DMCA.com Protection Status

পৰিবেশ

গঁড় হত্যা যাত্ৰা ভংগ চোৰাং চিকাৰীৰ, মণিপুৰৰ শ্বাৰ্প শ্বুটাৰসহ জালত ৪ ||পুনৰ বিশ্বনাথত

মণিপুৰৰ এজন শ্বাৰ্প শ্বুটাৰসহ ৪ গৰাকী “চোৰাং চিকাৰী”ক মঙলবাৰে ৰাতি অসম আৰক্ষী আৰু বন বিভাগৰ দলে বিশ্বনাথৰ বিহালীত গ্ৰেপ্তাৰ কৰিছে।...

Read more

নিশা কাৰ্বি পাহাৰৰ পৰা জাকে জাকে ভৈয়ামলৈ নামিছে বন্যহস্তী : স্থানীয় ৰাইজৰ মাজত আতংক

নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্ত্তী হাতীখলি ৰংহাং গাঁৱত বনৰীয়া হাতীৰ বাবে কৰা ২০০বিঘাৰ ধাননি বন্যহস্তীয়ে খাই অন্ত পেলোৱাৰ পাছত পুনৰ চামগুৰিৰ বালিজুৰি-কাজিৰঙাত...

Read more

উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলি বিৰোধিতা অৰণ্য মানৱ যাদৱ পায়েঙৰ

উত্তৰ গুৱাহাটী-ভৰলুমুখ সংযোগী প্ৰস্তাৱিত দলং নিৰ্মাণৰ ফলত সম্ভাব্য প্ৰকৃতি ধ্বংসৰ মুকলিভাৱে বিৰোধিতা কৰিলে পদ্মশ্ৰী সন্মানেৰে সন্মানিত অৰণ্য মানৱ যাদৱ পায়েঙে।...

Read more

বিতোপন ডিমা হাচাওত বিনোদনৰ সম্ভাৰ লৈ আৰম্ভ ফেলকন ফেষ্টিভেল

শীতৰ বতৰা লৈ বিনোদনৰ সম্ভাৰেৰে ডিমা হাচাওত শনিবাৰে আৰম্ভ হৈছে ফেলকন ফেষ্টিভেল। উমৰাংচুৰ গ’ল্ফ ক’ৰ্চত তিনিদিনীয়া উৎসৱটো মুকলি কৰে অসমৰ...

Read more

হাতী মানুহৰ সংঘাতৰ পটভূমিত গোলাঘাটৰ পোৰাবাংলাত আৰণ্যকৰ সজাগতা সভা

হাতী মানুহৰ সংঘাতে জটিল ৰূপ ধাৰণ কৰা গোলাঘাট জিলাৰ মৰঙিৰ পোৰাবাংলাত বৃহস্পতিবাৰে প্ৰকৃতি সংগঠন আৰণ্যকৰ  উদ্যোগত এক বিশেষ সজাগতা সভা...

Read more

বন্যহস্তীৰ আক্ৰমণত উদমাৰিত নিহত এজন; ক্ষুব্ধ লোকে লণ্ডভণ্ড কৰিলে বন বিভাগৰ কাৰ্য্যালয়

নগাঁও জিলাৰ চামগুৰিত ক্ৰমান্বয়ে অতিশয় ভয়াবহ হৈ পৰিছে হাতী মানুহৰ সংঘাত। কেতিয়াবা যদি বনৰীয়া হাতী মৰিছে মানুহৰ হাতত, কেতিয়াবা আকৌ...

Read more

দুই শতাধিক গছ কাটি গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ পৰিকল্পনা গড়কপ্তানি বিভাগৰ

গুৱাহাটীৰ ভৰলুস্থিত শংকৰদেৱ উদ্যান আৰু আজান পীৰ উদ্যানৰ দুই শতাধিক গছ কাটি ভৰলুমুখ-উত্তৰ গুৱাহাটী সংযোগী দলং নিৰ্মাণৰ পৰিকল্পনা কৰিছে হিমন্ত...

Read more

শালনাত বন্যহস্তীৰ আক্ৰমণত থিতাতে নিহত এজন লোক

ৰাজ্যখনত বন্যহস্তীৰ উপদ্ৰৱ চলি থকাৰ সময়তে নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ লেংটেং চাহ বাগিছাত বৃহস্পতিবাৰে এটা বনৰীয়া হাতীয়ে...

Read more
Page 46 of 82 1 45 46 47 82

Recent News