উচ্চতম ন্যায়ালয়ে বুধবাৰে আদানি গ্ৰুপ-হিণ্ডেনবাৰ্গ বিতৰ্কত কেন্দ্ৰীয় চৰকাৰৰ পৰা চীলড কভাৰত ৰখা পৰামৰ্শ নথি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে। আদানি বিষয়ত...
Read moreDetailsচুজান ওৱজচিকিয়ে বিশ্বৰ সৰ্ববৃহৎ আৰু সৰ্বাধিক ব্যৱহৃত ভিডিঅ' ষ্ট্ৰীমিং সংস্থা ইউটিউবৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ')পদ ত্যাগ কৰিছে। ভাৰতীয় মূলৰ নীল...
Read moreDetailsআদানি গ্ৰুপৰ বাবে ২০২৩ বৰ্ষ একেবাৰে ভালদৰে যোৱা নাই। জানুৱাৰীৰ শেষত হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পিছত এইবাৰ ডি বি পাৱাৰ( DB Power)...
Read moreDetailsসুনীতা মেহতা নামৰ এগৰাকী গ্ৰাহকে ৰাজস্থানৰ উদয়পুৰত থকা পাঞ্জাৱ নেচনেল বেংকৰ এটা লকাৰত টকাখিনি ৰাখিছিল। শেহতীয়াকৈ তেওঁ বেংকলৈ গৈ তেওঁৰ...
Read moreDetailsআমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্চৰ এক প্ৰতিবেদনে দেশৰ সৰ্ববৃহৎ উদ্যোগপতি গৌতম আদানিৰ মালিকানাধীন আদানি গ্ৰুপৰ সাম্ৰাজ্যত এক বৃহৎ পতনৰ সৃষ্টি...
Read moreDetailsমুম্বাইত ২৪০ কোটি টকাত বিক্ৰী হৈছে এটা পেণ্টহাউচ। ৱাৰ্লি অঞ্চলত অৱস্থিত এই ব্যয়বহুল এপাৰ্টমেণ্ট কমপ্লেক্সটো। ৱেলছন গ্ৰুপৰ অধ্যক্ষ বি কে...
Read moreDetailsহিমাচল প্ৰদেশৰ আবকাৰী আৰু আয়কৰ বিভাগে আদানি গ্ৰুপৰ মালিকানাধীন কোম্পানী আদানি উইলমাৰ লিমিটেডৰ সঞ্চয় আৰু পুঁজি পৰীক্ষা কৰিছে। বুধবাৰে সন্ধিয়া...
Read moreDetailsএটা প্ৰচাৰমূলক ভিডিঅ'ত, গুগলৰ নতুন চেটবট 'বাৰ্ড'ক এটা সৰল প্ৰশ্ন সোধা হৈছিল। উত্তৰটো ভুল দিছিল। ফলত নিশাটোৰ ভিতৰতে গুগলে মূলধন...
Read moreDetailsএফপিঅ' প্ৰত্যাহাৰ হ'বই পাৰে। তাৰ ফলত ভাৰতৰ শ্বেয়াৰ বজাৰৰ ভাৱমূৰ্তিত কোনো প্ৰভাৱ নপৰে। শনিবাৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে আদানি...
Read moreDetailsগৌতম আদানীৰ সম্পত্তি খহনীয়া এতিয়াও ৰোধ হোৱা নাই। বৰং তাচপাচৰ দৰেই হোৰাহোৰে খহিছে গৌতম আদানীৰ সম্পত্তিৰ পৰিমাণ। হিণ্ডেনবাৰ্গ ৰিচাৰ্ছৰ প্ৰতিবেদনৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd