পেট্ৰ’ল পাম্পটোৰ স্বত্বাধিকাৰিক অজ্ঞাত উগ্ৰপন্থীয়ে ফোন যোগে ধন দাবী কৰিছিল। এই ঘটনাও ৰহস্যজনক ভাৱে সংবাদ মাধ্যমৰ পৰা গোপনে ৰাখিছিল পেট্ৰ’ল পাম্পটোৰ মালিকপক্ষই।

ইফালে চোৰাং কয়লা মাফিয়াই এই পেট্ৰ’ল পাম্পটোৰ জৰিয়তে চোৰাং কয়লা সৰবৰাহত ব্যৱহাৰ হোৱা বিভিন্ন গাড়ীত তেল ভৰাই ব্যৱসায় কৰাৰ অভিযোগ থকাৰ লগতে পাম্পটোৰ মালিকৰ বহু অবৈধ ব্যৱসায় আছে বুলিও আন একাংশই অভিযোগ আনিছে।

এনে বহু ৰহস্যজনক কাৰণতে চিচি টিভি সমূহ বিকল কৰি ৰখাৰ লগতে কেচু খান্দোতে সাপ ওলোৱাৰ ভয়তেই ৰহস্যজনকভাৱে পেট্ৰ’ল পাম্পটোৰ চুৰি কাণ্ডটো গাপ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে মালিকপক্ষই।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

“বিচাৰিলে ঝাড়ুৱালীৰ চাকৰিও নাপাব ৰাখি সাৱন্তে” : তীব্ৰ কটাক্ষ কংগনাৰ

September 14, 2026 7:54 pm
‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

‘ইউচিচি’ আৰু ‘এনআৰচি’ক লৈ গৃহমন্ত্ৰীৰ ডাঙৰ ঘোষণা! অমিত শ্বাহৰ ঘোষণাই সলনি কৰিব নেকি ৰাজনৈতিক প্ৰেক্ষাপট?

September 14, 2026 7:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

ভেনিছ চলচ্চিত্ৰ মহোৎসৱত বঁটা লাভৰ পাছতে ‘নাজা’ৰ নিৰ্মাতালৈ ভাবুকি: ইজৰাইলী নাগৰিকত্ব বাতিলৰ হুংকাৰ মন্ত্ৰীৰ

September 14, 2026 8:29 pm
তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

তিনিচুকীয়া আৰক্ষীৰ সন্মুখত আত্মসমৰ্পণ কৰিলে ম্যানমাৰত আত্মগোপন কৰি থকা আলফা(স্বাঃ)ৰ জ্যেষ্ঠ সদস্যই

September 14, 2026 8:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd