• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ আৰু ১১ জানুৱাৰীত বিৰল প্ৰজাতিৰ দল হৰিণৰ বিভাগীয় গণনা

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
January 9, 2022 3:08 pm
Screenshot_2022-01-09-13-24-20-68_40deb401b9ffe8e1df2f1cc5ba480b12
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১০ আৰু ১১ জানুৱাৰীত অনুষ্ঠিত হ’ব বিৰল প্ৰজাতি দল হৰিণৰ গণনা ৷ দল হৰিণ ভাৰতত পোৱা বাৰা শিঙা নামৰ হৰিণৰ উপ প্ৰজাতি৷

ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা বাৰাশিঙা হৰিণৰ উপ প্ৰজাতিক পুৰ্বাঞ্চলীয় দল হৰিণ বা ইংৰাজীত Eastern swamp deerবুলি কোৱা হয় ৷ পৃথিবীৰ ভিতৰত অকল ব্ৰহ্মপুত্ৰ উপত্যকাতহে পুৰ্বাঞ্চলীয় দল হৰিণ দেখিবলৈ পোৱা যায় ৷

বিলুপ্ত প্ৰায় এই দল হৰিণ এটা সময়ত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছিল যদিও সম্প্ৰতি কাজিৰঙা আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানতহে এই হৰিণৰ অৱশিষ্ট বাচি আছেগৈ ৷

Apply Now

১০ আৰু ১১ জানুৱাৰীত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দল হৰিণ বসতিৰ দুটা বন সংমণ্ডল ক্ৰমে পূব অসম বন্যপ্ৰাণী সংমণ্ডল আৰু বিশ্বনাথ বন সংমণ্ডলত পূৰ্বাঞ্চলীয় দল হৰিণৰ গণনা কৰা হ’ব ৷

লগতে পঢ়ক: মোহভংগ! এইবাৰ বিজেপিলৈ নহয়, বিজেপি-এজিপিৰ পৰা কংগ্ৰেছ দলত যোগদান

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ২৪গৰাকী গননাকাৰীয়ে পূব অসম বন্যপ্ৰাণী সংমণ্ডলত আৰু ৭ গৰাকী গণনাকাৰীয়ে বিশ্বনাথ বন সংমণ্ডলত দল হৰিণৰ গণনা কৰিব ৷

গননাকাৰীৰ ভিতৰত বন্যপ্ৰাণী বিশেষজ্ঞ, বেচৰকাৰী সংগঠনৰ প্ৰতিনিধিআৰু বনবিষয়া থাকিব ৷

পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ ৫ টা বনাঞ্চলৰ ৪ টা বনাঞ্চলত ২৪ গননাকাৰীয়ে বিভাগীয় হাতীত উঠি গননাকাৰীয়ে দল হৰিণৰ গণনা কৰিব ৷ ইয়াৰ বাবে ৰাষ্ট্ৰীয় উদ্যান খনত ১১ জানুৱাৰীত পৰ্যটকৰ বাবে হাতী চাফাৰী বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে ৷

পূব অসম বন্যপ্ৰাণী সংমণ্ডলত গননাকাৰীয়ে ২৪ টা আৰু বিশ্বনাথ বনসংমণ্ডলৰ ৭ টা স্থানত গণনাকাৰীয়ে দল হৰিণ গননা কৰিব ৷ ইয়াৰ বাবে প্ৰয়োজনীয় সকলো প্ৰস্তুতি সম্পুৰ্ণ কৰা হৈছে বুলি জনাইছে পূব অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে ৷

লগতে পঢ়ক: ৰাজ্যত নৈশ কাৰ্ফিউৰ সময়ত অব্যাহত আছে গৰু, অবৈধ সুৰাৰ চোৰাং সৰবৰাহ

১০ জানুৱাৰীত গণনাকাৰী সকলক গননাৰ সবিশেষ জনাই এক প্ৰশিক্ষণ দিয়াৰ লগতে প্ৰয়োজনীয় সমগ্ৰীও যোগান ধৰা হ’ব ৷ ১১ জানুৱাৰীৰ পুৱা ৮ বজাৰ পৰা বনাঞ্চলত হাতীত উঠি দল হৰিণৰ গণনা কৰিব ৷ কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰৰ নেতৃত্বত এটা উচ্চস্তৰীয় দলে এই গণনা কাৰ্য পৰ্যবেক্ষণ কৰিব ৷

উল্লেখ্য ২০০৭ চনৰ পৰা কাজিৰঙাত আৰম্ভ কৰা দল হৰিণ গণনাত ২০১৬ চনত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত ১১৪৮ টা আৰু ২০১৮ চনত ৮৫১টা দল হৰিণ পোৱা গৈছিল ৷ একেদৰে বিশ্বনাথ বনসংমণ্ডলত প্ৰথম বাৰৰ বাবে কৰা গণনাত ২০১৮ চনত ৫৬ টা দল হৰিণ পোৱা গৈছিল ৷

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

‘খাইছে, খাবলৈ দিছে, খুৱাইছেও’ : পেমা খান্দুক লৈ মোদীক থকা-সৰকা কংগ্ৰেছৰ

September 18, 2026 7:11 pm
বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

উত্তৰ-পূৰ্বাঞ্চলত প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱ: ৫২ বছৰৰ গৱেষণাত পোহৰলৈ আহিল জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ‎তথ্য

September 18, 2026 9:11 pm
গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

গোলাঘাটস্থিত বন্ধ শীতলীকৰণ ভঁৰালৰ সমুখত চাকি জ্বলাই চৰকাৰৰ দৃষ্টি আকৰ্ষণৰ অভিনৱ প্ৰতিবাদ কৃষক ‎মুক্তিৰ

September 18, 2026 8:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd