Beyonce breaks record for most Grammy পপ চুপাৰষ্টাৰ বিয়ন্সে দেওবাৰে গ্ৰেমী বঁটাৰ ইতিহাসত অভিলেখ সৃষ্টি কৰিছে। সংগীতৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বঁটা...
Read moreDetailsশ্ৰুতি মধুৰ আৰু দৰদী কণ্ঠত তেওঁ হিন্দী আৰু বিভিন্ন ভাষাত হাজাৰোধিক গান গাইছে। এয়া জনা যায় যে ভাৰতীয় গায়িকা অলকা...
Read moreDetails৯৫ তম একাডেমি পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছে এছ এছ ৰাজামৌলি পৰিচালিত চলচ্চিত্ৰ RRR গান নাটু নাটুক। এই গানটোৱে ইতিমধ্যে...
Read moreDetailsবিদেশৰ মাটিত ‘RRR’ চলচ্চিত্ৰখন এটাৰ পিছত এটা সফলতা লাভ কৰিছে। চলচ্চিত্ৰখনৰ 'নাটু নাটু' গানটোৱে ইতিমধ্যে গোল্ডেন গ্লোব, লছ এঞ্জেলছ ফিল্ম...
Read moreDetailsআমেৰিকান ফ’ক-ৰক ষ্টাৰ ডেভিদ ক্ৰছবীৰ পৰলোকপ্ৰাপ্তি ঘটিছে। ৮১ বছৰ বয়সত সংগীত তাৰকাগৰাকীয়ে ইহলীলা সম্বৰণ কৰে। তেওঁৰ পৰিয়ালৰ সদস্যসকলে তেওঁৰ মৃত্যু...
Read moreDetailsকলম্বিয়াৰ গায়িকা ছাকিৰাই জেৰাৰ্ড পিকেৰ সৈতে বিচ্ছেদকলৈ এটা গান ৰচিছে। গানটো মুকলি হোৱাৰ পিছত ই ইউটিউবত এক নতুন অভিলেখ গঢ়িছে।...
Read moreDetailsজনপ্ৰিয় আমেৰিকান গায়িকা তথা গীতিকাৰ লিজা মেৰী প্ৰেছলীৰ বৃহস্পতিবাৰে নিশা মৃত্যু হয়। সংগীতজ্ঞগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে ততাতৈয়াকৈ লছ এঞ্জেলছৰ...
Read moreDetailsবিশ্বৰ অন্যতম প্ৰসিদ্ধ ৰক গিটাৰিষ্ট কিংবদন্তি জেফ বেকৰ দেহাৱসান ঘটিছে। তেওঁ ৭৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে । বেকৰ...
Read moreDetailsনিশা শিৱসাগৰত এক পথ দুৰ্ঘটনাত পতিত হয় জনপ্ৰিয় কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা বাহনখন। দুৰ্ঘটনাটোত শিল্পীগৰাকী আহত হয়। বৰ্তমান শিল্পীগৰাকী চিকিৎসাধীন হৈ...
Read moreDetailsপ্ৰসিদ্ধ আমেৰিকান অভিনেত্ৰী, সংগীতজ্ঞ তথা মডেল ৯৬ বছৰীয়া জৰ্জিয়া হ’ল্টৰ দেহাৱসান ঘটিছে। মাৰ্কিন পপ তাৰকা কন্যা শ্বেৰে টুইটাৰত জৰ্জিয়া হ’ল্টৰ...
Read moreDetailsGet the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd
© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd