বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষা অধিকাৰ আইন -২০০৯ অনুসৰি অসমৰ চৰকাৰী বিদ্যালয়সমূহত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ বিনামূলীয়া পাঠ্যপুথি আৰু বিনামূলীয়া...
Read moreDetailsকামৰূপ মেট্ৰ’ আৰু ডিব্ৰুগড় জিলাকে ধৰি সমগ্ৰ অসমৰ একাংশ জিলাত উষ্ণতা বৃদ্ধিৰ বাবে বিদ্যালয়ৰ সময় আগবঢ়োৱা হৈছে। কামৰূপ মেট্ৰ’ জিলাত...
Read moreDetails১) ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? উত্তৰঃ ড° ৰাজেন্দ্ৰ প্ৰসাদ ২ ) মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? উত্তৰঃ চন্দ্ৰগুপ্ত মৌৰ্য ৩...
Read moreDetailsশুকুৰবাৰে বি. বৰুৱা কলেজে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা ৮২ সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি ৰূপে অসমৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত...
Read moreDetailsইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, গুৱাহাটী (আই আই টি-গুৱাহাটী) কৰ্তৃপক্ষই ২১ বছৰীয়া এজন ছাত্ৰৰ মৃত্যুৰ ঘটনাৰ পিছত বুধবাৰে সংবাদ মাধ্যমক প্ৰতিষ্ঠানৰ...
Read moreDetailsশিশুক ভাল স্পৰ্শ আৰু বেয়া স্পৰ্শৰ (গুড টাচ এণ্ড বেড টাচ)বিষয়ে শিকোৱাটো অতি গুৰুত্বপূৰ্ণ। ই তেওঁলোকক সুৰক্ষিত হৈ থাকিবলৈ আৰু...
Read moreDetailsভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত এগৰাকী ছাত্ৰৰ মৃত্যুক কেন্দ্ৰ কৰি শিক্ষাৰ্থী সমাজে গ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ মাজতে পদৰ পৰা পদত্যাগ কৰিছে...
Read moreDetailsসোমবাৰে পুৱা ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি-গুৱাহাটীৰ হোষ্টেলৰ কোঠাৰ ভিতৰত উদ্ধাৰ হয় আন এগৰাকী ছাত্ৰৰ মৃতদেহ। খবৰ অনুসৰি নিহত ছাত্ৰগৰাকী উত্তৰ...
Read moreDetailsআহি আছে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা। ছেপ্তেম্বৰ মাহৰ ১৫ তাৰিখৰ পৰা আৰম্ভ হ’ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কেইবাহাজাৰ পদৰ বাবে...
Read moreDetailsশুকুৰবাৰে মধ্য কেনিয়াৰ এখন প্ৰাথমিক বৰ্ডিং স্কুলৰ ছাত্ৰাবাসত অগ্নিকাণ্ডত ১৭ জন ছাত্ৰৰ মৃত্যু হোৱাৰ লগতে ১৪ জন লোক গুৰুতৰভাৱে জ্বলি...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd