শিক্ষা

হোজাইৰ নাজিৰ আজমল মেমোৰিয়েল বি এড কলেজত ১২ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ডি এল এড (NIOS) ৰ অধ্যয়ন কেন্দ্ৰ ক্ৰমে আজমল কলেজ অৱ আৰ্টচ এণ্ড চায়েন্স আৰু মৰিয়ম...

Read moreDetails

এইবাৰ আগতীয়াকৈ অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা

আগন্তুক উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আগতীয়াকৈ অনুষ্ঠিত হ’ব। সোমবাৰে শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষা বিভাগে উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ সূচী আগবঢ়াই অনাৰ...

Read moreDetails

অধ্যাপক ড০ অমৰেশ দত্তলৈ সন্মানীয় কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা

২০১৮’ বৰ্ষৰ ‘কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা’ বিশিষ্ট শিক্ষাবিদ অধ্যাপক ড০ অমৰেশ দত্তলৈ আগবঢ়োৱা হৈছে। কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ে বিগত...

Read moreDetails

ৰোগবিহীন শৰীৰৰ বাবে যুৱ অৱস্থাতে শিক্ষা দান: পহিলা ডিচেম্বৰত গ্ৰহণ কৰা হ’ব সংকল্প

অসম চৰকাৰ, শিক্ষা বিভাগৰ উল্লেখনীয় পদক্ষেপ 'প্লেডজ ফৰ লাইফ'ত অসমৰ ৩৩ খন জিলাৰ ব্লক আৰু পঞ্চায়ত পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীসকলক ১ ডিচেম্বৰ, ২০১৮ত অংগীকাৰবদ্ধ কৰোৱা হ'ব। এই পদক্ষেপ অসম চৰকাৰৰ শিক্ষা বিভাগে সম্বন্ধ হেল্থ ফাউণ্ডেশ্যন, আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন, টাটা ট্ৰাষ্ট, কাছাৰ কেন্সাৰকেয়াৰ হাস্পতাল, ৰটাৰী ক্লাৱ আৰু ইণ্ডিয়ান ডেন্টেল এছ'চিয়েশ্যনৰ সহযোগত  গ্ৰহণ কৰিছে। এই সন্দৰ্ভত অসমৰ শিক্ষা বিভাগৰ আয়ুক্তই কয়, “অসমৰ ৫০,১৩১ খন চৰকাৰী বিদ্যালয়ত...

Read moreDetails

শিক্ষক বিহীন বিদ্যালয় : অভিভাৱকৰ লগতে অসহায় ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদ

চিৰাং জিলাৰ বড়োবাজাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত ২নং আব্দাগুৰী প্ৰাথমিক বিদ্যালয়ত বৰ্তমান নাই এজনো শিক্ষক। যোৱা ১৪ দিন ধৰি কোনো শিক্ষক...

Read moreDetails

‘জোনাকী’: গুৱাহাটী বিশ্ববিদ্যালয়ত চলচ্চিত্ৰ মহোৎসৱ আয়োজন শিক্ষাৰ্থীৰ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে অহা ২৯ আৰু ৩০ নৱেম্বৰত আয়োজন কৰিছে "জোনাকী" চলচ্চিত্ৰ মহোৎসৱ। “অসমকে ধৰি উত্তৰ...

Read moreDetails

অহা ৩০ ডিচেম্বৰত অনুষ্ঠিত হ’ব অসম লোকসেৱা আয়োগৰ সংযুক্ত পৰীক্ষা (প্ৰাঃ)

আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও এক সূত্ৰৰ পৰা জানিব পৰা মতে অসম লোকসেৱা আয়োগৰ ২০১৮ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষা...

Read moreDetails

দুখীয়া মেধাৱী শিক্ষাৰ্থীলৈ সুখবৰ : “এফিনিটি ক্লাচেচ”ৰ উল্লেখনীয় পদক্ষেপ

ৰাজ্যৰ দুখীয়া মেধাৱী শিক্ষাৰ্থীলৈ সুখবৰ কঢ়িয়াই আনিছে অন্যতম আগশাৰীৰ কোচিং চেন্টাৰ "এফিনিটি ক্লাচেচ"এ ৷ আৰ্থিক ক্ষেত্ৰত দুৰ্বল পৰিয়ালৰ মেধাৱী ছাত্ৰ...

Read moreDetails

পঞ্চায়ত নিৰ্বাচনৰ বাবে চৰকাৰী বিদ্যালয়ে ৩দিনৰ ভিতৰত ঘোষণা কৰিব লাগিব পৰীক্ষাৰ ফলাফল

ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ বাবে  চৰকাৰী বিদ্যালয়সমূহে পৰীক্ষা অনুষ্ঠিত কৰি দুই-তিনিদিনৰ ভিতৰতে পৰীক্ষাৰ ফলৰ ঘোষণা কৰিব লাগিব বুলি শিক্ষা বিভাগে জাৰি...

Read moreDetails

ৰাষ্ট্ৰীয় বিজ্ঞান মেলাত দেশৰ ভিতৰত প্ৰথম স্থান লাভ বিলাসীপাৰাৰ আস্থা ভৰদ্বাজৰ

উৰিষ্যাৰ কটকত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় বিজ্ঞান মেলাত অংশগ্ৰহণ কৰি বিলাসীপাৰাৰ আস্থা ভৰদ্বাজে দেশৰ ভিতৰতে প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।...

Read moreDetails
Page 173 of 204 1 172 173 174 204

Stay Connected

Recent News