বাণিজ্য

অট’ এক্সপো : হিৰো চাইকেলে প্ৰদৰ্শন কৰিলে বেটাৰী চালিত তিনিখন নতুন চাইকেল

হিৰো চাইকলে শেহতীয়া অট’ এক্সপোত তিনিখন বেটাৰী চালিত চাইকেলৰ প্ৰদৰ্শন কৰে। এই চাইকেল চলিত বৰ্ষৰ দ্বিতীয়ভাগত বিক্ৰীৰ বাবে মুকলি কৰি...

Read moreDetails

বজাৰত নতুন এটকীয়া নোট; জানিবলগীয়া কেইটামান কথা

ভাৰত চৰকাৰে নতুন এটকীয়া নোট বজাৰত উলিয়াই দিয়াৰ বাবে সাজু হৈছে। এই নোট চৰকাৰী গেজেটত ৭ফেব্ৰুৱাৰি ২০২০’ প্ৰকাশ পোৱাৰ পাছৰে...

Read moreDetails

প্ৰৱঞ্চনাৰে ১.৪৬ লাখ টকা উলিয়াই নিয়া Paytmৰ ভি পিৰ বিৰুদ্ধে এজাহাৰ দাখিল

মাৰ্চেন্ট একাউন্টৰ পৰা Paytm কেচবেকৰ প্ৰলোভন দি ১.৪৬ লাখ টকা উলিয়াই নিয়াৰ অভিযোগ তুলি Paytmৰ ভাইচ প্ৰেছিডন্টকে ধৰি পাঁচ জন...

Read moreDetails

মিছা কথাৰে প্ৰলোভনকাৰী বিজ্ঞাপনৰ বাবে হ’ব পাৰে ৫ বছৰ জেইল; ৫০ লাখ টকাৰ জৰিমনা

সাধাৰণতে টিভিৰ পৰ্দাত চকু থ’লেই দেখা পোৱা বা বাতৰিকাকত মেলিলেই দেখা কিছুমান চমক ভৰা অথচ সামঞ্জস্যহীন বিজ্ঞাপন চকুত পৰে। কোনোবাটোত...

Read moreDetails

ভাৰতৰ বজাৰলৈ আহিল 5G স্মার্টফোন; চাওক কি আছে ইয়াত

বহু অপেক্ষিত 5G স্মার্টফোন আহি ভাৰতৰ বজাৰ পালেহি। 4G ৰ আলোড়নৰ পাছত এইবাৰ স্মাৰ্টফোনৰ গ্ৰাহকৰ বাবে নতুন আকৰ্ষণ হৈ পৰিব...

Read moreDetails

চৰকাৰে এল আই চিৰ কিমান শতাংশ বিক্ৰী কৰিব বিচাৰিছে; সুৰক্ষিত থাকিবনে গ্ৰাহকৰ ধন?

বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ বাজেট দাখিলৰ সময়ত ঘোষণা কৰা হৈছিল যে ৰাজকোষৰ ঘাটি পূৰণৰ বাবে চৰকাৰে এল আই চিৰ অংশীদাৰিত্ব...

Read moreDetails

বেংকৰ ধৰ্মঘটৰ ফলত পৰি ৰৈছে ২৩,০০০কোটি টকাৰ চেক

দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত শীঘ্ৰে সিদ্ধান্ত গ্ৰহণৰ দাবীত বেংক কৰ্মীসকলে পালন কৰা দুদিনজোৰা ধৰ্মঘটৰ ফলত শুকুৰবাৰে উত্তৰ-পূৰ্বাঞ্চলৰ বেংক সেৱাত ব্যাপক প্ৰভাৱ...

Read moreDetails

TVS য়ে মুকলি কৰিলে ইয়াৰ প্ৰথমখন ইলেকট্ৰিক স্কুটাৰ; চাওক ইয়াৰ মূল্য

বাজাজৰ পাছত এইবাৰ TVS মটৰ্ছেও ইলেকট্ৰিক দুচকীয়া বাহন বজাৰত মুকলি কৰিলে। TVS য়ে বেংগলুৰুত শনিবাৰে এই  ই-স্কুটাৰখন মুকলি কৰে। এই...

Read moreDetails

জৰিমনাৰ পৰা হাত সাৰিবলৈ জানি লওক ডাকঘৰৰ ছেভিংছ একাউণ্টৰ ন্যূনতম বেলেন্সৰ নতুন নিয়ম

ডাক বিভাগে ন্যূনতম বেলেন্সৰ (জমা) সীমা ৫০ টকাৰ পৰা ৫০০ টকালৈ বৃদ্ধি কৰিছে। ডাক বিভাগে এই সন্দৰ্ভত গেজেট নটিফিকেশ্যনো জাৰি...

Read moreDetails
Page 122 of 147 1 121 122 123 147

Stay Connected

Recent News