• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ঘৰত গণেশ পূজাত উপস্থিত মোডী; ফটোক কেন্দ্ৰ কৰি নতুন জল্পনা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 12, 2024 12:01 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ বাসগৃহত গণেশ পূজাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। শেহতীয়াকৈ গণেশ চতুৰ্থীৰ দিনা মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ ঘৰত পূজাত অংশ লৈছিল নৰেন্দ্ৰ মোদীয়ে। সেই ছবিখনে এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে। ৰাজনৈতিক মহলত এই ছবিখন যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হৈছে।

বুধবাৰে নিশা নতুন দিল্লীত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ চৰকাৰী বাসগৃহৰ অভ্যন্তৰীণ দৃশ্যই এতিয়া বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দেখা গৈছে। সিদিনা মুখ্য ন্যায়াধীশৰ বাসগৃহত গণেশ পূজাত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাইৰেল হোৱা ছবিখনত প্ৰধানমন্ত্ৰীয়ে আৰতিৰ পুষ্পপাত্ৰ লৈ গণপতিৰ সন্মুখত পূজা কৰা দেখা গৈছে। তেওঁৰ এফালে মুখ্য ন্যায়াধীশ আৰু আনফালে মুখ্য ন্যায়াধীশৰ পত্নী কল্পনা দাস থিয় হৈ আছিল।

লগতে পঢ়কঃ মধ্যপ্ৰদেশত ভয়ংকৰ ঘটনা, সেনা বিষয়াৰ গাড়ী ৰখাই প্ৰেয়সীক দলবদ্ধ ধৰ্ষণ দুষ্কৃতিকাৰীৰ!

Apply Now

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মূৰত দেখা গৈছিল মহাৰাষ্ট্ৰৰ টুপী। এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলত নৰেন্দ্ৰ মোদীয়ে লিখিছে, ‘মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়জীৰ বাসগৃহত গণেশ পূজাত অংশগ্ৰহণ কৰিছিলো। ভগৱান শ্ৰী গণেশে সকলোকে সুখ, সমৃদ্ধি আৰু সুস্বাস্থ্যৰ আশীৰ্বাদ কৰক’।

আন এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত ডি ৱাই চন্দ্ৰচুড়ে সপত্নীক প্ৰধানমন্ত্ৰীক তেওঁলোকৰ বাসগৃহলৈ আদৰণি জনোৱা দেখা গৈছে। মুখ্য ন্যায়াধীশে প্ৰতি বছৰে দহ দিন গণপতি বাপ্পাক পূজা কৰে। বুধবাৰে প্ৰধানমন্ত্ৰীয়ে পূজাত অংশগ্ৰহণ কৰে। অৱশ্যে পূজাৰ অন্তত সৌজন্যমূলক সাক্ষাৎ কৰি তেওঁ গুচি যোৱা বুলি জানিব পৰা গৈছে।

PM Modi at the residence of CJI DY Chandrachud for Ganesh Chaturthi festival. pic.twitter.com/UKKwuzQynX

— Arvind Gunasekar (@arvindgunasekar) September 11, 2024

উল্লেখ্য যে শেহতীয়া কেইবাটাও ৰায়ত কেন্দ্ৰীয় চৰকাৰৰ নীতিক সমালোচনা কৰা দেখা গৈছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে। কিন্তু এই ছবিখনে বিভিন্ন মহলত এক নতুন জল্পনাৰ সৃষ্টি কৰিছে। ইপিনে, শীৰ্ষ আদালতত কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায় আহিবলগীয়া আছে। এই পৰিস্থিতিত কোৱা বাহুল্য যে চন্দ্ৰচুড়ৰ সৈতে প্ৰধানমন্ত্ৰীৰ এই ছবিখনে বহু প্ৰশ্নৰ উদ্ৰেক কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd