গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

অসমত উপস্থিত, উত্তৰ-পূব ভ্ৰমণলৈ আহিলেও বাদ মণিপুৰ! অমিত শ্বাহৰ কাৰ্যসূচীক লৈ প্ৰশ্ন বিৰোধীৰ

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তিনিদিনীয়া কৰ্যসূচীৰে উত্তৰ-পূব ভাৰত ভ্ৰমণলৈ আহি ইতিমধ্যে শুকুৰবাৰে অসম উপস্থিত হৈছে। অৱশ্যে তেওঁৰ ভ্ৰমণসূচীত নাই মণিপুৰ!...

Read moreDetails

টেলিগ্ৰামত প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ছবি বিক্ৰী : দুই যুৱকক গ্ৰেপ্তাৰ গুৱাহাটী চাইবাৰ আৰক্ষীৰ

জনপ্ৰিয় মেচেঞ্জাৰ এপ্লিকেশ্যন টেলিগ্ৰামত নিজৰ প্ৰাক্তন প্ৰেমিকাৰ অশ্লীল ছবি বিক্ৰী কৰি আৰক্ষীৰ জালত পৰিছে দুই যুৱক। ইতিমধ্যে অভিযুক্ত যুৱক দুজনক...

Read moreDetails

পলিটেকনিক প্ৰবক্তা সকলৰ চাকৰি নিয়মীয়াকৰণৰ বিপৰীতে বৰ্খাস্ত কৰি চৰকাৰে হিটলাৰকো চেৰ পেলালে: ৰাইজৰ দল

বিজেপি চৰকাৰৰ ৰোষত পৰি পলিটেকনিকৰ ১৪৭গৰাকী প্ৰবক্তাই চাকৰি হেৰুৱাবলগীয়া ঘটনাত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৰাইজৰ দলে ৷ আজি সংবাদ মাধ্যমলৈ...

Read moreDetails

চাৰি বছৰত বিজ্ঞাপনৰ বাবে অসম চৰকাৰে ব্যয় কৰিলে ৩৭০ কোটি টকা; মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সংবাদ প্ৰতিষ্ঠানে পালে কিমান?

অসমৰ বিজেপি চৰকাৰে বিগত ৪ বছৰত বিজ্ঞাপনৰ বাবে অভিলেখ পৰিমানৰ ধন খৰচ কৰিছে। ৰাজ্যৰ তথ্য আৰু জনসংযোগ মন্ত্ৰী পীযুশ হাজৰিকাই...

Read moreDetails

‘হোলী’ উপলক্ষে ১৫ মাৰ্চত স্থানীয় বন্ধ ঘোষণা কৰিলে অসমৰ ৰাজ্যপালে

কামৰূপ (মেট্ৰ’) জিলাত দৌল যাত্ৰা (হোলী) মহোৎসৱ পালনৰ বাবে অসমৰ ৰাজ্যপালে ২০২৫ চনৰ ১৫ মাৰ্চত (শনিবাৰ) স্থানীয় বন্ধ ঘোষণা কৰিছে।...

Read moreDetails

কৰ ৰেহাই আৰু উদ্যোগিক বিকাশৰ ঘোষণাৰে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল বিত্তমন্ত্ৰী অজন্তা নেওগৰ

ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগে সোমবাৰে ৰাজ্য বিধানসভাত ২০২৫-২৬ বিত্তীয় বর্ষৰ বাবে ২.৬৩ লাখ কোটি টকাৰ বাজেট দাখিল কৰে। বাজেটত ৬২০.২৭...

Read moreDetails

ৰাজ্যৰ সৰ্বোচ্চ অসামৰিক বঁটাৰ বাবে ২০ গৰাকী ব্যক্তিৰ নাম ঘোষণা কৰিলে অসম চৰকাৰে

অসম চৰকাৰে ২০২৪ বৰ্ষৰ বাবে সৰ্বোচ্চ অসামৰিক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰিছে। বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদানৰ বাবে ব্যক্তিসকলক কস্বীকৃতি প্ৰদান...

Read moreDetails

বেলতলাৰ ‘আল্ট্ৰাকেয়াৰ’ পৰীক্ষাগাৰৰ জঘন্য কাণ্ড : মহিলাৰ কাপোৰ সলোৱা কোঠাত চিচি টিভি কেমেৰা

পোহৰলৈ আহিছে মহানগৰীৰ বেলতলাৰ বিখ্যাত পৰীক্ষাগাৰ আল্ট্ৰা কেয়াৰৰ এক ভয়ংকৰ কাণ্ড। এগৰাকী যুৱতীয়ে ৰোগীৰ গোপনীয়তা উলংঘা কৰাৰ অভিযোগ কৰিছে পৰীক্ষাগাৰটোৰ...

Read moreDetails

পৰীক্ষাৰ দিনাই মহানগৰীৰ নুনমাটিৰ পৰা সন্ধানহীন দুগৰাকী ছাত্ৰ

মহানগৰীৰ নুনমাটিৰ পৰা বিকাশ ৰাজবংশী আৰু আলী হুছেইন নামৰ দুগৰাকী ছাত্ৰ শুকুৰবাৰে বিদ্যালয়লৈ যোৱাৰ পথত সন্ধানহীন হোৱা বুলি জানিব পৰা...

Read moreDetails

ৰাছিয়াৰ পৰা গুৱাহাটীলৈ ৯ হাজাৰ কিলোমিটাৰ যাত্ৰা, পেৰা চাইকেল আৰোহী ৰাকেশ বণিকৰ

বিশেষভাৱে সক্ষম চাইকেল আৰোহী ৰাকেশ বণিক  এপ্ৰিল মাহত ৰাছিয়াৰ মস্কোৰ পৰা গুৱাহাটীলৈ ৯০০০ কিলোমিটাৰ একক যাত্ৰাৰ পৰিকল্পনা কৰিছে। ভাৰতীয় পেৰা...

Read moreDetails
Page 17 of 75 1 16 17 18 75

Stay Connected

Recent News