চাকৰি

Jobs in Assam

DME-ত ২০০০ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ খালী পদৰ বাবে কৰক অনলাইন আবেদন

চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) অসমত ২০০০ ৰো অধিক খালী পদৰ বাবে আৱেদন আহ্বান কৰা হৈছে। চিকিৎসা শিক্ষা সঞ্চালকালয় (DME) অসমে...

Read moreDetails

এতিয়াৰ পৰা ছুটীত থকা কৰ্মচাৰীৰ লগত যোগাযোগ কৰিলে ভৰিব লাগিব জৰিমণা

আজিৰ ডিজিটেল যুগত ছুটীত থাকিলেও কৰ্মচাৰী বা মালিকে ই-মেইল, মেছেজ, হোৱাটছএপ গ্ৰুপৰ মেছেজ বা ফোনৰ জৰিয়তে সহায় বিচৰাটো স্বাভাৱিক কথা...

Read moreDetails

Assam Career: গুৱাহাটী বিশ্ববিদ্যালয়ত শিক্ষক সহযোগীৰ পদ খালী , কেনেদৰে কৰিব আবেদন ?

গুৱাহাটী  বিশ্ববিদ্যালয়ত  বিভিন্ন শিক্ষক পদৰ বাবে আবেদন আমন্ত্ৰণ কৰা হৈছে। বিশ্ববিদ্যালয়খনে সম্পূৰ্ণ অস্থায়ী ভিত্তিত হিন্দী বিভাগত শিক্ষক সহযোগী  পদৰ বাবে...

Read moreDetails

কাইলৈ তৃতীয়,চতুৰ্থ বৰ্গৰ নিযুক্তিৰ প্ৰথম পৰ্যায়ৰ পৰীক্ষা, ২৫ জিলাত অনুষ্ঠিত হ’ব পৰীক্ষা, পৰীক্ষাৰ্থীয়ে মানিব লাগিব কি কি নিয়ম?

চৰকাৰে ১ লাখ নিৱনুৱাক সংস্থাপন দিব বুলি কৰা ঘোষণাৰ অংশ হিচাবে কাইলৈ ৰাজ্যত চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত...

Read moreDetails

India Post Recruitment 2022: ভাৰতীয় ডাক বিভাগত ৯৮০০০ ৰো অধিক খালী পদত নিযুক্তিৰ বাবে জাননী প্ৰকাশ , ক’ত -কিদৰে কৰিব পাৰিব আবেদন?

ভাৰতীয় ডাক বিভাগত ৯৮০০০ ৰো অধিক খালী পদত নিৱনুৱা যুৱক-যুৱতীক নিযুক্তি দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ সমগ্ৰ দেশৰ ২৩ টা চক্ৰত...

Read moreDetails

Assam Career : ইএছআইচি চিকিৎসালয়, তিনিচুকীয়াত পদ খালী, কোনে কৰিব পাৰিব আবেদন?

ইএছআইচি চিকিৎসালয় তিনিচুকীয়াত বিভিন্ন চিকিৎসা পদৰ বাবে আবেদন বিচৰা হৈছে। ই.এছ.আই.চি. চিকিৎসালয়, তিনিচুকীয়াই বিশেষজ্ঞ আৰু জি.ডি.এম.ও./চিকিৎসা বিষয়াৰ খালী পদৰ বিপৰীতে...

Read moreDetails

Assam Career : IIT Guwahati প্ৰশাসনিক সহায়কৰ পদ খালী, কিদৰে কৰিব আবেদন?

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) গুৱাহাটীত বিভিন্ন প্ৰশাসনিক পদৰ বাবে আবেদন আহ্বান কৰা হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান (আইআইটি) প্ৰযুক্তি উদ্ভাৱন আৰু...

Read moreDetails

Assam Career : অসম বিশ্ববিদ্যালয়, শিলচৰত যোগ প্ৰশিক্ষকৰ পদ খালী, কিদৰে কৰিব আবেদন?

অসম বিশ্ববিদ্যালয় শিলচৰে কৰ্তব্যত যোগদান কৰাৰ তাৰিখৰ পৰা ৬ (ছয়) মাহৰ প্ৰাৰম্ভিক ম্যাদৰ বাবে সম্পূৰ্ণ অস্থায়ী ভিত্তিত অংশকালীন যোগ প্ৰশিক্ষক...

Read moreDetails

Assam Career : NIPER গুৱাহাটীত ইনকিউবেচন মেনেজাৰৰ পদ খালী, কেনেদৰে কৰিব আবেদন?

নেচনেল ইনষ্টিটিউট ইন ফাৰ্মাচিউটিকেল চাইন্স (NIPER) গুৱাহাটীয়ে বায়ো-নেষ্ট এনআইপিআৰ-গুৱাহাটী নামৰ ইয়াৰ ইনকিউবেচন চেণ্টাৰৰ বাবে ইনকিউবেচন মেনেজাৰ পদত যোগ্য প্ৰাৰ্থীৰ পৰা...

Read moreDetails

Assam Career : পশুপালন আৰু পশু চিকিৎসা বিভাগত ১৬২ টা পদ খালী কিদৰে কৰিব অনলাইন আবেদন ?

অসম লোক সেৱা আয়োগে (এপিএছচি) পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত ১৬২ টা খালী পদৰ বাবে আবেদন আমন্ত্ৰণ জনাইছে। অসম...

Read moreDetails
Page 4 of 6 1 3 4 5 6

Stay Connected

Recent News