• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষিত মেকুৰী! বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিলে পোহনীয়া মেকুৰীয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 10, 2022 8:31 pm
Graduate Cat
187
VIEWS
Share on FacebookShare on Twitter

স্নাতক ডিগ্ৰী লাভ কৰিলে এটা মেকুৰীয়ে। মানুহৰ পাছত এইবাৰ উচ্চশিক্ষিত হিচাপে নিজকে পৰিচয় দিবলৈ সক্ষম হৈছে এটা বিশেষ মেকুৰীয়ে। হয়, শুনিবলৈ আজৱ লাগিলেও আমেৰিকা যুক্তৰাষ্ট্ৰত সংঘটিত হৈছে এই বিৰল পৰিঘটনা।

বাতৰি অনুসৰি, অষ্টিন চহৰস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ পৰা চুকি নামৰ এই মেকুৰীটোৱে স্নাতক ডিগ্ৰী লাভ কৰিছে। তাৰ পাছতে ভাইৰেল হৈ পৰিছে এই খবৰটো। কিন্তু কেনেকৈ মেকুৰীটোৱে এই ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ল?

দৰাচলতে, চুকিৰ মালিকনী ফ্ৰান্সিছকা ব’ৰদিয়েৰ বিশ্ববিদ্যালয়খনৰ এগৰাকী ছাত্ৰী। ছাত্ৰীগৰাকীয়ে অনলাইল ক্লাছত উপস্থিত থাকোতে তাইৰ সংগী আছিল চুকি। অনলাইন ক্লাছৰ সময়ত প্ৰতিবাৰ ছাত্ৰীগৰাকীৰ কোলাত চুকিক দেখা গৈছিল।

সেয়ে এতিয়া স্নাতক ডিগ্ৰী প্ৰদান অনুষ্ঠানতো চকু উপস্থিত থাকে। ফলস্বৰূপে চুকিও হৈ পৰিল এটা গ্ৰেজুৱেটেড মেকুৰী। অনুষ্ঠানটোত মেধাৱী ছাত্ৰ-ছাত্ৰীসকল নহয়, বৰঞ্চ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰে চুকি।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পাছতে ছাত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে খবৰটো সকলোকে জনায়। তাত তেওঁ লিখিছে যে তাই আৰু তাইৰ মেকুৰী চুকি- দুয়োৱে বিশ্ববিদ্যালয়খনৰ পৰা সুকলমে গ্ৰেজুৱেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।

দুয়োকে বিশ্ববিদ্যালয় কৰ্তৃপক্ষইও অভিনন্দন জনাইছে। হয়তো ইতিহাসত প্ৰথমবাৰৰ বাবে এটা মেকুৰীয়ে এইদৰে স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হ’ল।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd