• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছাত্ৰৰ মৃত্যুক লৈ প্ৰতিবাদৰ জোৱাৰ! আই আই টি-গুৱাহাটীত সাংবাদিকক চৌহদত প্ৰৱেশ কৰাত বাধা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2024 2:05 pm
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজি, গুৱাহাটী (আই আই টি-গুৱাহাটী) কৰ্তৃপক্ষই ২১ বছৰীয়া এজন ছাত্ৰৰ মৃত্যুৰ ঘটনাৰ পিছত বুধবাৰে সংবাদ মাধ্যমক প্ৰতিষ্ঠানৰ চৌহদত ভ্ৰমণ নকৰিবলৈ কৈছে।

কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ তৃতীয় বৰ্ষৰ বিটেকৰ ছাত্ৰ বিমলেশ কুমাৰৰ আত্মহত্যাৰ অভিযোগত সোমবাৰে এই প্ৰতিষ্ঠিত প্ৰতিষ্ঠানটোৰ চৌহদত ব্যাপক প্ৰতিবাদৰ সৃষ্টি হয়।

ব্ৰহ্মপুত্ৰ হোষ্টেলৰ নিজৰ কোঠাত উদ্ধাৰ হৈছিল মৃত ছাত্ৰজনৰ মৃতদেহ।

Apply Now

এই ঘটনাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি কৰে আৰু তেওঁলোকে প্ৰতিষ্ঠান কৰ্তৃপক্ষৰ বিৰুদ্ধে কঠোৰ উপস্থিতি নীতি আৰু শৈক্ষিক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃ এইবাৰ ১০০ কোটি টকাৰ প্ৰৱঞ্চনামূলক ট্ৰেডিং স্কীমৰ অভিযোগত গ্ৰেপ্তাৰ আন এগৰাকী মহিলা

চলি থকা প্ৰতিবাদৰ মাজতে প্ৰতিবাদস্থলীৰ পৰা ৰিপ’ৰ্টৰ প্ৰেৰণৰ বাবে ইনষ্টিটিউট চৌহদত সাংবাদিকক প্ৰৱেশ কৰাত বাধা আৰোপ কৰা হয়।

সংবাদ মাধ্যমক চৌহদলৈ নাযাবলৈ অনুৰোধ কৰাৰ সমান্তৰালকৈ প্রতিষ্ঠান কর্তৃপক্ষই পৰিস্থিতিৰ অতি জৰুৰীভাৱে চোৱা-চিতা কৰা হৈছে বুলি আশ্বাস দিয়ে৷

প্ৰতিষ্ঠান কৰ্তৃপক্ষই প্ৰকাশ কৰা এক বিবৃতিত কয়,  ‘সংবাদ মাধ্যমৰ সদস্যসকলক এতিয়াই চৌহদলৈ নাযাবলৈ অনুৰোধ জনোৱা হৈছে। প্ৰতিষ্ঠানটোৱে আপোনালোকক আশ্বাস দিয়ে যে পৰিস্থিতিৰ ওপৰত অতি জৰুৰীভাৱে চোৱাচিতা কৰা হৈছে। অতি সোনকালে সঞ্চালকৰ সৈতে বৈঠকৰ বাবে কেম্পাছলৈ সংবাদ মাধ্যমক আমন্ত্ৰণ জনোৱা হ’ব।’

ইয়াত সাংবাদিকসকলক সহযোগিতা আৰু পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে কৰ্তৃপক্ষক কিছুদিনৰ সময় দিবলৈ অনুৰোধ জনায়।

লগতে পঢ়কঃ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ঘৰত গণেশ পূজাত উপস্থিত মোডী; ফটোক কেন্দ্ৰ কৰি নতুন জল্পনা

বিবৃতিটোত লগতে কোৱা হৈছে যে, ‘আমি সংবাদ মাধ্যমৰ সদস্যসকলক অনুৰোধ জনাইছো যে এই কঠিন সময়ত আমাক বুজক আৰু সহযোগ কৰক আৰু পৰিস্থিতি স্বাভাৱিকলৈ ঘূৰাই অনাৰ বাবে আমাক কেইদিনমান সময় দিয়ক।‘

মঙলবাৰে সন্ধিয়াৰ পৰা মহানগৰীৰ উপকণ্ঠ অঞ্চলৰ আই আই টি-গুৱাহাটী চৌহদলৈ অহা সংবাদ মাধ্যমৰ ব্যক্তিসকলক প্ৰতিষ্ঠানটোৰ ব্যক্তিগত নিৰাপত্তাৰক্ষীয়ে মূল প্ৰৱেশদ্বাৰৰ পৰা ঘূৰাই পঠিয়াই দিয়ে।

আনহাতে, প্ৰতিষ্ঠান কৰ্তৃপক্ষইও সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে।

লগতে পঢ়কঃ আম্বানীৰ ভান্তাৰালৈ বিতৰ্কিত স্থানান্তৰৰ বাবে সাজু আৰু এটা উত্তৰ-পূবৰ হাতী!

কিন্তু বুধবাৰে দুপৰীয়া প্ৰতিষ্ঠানটোৰ মিডিয়া চেলে এক মিডিয়া বিবৃতি প্ৰকাশ কৰি কয় যে কৰ্তৃপক্ষই ছাত্ৰ সমাজৰ কল্যাণৰ বাবে নতুন ব্যৱস্থা ৰূপায়ণ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd