• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হোজাইৰ নাজিৰ আজমল মেমোৰিয়েল বি এড কলেজত ১২ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2018 10:00 am
hojai

হোজাইৰ নাজিৰ আজমল মেমোৰিয়েল বি এড কলেজত অনুষ্ঠিত ১২ দিনীয়া প্ৰশিক্ষণ কৰ্মশালাৰ এটি মুহূৰ্ত। ফটো: নৰ্থইষ্ট নাও

786
VIEWS
Share on FacebookShare on Twitter

আজমল ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ডি এল এড (NIOS) ৰ অধ্যয়ন কেন্দ্ৰ ক্ৰমে আজমল কলেজ অৱ আৰ্টচ এণ্ড চায়েন্স আৰু মৰিয়ম ৱমেন্স কলেজ অৱ চায়েন্স এণ্ড টেকনোলজীৰ প্ৰশিক্ষণৰত প্ৰশিক্ষাৰ্থীৰ মাজত আয়োজিত কৰ্মশালাৰ বৃহস্পতিবাৰে সামৰণি পৰে।

ডি এল এডৰ প্ৰশিক্ষাৰ্থীৰ এই ১২ দিনীয়া কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত মূখ্য অতিথিৰূপে উপস্থিত থাকি লংকা মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ প্ৰৱক্তা কমলেশ্বৰ কলিতাৰ লগতে আজমল ফাউণ্ডেশ্যনৰ মুখ্য প্ৰৱন্ধক খছৰুল ইছলাম, প্ৰৱন্ধক এম আৰ এইচ আজাদ,নাজিৰ আজমল মেমোৰিয়েল বি এড কলেজৰ অধ্যক্ষ আশিস শ্বাহা, ডি এল এড অধ্যয়ণ কেন্দ্ৰৰ কো অৰ্ডিনেটৰ ড° চামিম শ্বফিকা বেগম, ৰফিক উদ্দিনৰ লগতে বহু বিশিষ্ট লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে।

সভাত ভাষণ প্ৰসংগত মুখ্য অতিথি কমলেশ্বৰ কলিতাই কয় যে আজমল ফাউণ্ডেশ্যন এখন জাহাজ আৰু জাহাজৰ নাবিক হৈছে মুখ্য প্ৰৱন্ধক খচৰুল ইছলাম আৰু প্ৰৱন্ধক এম আৰ এইচ আজাদ। এই দুয়োজনৰ বলিষ্ঠ পদক্ষেপৰ লগতে আজমল ফাউণ্ডেশ্যনৰ ট্ৰাষ্টি সকলৰ মহানুভৱতাত শৈক্ষিক জগতত অসমৰ লগতে হোজাইয়ে এক ইতিহাসৰ সৃষ্টি কৰিছে।

প্ৰশিক্ষাৰ্থীক উদ্দেশি তেওঁ আজমল ফাউণ্ডেশ্যনৰ পৰা দুটা বস্তু লৈ যাবৰ কাৰণে অনুৰোধ জনায় – এটা হ’ল আদৰ্শ আৰু আনটো হ’ল আত্ম বিশ্বাস। আত্ম বিশ্বাস থাকিলে জীৱনৰ প্ৰতিটো মুহূৰ্ততে জয়লাভ হ’ব আৰু এই আত্মবিশ্বাস আজমল ফাউণ্ডেশ্যন তথা ইয়াৰ অন্তৰ্গত শৈক্ষিক প্ৰতিষ্ঠান সমূহে সম্পূৰ্ণ ৰূপে শিকায়।

আজমল ফাউণ্ডেশ্যনৰ মুখ্য প্ৰবন্ধক খচৰুল ইছলামে ভাষণত প্ৰসংগত কয় যে ছাত্ৰ-ছাত্ৰীক মৰম আৰু আন্তৰিকতাৰে শিক্ষা দিলে সেই শিক্ষা ভৱিষ্যতৰ কাৰণে ফলপ্ৰসু হয়। তেওঁ ছাত্ৰ ছাত্ৰীক গুণগত শিক্ষা প্ৰদান কৰিবলৈ হ’লে শিক্ষক সকলক লংকা মহাবিদ্যালয়ৰ কমলেশ্বৰ কলিতাৰ “শিশুৰ দক্ষতা বিকাশ আৰু শুদ্ধ আচৰণ” নামৰ কিতাপখন পঢ়িবলৈ অনুৰোধ জনায়। উপযুক্ত শিক্ষা প্ৰদান কৰাই আজমল ফাউণ্ডেশনৰ মুখ্য উদ্দেশ্য বুলিও তেওঁ মন্তব্য কৰে ।

একেদৰে প্ৰবন্ধক এম আৰ এইচ আজাদে ভালপোৱা বা মৰম নাথাকিলে প্ৰকৃত শিক্ষা দিব নোৱাৰি বুলি মন্তব্য কৰি ভাষণ প্ৰসংগত প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে। ১২ দিনীয়া কৰ্মশালাৰ সামৰণি অনুষ্ঠানত প্ৰশিক্ষাৰ্থীক সকলক একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়।

Recent News

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

গো-মাংস বিক্ৰীৰ অভিযোগ: ৰাজ্যৰ বিভিন্ন হোটেলত আৰক্ষীৰ অভিযান

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কাৰ্বি ভূমিপুত্ৰক উচ্ছেদৰ বিৰুদ্ধে হুংকাৰ কাৰ্বি নেতাৰ : তুলিৰাম ৰংহাঙক এইবাৰ মাটিৰ এটিএম কাৰ্ড কৰিছে হিমন্ত বিশ্ব শৰ্মাই

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কেবিনেটে তামিলনাডুত ১৮৫৩ কোটি টকা মূল্যৰ ৪-লেনৰ পৰমকুড়ী – ৰামনাথপুৰম অংশৰ (NH-87) নিৰ্মাণত অনুমোদন জনায়

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

কৰ্ণাটকৰ হাছান জিলাত এমাহতে হাৰ্ট এটেকত ১৮ জনৰ মৃত্যু : তদন্তৰ নিৰ্দেশ স্বাস্থ্যমন্ত্ৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd