গুৱাহাটী

Watch Assamese news: Guwahati news, Assam News, Northeast news live. Read all the latest Guwahati News, Guwahati News Headlines

উত্তৰ পূবৰ ৩ খন ৰাজ্যত এনডিএৰ পৰাজয়ৰ বাবে কাক জগৰীয়া কৰিলে হিমন্ত বিশ্বই? সৰৱ গৌৰৱ

মণিপুৰ, নাগালেণ্ড আৰু মেঘালয়ত বিজেপিৰ নিৰ্বাচনী বিপৰ্যয়ৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মাই ‘বিশেষ ধৰ্ম’ক জগৰীয়া কৰে। ইয়াৰ পিছতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনীতিত...

Read moreDetails

দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’লৰ সময়সীমা বৃদ্ধি; গুৱাহাটী আৰু হাওড়াৰ মাজত ৱান ৱে বিশেষ ৰে’ল

যাত্ৰীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ অৰ্থে, ৰে’ল নং. ০৬১০৩/০৬১০৪ (নাগেৰকইল জংচন – ডিব্ৰুগড় – নাগেৰকইল জংচন) আৰু ৰে’ল নং. ০৬১০৫/০৬১০৬(নাগেৰকইল...

Read moreDetails

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ব্যাপক ব্যৱধানত জয়ী হোৱাৰ দিশে সৰ্বানন্দ সোণোৱাল

ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা ১,৫৭,৬৯৫ৰো অধিক ভোটত আগবাঢ়ি থকা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল জয়লাভৰ পথত আগবাঢ়িছে। কিন্তু সোণোৱালক কঠোৰ প্ৰত্যাহ্বান...

Read moreDetails

ভোট গণনাৰ বাবে আজি গুৱাহাটীত যাতায়ত নিষেধাজ্ঞা; কি আছে নিৰ্দেশনাত?

আজি (৪ জুন) মঙলবাৰে লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজধানী গুৱাহাটীত সাধাৰণ পথ ব্যৱহাৰকাৰীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে জৰুৰীকালীন যান-বাহনৰ...

Read moreDetails

ভোট গণনাৰ সময়ত সতৰ্ক হৈ থাকিবলৈ আহ্বান অসম নাগৰিক সমাজৰ

ভোটগণনাৰ সময়ত শাসকীয় পক্ষই ৰাষ্ট্ৰযন্ত্ৰক ব্যৱহাৰ কৰি যাতে কোনো উপায় অৱলম্বন কৰি প্ৰভাৱ পেলাব নোৱাৰে তাৰ বাবে সংশ্লিষ্ট সকলোকে আহ্বান...

Read moreDetails

সেনা শিবিৰত আক্ৰমণৰ অভিযোগত আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাকে ধৰি ছয়জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল

অসমৰ তিনিচুকীয়া জিলাত যোৱা বছৰ সেনা শিবিৰত গ্ৰেনেড আক্ৰমণত জড়িত থকাৰ অভিযোগত নিষিদ্ধ আলফা-স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা আৰু আন পাঁচজনৰ...

Read moreDetails

মহাত্মা গান্ধীক অসন্মান কৰাৰ অভিযোগ; প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে এজাহাৰ দাখিল চলচ্চিত্ৰ নিৰ্মাতাৰ

বুধবাৰে গুৱাহাটীৰ চলচ্চিত্ৰ নিৰ্মাতা তথা ৰজত কমল বঁটা বিজয়ী লুইত কুমাৰ বৰ্মনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে মহাত্মা গান্ধীক অসন্মান কৰাৰ...

Read moreDetails

ঢেকিয়াজুলিত স্কুল বাছৰ ওপৰত বাগৰি পৰিল প্ৰকাণ্ড গছ; আহত কেইবাগৰাকী শিক্ষাৰ্থী

ৰাজ্যত প্ৰচণ্ড ধুমুহাই কোবাই যোৱাৰ মাজতে মঙলবাৰে ঢেকিয়াজুলিত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। সোমবাৰে নিশাৰে পৰা অব্যাহত থকা ধুমুহা-বৰষুণৰ সময়তে...

Read moreDetails

ধুমুহাৰ তাণ্ডৱ! অটোৰে কলেজলৈ গৈ থকা অৱস্থাত মৰিগাঁৱত গছ পৰি ছাত্ৰৰ মৰ্মান্তিক মৃত্যু

ঘূৰ্ণী বতাহ ৰেমালৰ প্ৰভাৱত ৰাজ্যজুৰি অব্যাহত আছে প্ৰচণ্ড ধুমুহা-বৰষুণ।  সোমবাৰে নিশাৰে পৰা ৰাজ্যখনত বতাহ-বৰষুণৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে। তাৰ মাজতে...

Read moreDetails

অসমতো ৰেমালৰ তাণ্ডৱ! নিশাৰ পৰা নেৰানেপেৰা ধুমুহা-বৰষুণ; মহানগৰীত বাইকৰ ওপৰত গছ ভাঙি পৰি আহত এজন

দেওবাৰে নিশাৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলত ৰেমালৰ প্ৰভাৱ আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীত সোমবাৰে নিশাৰে পৰা আৰম্ভ হৈছে ধুমুহা-বৰষুণ। ইতিমধ্যে...

Read moreDetails
Page 35 of 75 1 34 35 36 75

Stay Connected

Recent News