পৰিবেশ

প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অপৰিহাৰ্য নোহোৱা নিৰ্মাণ কাৰ্য, বিদ্যুৎ প্ৰকল্পৰ কাম বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ক্ৰমবৰ্দ্ধমান প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে অপ্ৰয়োজনীয় নিৰ্মাণ কাৰ্য, বিদ্যুৎ প্ৰকল্প বন্ধ কৰা আৰু ঘৰৰ পৰা কাম ৰূপায়ণ কৰাৰ...

Read moreDetails

প্ৰদূষণ নিয়ন্ত্ৰনৰ বাবে ল’ব পাৰি নেকি লকডাউনৰ ব্যৱস্থা! কেন্দ্ৰক প্ৰশ্ন উচ্চতম ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ক্ৰমাৎ গুৰুতৰ হৈ পৰা বায়ু প্ৰদূষণ নিয়ন্ত্ৰণৰ আবেদনৰ শুনানি গ্ৰহণ কৰি ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনা...

Read moreDetails

মানৱীয়তাৰ নিদৰ্শন: মেকুৰী পোৱালী উদ্ধাৰৰ বাবে শস্য চপোৱা বন্ধ কৰিলে গাঁওবাসীয়ে

সামাজিক মাধ্যমত ভাইৰেল এটি ভিডিঅ’ই চৰ্চা লাভ কৰিছে সমগ্ৰ দেশতে। এখন গাঁৱৰ বাসিন্দাৰ মানৱীয় আচৰণক ভূয়সী প্ৰশংসা কৰিছে সামাজিক মাধ্যমৰ...

Read moreDetails

সীমান্তত চীনৰ হেলিপেড, উচ্চতম ন্যায়ালয়ত চাৰি ধাম যাত্ৰাৰ পথ বহল কৰাৰ বাবে অনুমতি বিচাৰিলে কেন্দ্ৰই

ভাৰত-চীন সীমান্তৰ উত্তৰাখণ্ডৰ কাষতে চীনে নিৰ্মাণ কৰিছে হেলিপেড। এই হেলিপেডৰ পৰাই চীনে ভাৰতৰ বিৰুদ্ধে আক্ৰমণ সংঘটিত কৰিব পাৰে। এনে আশংকা...

Read moreDetails

পৰিসৰ বৃদ্ধি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ, কিমান বাঢ়িল কাজিৰঙাৰ আয়তন

এশিঙীয়া গঁড়ৰ বাবে জগত বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ বৃদ্ধি কৰা হ'ল। সেই মৰ্মে বিশ্বনাথৰ মোনাবাৰীৰ ৪৫২ হেক্টৰ বনভূমি কাজিৰঙা...

Read moreDetails

‘অৰণ্যৰ বিশ্বকোষ’ লৈ পদ্মশ্ৰী সন্মান; কোন এই অৰণ্যৰ বিশ্বকোষ!

সোমবাৰে দেশৰ ৰাষ্ট্ৰপতি ৰামনাথ ক’ভিণ্ডে বিভিন্ন ক্ষেত্ৰত সেৱা আগবঢ়োৱা ব্যক্তি সকলক পদ্ম সন্মান প্ৰদান কৰে। পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ...

Read moreDetails

‘সোমৰস’ পান কৰি নিচা লাগি পৰি ৰয় জাক জাক পখিলা,ক’ত আৰু কিয়?

কলিয়াবৰত 'সোমৰস' পান কৰি মাতাল এজাক পখিলা।আচৰিত যেন লাগিলেও এতিয়া এয়াই যেন সত্য। কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাগিচাত অভূতপূৰ্ব দৃশ্য।...

Read moreDetails

Longest Lunar Eclipse এই মাহতেই দেখা যাব শতিকাৰ দীৰ্ঘতম চন্দ্ৰগ্ৰহণ; অসমৰ পৰাও হ’ব দৃশ্যমান!

Longest Lunar Eclipse চলিত মাহতেই পুনৰ এক বিৰল মহাজাগতিক ঘটনাৰ সাক্ষী হ’ব পৃথিৱীবাসী। অহা ১৯ নৱেম্বৰত দেখা যাব শতিকাৰ দীৰ্ঘতম...

Read moreDetails

Climate Change : জলবায়ু পৰিবৰ্তনৰ ভয়াৱহ প্ৰভাৱ : কাৰ্বি আংলঙত হ্ৰাস পাইছে সুমথিৰাৰ উৎপাদন, অসহায় খেতিয়ক

Climate Change : গোলকীয় উষ্ণতাৰ বাবে হোৱা জলবায়ুৰ পৰিৱৰ্তনে দেশৰ লগতে অসমৰ বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলাইছে ৷ জলবায়ুৰ ভয়ংকৰ পৰিৱৰ্তন...

Read moreDetails

COP26 ত অংশগ্ৰহণকাৰী বিশ্বনেতাৰ সমালোচনাত মুখৰ পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গ

জলবায়ু আৰু পৰিৱেশ কৰ্মী গ্ৰেটা থুনবাৰ্গে মঙলবাৰে, ২ নৱেম্বৰত COP26 সন্মিলনত অংশগ্ৰহণ কৰা বিশ্বনেতাসকলক আক্ৰমণ কৰি কয় যে তেওঁলোকে ভৱিষ্যতক...

Read moreDetails
Page 66 of 123 1 65 66 67 123

Stay Connected

Recent News